ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Gold prices : সপ্তাহৰ আৰম্ভণিতে পুনৰ কমিল সোণৰ মূল্য

নিউজ ডেস্কঃ

News Desk by News Desk
June 22, 2026
Reading Time: 1 min read
A A
0
Gold prices : সপ্তাহৰ আৰম্ভণিতে পুনৰ কমিল সোণৰ মূল্য

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

Jaish-e-Mohammad : পাক সন্ত্ৰাসবাদী সংগঠন জৈছৰ সৈতে যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ মহিলা

পুনৰ কমিল সোণৰ দাম (price of gold has fallen)। সপ্তাহটোৰ আৰম্ভণিতে ২২ আৰু ২৪ কেৰেটৰ মূল্যৰ কোনো ডাঙৰ পৰিৱৰ্তন হোৱা নাছিল। যোৱা সপ্তহটোৰ তুলনাত সোমবাৰে সোণৰ মূল্যত কোনো বৃহৎ পাৰ্থক্য অহা নাই। যাৰ বাবে মধ্যবিত্ত শ্ৰেণীয়ে সকাহ পাইছে।

সোমবাৰে (২২ জুন) গুৱাহাটীত ১০ গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ১ লাখ ৩৫ হাজাৰ ৪০০ টকা। আনহাতে, ১০ গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য হৈছে ১ লাখ ৪২ হাজাৰ ১৭০ টকা ।

কলকাতাত ১০ গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ১ লাখ ৩৪ হাজাৰ ৩০০ টকা। ১০ গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য ১ লাখ ৪৬ হাজাৰ ৫১০ টকা।

দিল্লীত ১০ গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ১ লাখ ৩৪ হাজাৰ ৪৫০ টকা। ১০ গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য ১ লাখ ৪৬ হাজাৰ ৬৬০ টকা।

মুম্বাইত ১০ গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ১ লাখ ৩৪ হাজাৰ ৩০০ টকা। ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য ১,৪৬,৫১০ টকা।

gold1 | ASSAM TIMES POST
সপ্তাহৰ আৰম্ভণিতে পুনৰ কমিল সোণৰ মূল্য

আহমেদাবাদত ১০ গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ১,৩৪,৩৫০ টকা। ১০ গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য ১,৪৬,৫৬০ টকা।

পুনেত ২২ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য ১,৩৪,৩০০ টকা। ১০ গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য ১,৪৬,৫১০ টকা।

জয়পুৰত ২২ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য ১,৩৪,৪৫০ টকা। ১০ গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য ১,৪৬,৬৬০ টকা।

বেংগালুৰুত ১০ গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ১,৩৪,৩০০ টকা। ১০ গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য ১,৪৬,৫১০ টকা।

লক্ষ্ণৌত ২২ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য ১,৩৪,৪৫০ টকা। ১০ গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য ১,৪৬,৬৬০ টকা।

চেন্নাইত ১০ গ্ৰাম ২২ কেৰেট সোণৰ দাম ১,৩৪,৩০০ টকা। ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,৪৬,৫১০ টকা।

গুৰুগ্ৰামত ১০ গ্ৰাম ২২ কেৰেট সোণৰ দাম ১,৩৪,৪৫০ টকা। ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,৪৬,৬৬০ টকা।

ভুৱনেশ্বৰত ১০ গ্ৰাম ২২ কেৰেট সোণৰ দাম ১,৩৪,৩০০ টকা। ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,৪৬,৫১০ টকা।

পাটনাত ১০ গ্ৰাম ২২ কেৰেট সোণৰ দাম ১,৩৪,৩৫০ টকা।

হায়দৰাবাদত ২২ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,৩৪,৩০০ টকা। হায়দৰাবাদত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,৪৬,৫১০ টকা।

Tags: GoldPrices
Share4Tweet3Send

Related Posts

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল
National-International

by News Desk
June 23, 2026
50
Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ
National-International

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

by News Desk
June 23, 2026
50
Jaish-e-Mohammad : পাক সন্ত্ৰাসবাদী সংগঠন জৈছৰ সৈতে যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ মহিলা
National-International

Jaish-e-Mohammad : পাক সন্ত্ৰাসবাদী সংগঠন জৈছৰ সৈতে যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ মহিলা

by News Desk
June 23, 2026
50
Minor rape : ফুটপাথৰ পৰা উঠাই নি নাবালিকাক ধৰ্ষণ কৰি হত্যা, গ্ৰেপ্তাৰ অভিযুক্ত

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়

by Staff Reporter
June 23, 2026
50
BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ
National-International

BrohMos I ভাৰতৰ পৰা ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ ক্ৰয় কৰিবলৈ আগ্ৰহী পশ্চিম এছিয়াৰ এখন দেশ

by Staff Reporter
June 23, 2026
50
ADVERTISEMENT
Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল
National-International

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

June 23, 2026
50
Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ
National-International

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

June 23, 2026
50
Jaish-e-Mohammad : পাক সন্ত্ৰাসবাদী সংগঠন জৈছৰ সৈতে যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ মহিলা
National-International

Jaish-e-Mohammad : পাক সন্ত্ৰাসবাদী সংগঠন জৈছৰ সৈতে যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ মহিলা

June 23, 2026
50
Minor rape : ফুটপাথৰ পৰা উঠাই নি নাবালিকাক ধৰ্ষণ কৰি হত্যা, গ্ৰেপ্তাৰ অভিযুক্ত
National-International

Minor rape : ফুটপাথৰ পৰা উঠাই নি নাবালিকাক ধৰ্ষণ কৰি হত্যা, গ্ৰেপ্তাৰ অভিযুক্ত

June 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

June 23, 2026
Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

June 23, 2026
Jaish-e-Mohammad : পাক সন্ত্ৰাসবাদী সংগঠন জৈছৰ সৈতে যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ মহিলা

Jaish-e-Mohammad : পাক সন্ত্ৰাসবাদী সংগঠন জৈছৰ সৈতে যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ মহিলা

June 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT