ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

শুকুৰবাৰে গুৱাহাটীত ৰাজ্যিক বিজেপিৰ নৱগঠিত কাৰ্য্যনিৰ্বাহক সমিতিৰ প্ৰথমখন বৈঠক

ASSAM TIMES POST by ASSAM TIMES POST
September 3, 2020
Reading Time: 1 min read
A A
0
শুকুৰবাৰে গুৱাহাটীত ৰাজ্যিক বিজেপিৰ নৱগঠিত কাৰ্য্যনিৰ্বাহক সমিতিৰ প্ৰথমখন বৈঠক

logo new 2 12 | ASSAM TIMES POST

RELATED POSTS

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

গুৱাহাটী : কাইলৈ ৪ ছেপ্টেম্বৰ তাৰিখে, গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰী মন্ত শংকৰদেৱ কলাক্ষেত্ৰত পুৱা ১০ বজাৰ পৰা ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ নৱ গঠিত ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সমিতিৰ প্ৰথমখন ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সভা অনুষ্ঠিত হব।

বিজেপি, অসম প্ৰদেশৰ মাননীয় ৰাজ্যিক সভাপতি শ্ৰী ৰণজিত কুমাৰ দাস ডাঙৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত হবলগীয়া ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সভাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক মাননীয় ৰাম মাধৱ ডাঙৰীয়া আৰু নেডাৰ মাননীয় আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উপস্থিত থাকিব।

ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেত্ৰী তথা ভাৰত চৰকাৰৰ মাননীয় বস্ত্ৰ শিল্প, মহিলা আৰু শিশু কল্যান দপ্তৰৰ মন্ত্ৰী শ্ৰী স্মৃতি ইৰাণী ডাঙৰীয়ানী আৰু ৰাষ্ট্ৰীয় সাংগঠনিক সহ সম্পাদক সৌদান সিং ডাঙৰীয়াই দিল্লীৰ পৰা ভাৰ্চুৱেলভাৱে মাৰ্গ দৰ্শন কৰিব।বিধান সভা নিৰ্বাচনৰ পূৰ্বে অনুষ্ঠিত হব লগীয়া এই পূৰ্ণাংগ কাৰ্য্যনিৰ্বাহক সভাত অৰ্থনৈতিক, ৰাজনৈতিক আৰু সাংগঠনিক দিশৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হব আৰু দলৰ পৰৱৰ্তী ১০০ দিনৰ কৰ্মসূচী ঘোষণা কৰা হব।

সভাত ৰাজ্যিক বিষয়ববীয়া, ৰাষ্ট্ৰীয় বিষয়ববীয়া, কাৰ্য্য নিৰ্বাহক সদস্য, আমন্ত্ৰিত সদস্য, বিধায়ক, ৰাজ্যিক মুখপাত্ৰ, পেনেলিষ্ট, কোষৰ আহ্বায়ক আৰু সহ আহ্বায়ক, ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য, নিগম-নিকায়ৰ অধ্যক্ষ আৰু উপাধ্যক্ষ, স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আৰু জিলা সভাপতি সকল উপস্থিত থাকিব।

Tags: Featured2
Share4Tweet3Send

Related Posts

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings
Guwahati

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

by ASSAM TIMES POST
July 1, 2026
50
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

by ASSAM TIMES POST
July 1, 2026
50
Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated
Assam

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

by News Desk
June 30, 2026
50
Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival
Assam

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

by News Desk
June 30, 2026
50
Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

by News Desk
June 29, 2026
50
Purnima Devi Barman I Community Powers Hargila Conservation in Assam
Assam

Purnima Devi Barman I Community Powers Hargila Conservation in Assam

by Staff Reporter
June 28, 2026
50
ADVERTISEMENT
Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings
Guwahati

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

July 1, 2026
50
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

July 1, 2026
50
Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প
National-International

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

June 30, 2026
50
Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’
National-International

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

June 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

July 1, 2026
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

July 1, 2026
Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

June 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx