ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কাঠৰ চাইকেল বনাই চৰ্চাত ভাৰতীয় যুৱক : কানাডাৰ পৰা আবন্টন লাভ

ASSAM TIMES POST by ASSAM TIMES POST
September 12, 2020
Reading Time: 1 min read
A A
0
কাঠৰ চাইকেল বনাই চৰ্চাত ভাৰতীয় যুৱক : কানাডাৰ পৰা আবন্টন লাভ

logo new 2 12 | ASSAM TIMES POST
নিউজ ডেস্ক:

ক’ৰোনা ভাইৰাছ অতিমাৰিত বহু মানুহে জীবিকা হেৰুৱাইছে। বহুতেই আকৌ জীবিকা সলনি কৰিবলৈ বাধ্য হৈছে। দীর্ঘ লকডাউনৰ অফুৰন্ত সময়ত বহুতেই নিজৰ অপূর্ণ ইচ্ছা পূৰণ বা সৃজনশীলতাক বিকশিত কৰাৰ চেষ্টা কৰিছে। তেনে এক সফল যুৱক পঞ্জাবৰ ধানিৰাম সাগ্গু। যি পেছাত এজন সাধাৰণ কাঠমিস্ত্রি আছিল। কিন্তু এতিয়া তেওঁ আত্মনির্ভৰশীল, তেওঁৰ তৈয়াৰী অভিনৱ চাইকেলৰ অৰ্ডাৰ সুদূৰ কানাডাৰ পৰাও আহিছে।

A carpenter in Punjab’s Zirakpur, Dhani Ram Saggu crafted an eco-friendly bicycle from wood to beat lockdown blues. Little did he know that it would go viral, and more importantly, get him orders from as far as Canada.

Read more: https://t.co/taAVvtaXcS pic.twitter.com/ZFoWI7ld4v

— The Better India (@thebetterindia) September 7, 2020

RELATED POSTS

Cow Slaughter : গো-হত্যা নিষিদ্ধকৰণৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ তামিলনাডু চৰকাৰ

Ram Mandir controversy I অযোধ্যাৰ প্ৰণামী চুৰিৰ তদন্তত পোহৰলৈ আহিছে বিভিন্ন গাফিলতিৰ তথ্য

PM Modi I সেৱা তীৰ্থত সচিবসকলৰ সৈতে মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক

পঞ্জাবৰ সৰু এখন চহৰ জিৰাকপুৰৰ ধানিয়ে কাম হেৰুৱাই এপ্রিল মাহৰ পৰাই কামত ধৰে আত্মনির্ভৰ হ’বলৈ। বহু ভাবনা-চিন্তাৰ পিছত তেওঁ ঠিক কৰে, যিমান সম্ভৱ পৰিবেশ বান্ধৱ উপাদানেৰে তেওঁ এখন চাইকেল বনাব।

চাইকেল এনেয়ো পৰিবেশ বান্ধৱ, তাৰ উপৰি এইখনৰ উপাদান আকৌ পৰিবেশ বান্ধৱ। এই চাইকেল তৈয়াৰ কৰিবলৈ গৈ প্রথমে দুবাৰমান ব্যর্থও হয় ধানি, কিন্তু চেষ্টা এৰি নিদিয়ে। শেষ পর্যন্ত প্লাইউড, কৰত আৰু কিছু সৰু-সুৰা যন্ত্রপাতিৰে নিৰ্মাণ কৰে কাঠৰ চাইকেল। যাৰ মূল গাঁথনিটো প্লাইউডৰে তৈয়াৰী। চকা, পেডেলৰ দৰে অংশবোৰ অৱশ্যে অন্য চাইকেলৰ দৰে ধাতুৰ।

ধানিৰ এই সাফল্যৰ কথা প্ৰথমে অঞ্চলটোৰ মানুহৰ ওচৰত আৰু পিছত দেশৰ বিভিন্ন প্রান্তত বিয়পি পৰে। বিভিন্ন স্থানৰ পৰা ধানিয়ে কাঠৰ চাইকেলৰ অৰ্ডাৰ পাই থাকে। একোখন চাইকেল ধানিয়ে ১৫ হাজাৰ টকাত বিক্ৰী কৰিছে। লাভো পাইছে তেনেদৰে। কেৱল সেয়াই নহয়, এতিয়া তেওঁ কানাডাৰ পৰাও অৰ্ডাৰ লাভ কৰিছে।

Tags: featured3
Share4Tweet3Send

Related Posts

Cow Slaughter : গো-হত্যা নিষিদ্ধকৰণৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ তামিলনাডু চৰকাৰ
National-International

Cow Slaughter : গো-হত্যা নিষিদ্ধকৰণৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ তামিলনাডু চৰকাৰ

by News Desk
July 1, 2026
50
Ram Mandir pran pratistha : সোমবাৰে খোল খাব ৰাম মন্দিৰৰ দুৱাৰ, কি কি কাৰ্যসূচী থাকিব
National-International

Ram Mandir controversy I অযোধ্যাৰ প্ৰণামী চুৰিৰ তদন্তত পোহৰলৈ আহিছে বিভিন্ন গাফিলতিৰ তথ্য

by Staff Reporter
July 1, 2026
50
PM Modi I সেৱা তীৰ্থত সচিবসকলৰ সৈতে মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক
National-International

PM Modi I সেৱা তীৰ্থত সচিবসকলৰ সৈতে মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক

by Staff Reporter
July 1, 2026
50
Iran India relations । ইৰাণৰ ৰাষ্ট্ৰপতিৰ সৈতে মোদীৰ ফোনযোগে বাৰ্তালাপ, হৰমুজৰ মাজেৰে মুক্তভাৱে যাতায়াতত গুৰুত্ব
National-International

Iran India relations । ইৰাণৰ ৰাষ্ট্ৰপতিৰ সৈতে মোদীৰ ফোনযোগে বাৰ্তালাপ, হৰমুজৰ মাজেৰে মুক্তভাৱে যাতায়াতত গুৰুত্ব

by Staff Reporter
July 1, 2026
50
Bus accident I দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত বাছত অগ্নিকাণ্ডত নিহত ৭, আহত কমেও ২২
National-International

Bus accident I দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত বাছত অগ্নিকাণ্ডত নিহত ৭, আহত কমেও ২২

by Staff Reporter
July 1, 2026
50
Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প
National-International

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

by News Desk
June 30, 2026
50
ADVERTISEMENT
Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods
Assam

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

July 1, 2026
50
Cow Slaughter : গো-হত্যা নিষিদ্ধকৰণৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ তামিলনাডু চৰকাৰ
National-International

Cow Slaughter : গো-হত্যা নিষিদ্ধকৰণৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ তামিলনাডু চৰকাৰ

July 1, 2026
50
Ram Mandir pran pratistha : সোমবাৰে খোল খাব ৰাম মন্দিৰৰ দুৱাৰ, কি কি কাৰ্যসূচী থাকিব
National-International

Ram Mandir controversy I অযোধ্যাৰ প্ৰণামী চুৰিৰ তদন্তত পোহৰলৈ আহিছে বিভিন্ন গাফিলতিৰ তথ্য

July 1, 2026
50
PM Modi I সেৱা তীৰ্থত সচিবসকলৰ সৈতে মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক
National-International

PM Modi I সেৱা তীৰ্থত সচিবসকলৰ সৈতে মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক

July 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

July 1, 2026
Cow Slaughter : গো-হত্যা নিষিদ্ধকৰণৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ তামিলনাডু চৰকাৰ

Cow Slaughter : গো-হত্যা নিষিদ্ধকৰণৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ তামিলনাডু চৰকাৰ

July 1, 2026
Ram Mandir pran pratistha : সোমবাৰে খোল খাব ৰাম মন্দিৰৰ দুৱাৰ, কি কি কাৰ্যসূচী থাকিব

Ram Mandir controversy I অযোধ্যাৰ প্ৰণামী চুৰিৰ তদন্তত পোহৰলৈ আহিছে বিভিন্ন গাফিলতিৰ তথ্য

July 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx