ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

Breaking :উপ-পৰিদৰ্শকৰ পৰীক্ষা বাতিল

ASSAM TIMES POST by ASSAM TIMES POST
September 20, 2020
Reading Time: 1 min read
A A
0
Breaking :উপ-পৰিদৰ্শকৰ পৰীক্ষা বাতিল

logo new 2 12 | ASSAM TIMES POST

নিউজ ডেক্স:

RELATED POSTS

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

ছচিয়েল মিডিয়াত প্ৰশ্ন কাকত ফাদিল হোৱাৰ পাছত অৱশেষত বাতিল কৰা হল অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পৰীক্ষা।ইতিমধ্যে কৰা হৈছে ঘোষণা।

দুপৰীয়া ১২ বজাৰ লগে লগে আৰম্ভ হ’ল পৰীক্ষা। কিন্তু পৰীক্ষাৰ মাজতে আহিল এটা বিশেষ ঘোষণা। ঘোষণা শুনি লগে লগে আশাহত হৈ পৰিল ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষিত নিৱনুৱা।

দীৰ্ঘদিন ধৰি অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ পৰীক্ষাৰ বাবে বহুতে চলাই আছিল প্ৰস্তুতি। বহুতে আনকি শাৰীৰিক পৰীক্ষাৰ বাবেও কৰি আছিল দিন-ৰাতি একাকাৰ। কিন্তু এনেধৰণৰ দায়িত্বহীনতাই এতিয়া বাৰুকৈয়ে বিমোৰত পেলাইছে ৰাজ্যৰ লাখ লাখ শিক্ষিত নিৱনুৱাক।

যদিও পৰীক্ষা আকৌ অনুষ্ঠিত কৰাৰ আশ্বাস দিছে, তথাপিও বহুতে এই ক্ষেত্ৰত সন্দেহ প্ৰকাশ কৰিছে।

ইফালে প্ৰশ্ন কাকত ফাদিলৰ লগত জড়িত অপৰাধীক শীঘ্ৰে কৰায়ত্ত কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তক কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।নিযুক্তি প্ৰক্ৰিয়া ব্যৰ্থ কৰাৰ বাবে ষড়যন্ত্ৰত লিপ্ত হোৱা চক্ৰটোকো শীঘ্ৰে চিনাক্ত কৰিবলৈ আৰক্ষী সঞ্চালক প্ৰধান গৰাকীক দিল্লীৰ পৰা নিৰ্দেশ প্ৰদান কৰে মূখ্যমন্ত্ৰী গৰাকীয়ে।

Tags: breaking news
Share4Tweet3Send

Related Posts

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক
Guwahati

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

by News Desk
May 25, 2026
50
Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ
Guwahati

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

by News Desk
May 21, 2026
50
Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ
Guwahati

Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

by News Desk
May 21, 2026
50
Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
Assam

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

by Staff Reporter
May 20, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ
Assam

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ

by Staff Reporter
May 14, 2026
50
ADVERTISEMENT
AIADMK MLA : ‎এআইএডিএমকেলৈ আন এক আঘাত : চতুৰ্থজন বিধায়কৰ পদত্যাগ, টিভিকেত যোগদান কৰিবলৈ সাজু
National-International

AIADMK MLA : ‎এআইএডিএমকেলৈ আন এক আঘাত : চতুৰ্থজন বিধায়কৰ পদত্যাগ, টিভিকেত যোগদান কৰিবলৈ সাজু

May 26, 2026
50
‎Israeli airstrike : ইজৰাইলৰ বিমান আক্ৰমণত গাজাত ৭ পেলেষ্টাইনী নিহত
National-International

‎Israeli airstrike : ইজৰাইলৰ বিমান আক্ৰমণত গাজাত ৭ পেলেষ্টাইনী নিহত

May 26, 2026
50
Amit Shah : অনুপ্ৰৱেশৰ বাবে জনগাঁথনিৰ ওপৰত প্ৰভাৱ অধ্যয়ন কৰিবলৈ গৃহ মন্ত্ৰালয়ৰ উচ্চ পৰ্যায়ৰ কমিটী গঠন
National-International

Amit Shah : অনুপ্ৰৱেশৰ বাবে জনগাঁথনিৰ ওপৰত প্ৰভাৱ অধ্যয়ন কৰিবলৈ গৃহ মন্ত্ৰালয়ৰ উচ্চ পৰ্যায়ৰ কমিটী গঠন

May 26, 2026
50
Woman killed in US : আমেৰিকাৰ ছুপাৰ মাৰ্কেটত গুজৰাটী মহিলাক গুলীয়াই হত্যা
National-International

Woman killed in US : আমেৰিকাৰ ছুপাৰ মাৰ্কেটত গুজৰাটী মহিলাক গুলীয়াই হত্যা

May 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

AIADMK MLA : ‎এআইএডিএমকেলৈ আন এক আঘাত : চতুৰ্থজন বিধায়কৰ পদত্যাগ, টিভিকেত যোগদান কৰিবলৈ সাজু

AIADMK MLA : ‎এআইএডিএমকেলৈ আন এক আঘাত : চতুৰ্থজন বিধায়কৰ পদত্যাগ, টিভিকেত যোগদান কৰিবলৈ সাজু

May 26, 2026
‎Israeli airstrike : ইজৰাইলৰ বিমান আক্ৰমণত গাজাত ৭ পেলেষ্টাইনী নিহত

‎Israeli airstrike : ইজৰাইলৰ বিমান আক্ৰমণত গাজাত ৭ পেলেষ্টাইনী নিহত

May 26, 2026
Amit Shah : অনুপ্ৰৱেশৰ বাবে জনগাঁথনিৰ ওপৰত প্ৰভাৱ অধ্যয়ন কৰিবলৈ গৃহ মন্ত্ৰালয়ৰ উচ্চ পৰ্যায়ৰ কমিটী গঠন

Amit Shah : অনুপ্ৰৱেশৰ বাবে জনগাঁথনিৰ ওপৰত প্ৰভাৱ অধ্যয়ন কৰিবলৈ গৃহ মন্ত্ৰালয়ৰ উচ্চ পৰ্যায়ৰ কমিটী গঠন

May 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx