ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ঋণ মাফিয়াৰ অত্যাচাৰত পত্নী-পুত্ৰসহ আত্মঘাতী হ’ল ব্যৱসায়ী;

ASSAM TIMES POST by ASSAM TIMES POST
September 20, 2020
Reading Time: 1 min read
A A
0
ঋণ মাফিয়াৰ অত্যাচাৰত পত্নী-পুত্ৰসহ আত্মঘাতী হ’ল ব্যৱসায়ী;

logo new 2 12 | ASSAM TIMES POST

RELATED POSTS

Ram Mandir controversy I অযোধ্যাৰ প্ৰণামী চুৰিৰ তদন্তত পোহৰলৈ আহিছে বিভিন্ন গাফিলতিৰ তথ্য

PM Modi I সেৱা তীৰ্থত সচিবসকলৰ সৈতে মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক

Iran India relations । ইৰাণৰ ৰাষ্ট্ৰপতিৰ সৈতে মোদীৰ ফোনযোগে বাৰ্তালাপ, হৰমুজৰ মাজেৰে মুক্তভাৱে যাতায়াতত গুৰুত্ব

নিউজ ডেস্কঃ

ঋণৰ জালত পৰি শেষ হৈ গ’ল এটা পৰিয়াল। জয়পুৰৰ এক মর্মান্তিক আত্মহত্যাৰ ঘটনাই বাকৰুদ্ধ কৰি তুলিছে সমগ্ৰ এলেকা। ঋণ মাফিয়াৰ অত্যাচাৰ কিমান ভয়ঙ্কৰ হ’ব পাৰে তাৰে এটা উদাহৰণ এই ঘটনা। যাক সহ্য কৰিব নোৱাৰিয়েই পৰিয়ালৰ চাৰিজন সদস্যই আত্মহত্যা কৰে।

আৰক্ষী সূত্রে জানিব পৰা মতে, বিহাৰৰ ৪৫ বছৰীয়া যশোবন্ত চোনি, তেওঁৰ ৪১ বছৰীয়া পত্নী মমতা আৰু দুই পুত্ৰ অজিত (২৩) আৰু ভৰত (২০)। তেওঁলোকে ঋণত পোত গৈ আত্মহত্যা কৰে। শনিবাৰে পুৱা তেওঁলোকক নেদেখি ওচৰ-চুবুৰীয়া তথা আত্মীয়-স্বজন আহি ঘৰত মাতি মাতিও কাৰো কোনো উত্তৰ নাপায়। দৰ্জা ভিতৰৰ পৰা বন্ধ থকাত, খিৰিকীৰে চাই দেখে গোটেই পৰিয়ালটো চিপ লোৱা অৱস্থাত ওলমি আছে।

ইয়াৰ পিছত আৰক্ষীক খবৰ দিয়াত আৰক্ষী আহি মৃতদেহ নমাই পোষ্টমৰ্টেমৰ বাবে পঠায়। প্রতিবেশীৰ পৰা জানিব পৰা মতে, যশোবন্তই গহনাৰ কাম কৰিছিল। বহু দিন ধৰি নিশাৰ ভাগত তেওঁলোকৰ ঘৰলৈ কোনো লোক আহি আছিল। টকা-পইচা সংক্রান্তৰ কথা হৈছিল তেওঁলোকৰ মাজত।

আৰক্ষীয়ে জনোৱা মতে, ঘটনাস্থলীৰ পৰা দুই পুত্ৰৰ ভৰি আৰু মহিলাগৰাকীৰ চকু বান্ধি থোৱা অৱস্থাত ওলমি থকা মৃতদেহ উদ্ধাৰ কৰে। তাৰ লগতে উদ্ধাৰ কৰে যশোবন্তৰ মৃতদেহ। ঘটনাস্থলীৰ পৰা এখন ছুইছাইড নোট উদ্ধাৰ কৰা হৈছে। ঋণৰ বোজাই আত্মহত্যাৰ কাৰণ বুলি প্ৰাথমিক তদন্তত অনুমান কৰা হৈছে।

Tags: featured3
Share4Tweet3Send

Related Posts

Ram Mandir pran pratistha : সোমবাৰে খোল খাব ৰাম মন্দিৰৰ দুৱাৰ, কি কি কাৰ্যসূচী থাকিব
National-International

Ram Mandir controversy I অযোধ্যাৰ প্ৰণামী চুৰিৰ তদন্তত পোহৰলৈ আহিছে বিভিন্ন গাফিলতিৰ তথ্য

by Staff Reporter
July 1, 2026
50
PM Modi I সেৱা তীৰ্থত সচিবসকলৰ সৈতে মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক
National-International

PM Modi I সেৱা তীৰ্থত সচিবসকলৰ সৈতে মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক

by Staff Reporter
July 1, 2026
50
Iran India relations । ইৰাণৰ ৰাষ্ট্ৰপতিৰ সৈতে মোদীৰ ফোনযোগে বাৰ্তালাপ, হৰমুজৰ মাজেৰে মুক্তভাৱে যাতায়াতত গুৰুত্ব
National-International

Iran India relations । ইৰাণৰ ৰাষ্ট্ৰপতিৰ সৈতে মোদীৰ ফোনযোগে বাৰ্তালাপ, হৰমুজৰ মাজেৰে মুক্তভাৱে যাতায়াতত গুৰুত্ব

by Staff Reporter
July 1, 2026
50
Bus accident I দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত বাছত অগ্নিকাণ্ডত নিহত ৭, আহত কমেও ২২

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

by News Desk
June 30, 2026
50
Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

ADVERTISEMENT
Ram Mandir pran pratistha : সোমবাৰে খোল খাব ৰাম মন্দিৰৰ দুৱাৰ, কি কি কাৰ্যসূচী থাকিব
National-International

Ram Mandir controversy I অযোধ্যাৰ প্ৰণামী চুৰিৰ তদন্তত পোহৰলৈ আহিছে বিভিন্ন গাফিলতিৰ তথ্য

July 1, 2026
50
PM Modi I সেৱা তীৰ্থত সচিবসকলৰ সৈতে মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক
National-International

PM Modi I সেৱা তীৰ্থত সচিবসকলৰ সৈতে মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক

July 1, 2026
50
Iran India relations । ইৰাণৰ ৰাষ্ট্ৰপতিৰ সৈতে মোদীৰ ফোনযোগে বাৰ্তালাপ, হৰমুজৰ মাজেৰে মুক্তভাৱে যাতায়াতত গুৰুত্ব
National-International

Iran India relations । ইৰাণৰ ৰাষ্ট্ৰপতিৰ সৈতে মোদীৰ ফোনযোগে বাৰ্তালাপ, হৰমুজৰ মাজেৰে মুক্তভাৱে যাতায়াতত গুৰুত্ব

July 1, 2026
50
Bus accident I দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত বাছত অগ্নিকাণ্ডত নিহত ৭, আহত কমেও ২২
National-International

Bus accident I দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত বাছত অগ্নিকাণ্ডত নিহত ৭, আহত কমেও ২২

July 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ram Mandir pran pratistha : সোমবাৰে খোল খাব ৰাম মন্দিৰৰ দুৱাৰ, কি কি কাৰ্যসূচী থাকিব

Ram Mandir controversy I অযোধ্যাৰ প্ৰণামী চুৰিৰ তদন্তত পোহৰলৈ আহিছে বিভিন্ন গাফিলতিৰ তথ্য

July 1, 2026
PM Modi I সেৱা তীৰ্থত সচিবসকলৰ সৈতে মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক

PM Modi I সেৱা তীৰ্থত সচিবসকলৰ সৈতে মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক

July 1, 2026
Iran India relations । ইৰাণৰ ৰাষ্ট্ৰপতিৰ সৈতে মোদীৰ ফোনযোগে বাৰ্তালাপ, হৰমুজৰ মাজেৰে মুক্তভাৱে যাতায়াতত গুৰুত্ব

Iran India relations । ইৰাণৰ ৰাষ্ট্ৰপতিৰ সৈতে মোদীৰ ফোনযোগে বাৰ্তালাপ, হৰমুজৰ মাজেৰে মুক্তভাৱে যাতায়াতত গুৰুত্ব

July 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT