ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

আকাশবাণী গুৱাহাটী কেন্দ্রৰ বাতৰি পঢ়া প্রতিযোগিতাৰ ফলাফলঃ খ শাখাৰ শ্ৰেষ্ঠ বোকাখাতৰ ধৃতিমান কাকতি

ASSAM TIMES POST by ASSAM TIMES POST
October 7, 2020
Reading Time: 1 min read
A A
0
WhatsApp Image 2020 10 07 at 6.10.35 PM e1602083947148 | ASSAM TIMES POST

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ

অজন্তা তালুকদাৰ:

বোকাখাত : আকাশবাণী গুৱাহাটী কেন্দ্রৰ উদ্যোগত অংশকালীন বাতৰি পৰিৱেশক গােলাপ শইকীয়াৰ স্মৃতিত অনুষ্ঠিত অনলাইন বাতৰি পঢ়া প্রতিযােগিতাৰ ফলাফলসমূহ ঘােষণা কৰা হৈছে।

তিনিটা শাখাত অনুষ্ঠিত প্রতিযোগিতাৰ ক’ শাখাত গুৱাহাটীৰ তন্ময়ী বৰাই প্রথম স্থান, শিৱসাগৰৰ অনমিত্র খাৰঘৰীয়াই দ্বিতীয় স্থান আৰু গােলাঘাটৰ হেমন্ত বৰাই তৃতীয় স্থান লাভ কৰিছে। খ’ শাখাত বোকাখাতৰ ধৃতিমান কাকতিয়ে প্রথম স্থান, যােৰহাটৰ দর্শনা বৰঠাকুৰে দ্বিতীয় স্থান আৰু কামপুৰৰ বিজয় কলিতাই তৃতীয় স্থান লাভ কৰিছে।

আনহাতে, ‘গ’ শাখাত গােলাঘাটৰ প্রণামী কৌশিকে প্রথম স্থান, দৰঙৰ সবিতা ডেকাই দ্বিতীয় স্থান আৰু যােৰহাটৰ হিমাদ্রী বৰাই তৃতীয় স্থান অধিকাৰ কৰিছে। প্রতিযােগিতাত অংশগ্রহণ কৰা এহেজাৰৰাে অধিক অংশগ্রহণকাৰীৰ মাজৰ পৰা এই ৯ গৰাকী প্রতিযােগীক বাছনি কৰি উলিওৱা হৈছে।

দিল্লী, গুজৰাট আৰু মহাৰাষ্ট্রকে ধৰি দেশৰ বিভিন্ন ঠাইৰ লগতে বিদেশত থকা বহুকেইগৰাকী অসমীয়া লােকেও প্রতিযােগিতাত অংশগ্রহণ কৰিছিল বুলি বিশেষ সূত্ৰৰ জড়িয়তে জানিব পৰা গৈছে। গ’ শাখাত আবুধাবিৰ পৰা এই প্রতিযােগিতাত অংশ লােৱা তীর্থ শর্মা আৰু কুৱেইটৰ পৰা অংশগ্রহণ কৰা প্রতিযােগী দেবাহুতি কাকতি দাসলৈ উদগনিমূলক বঁটা আগবঢ়োৱা হৈছে।

৬ অক্টোবৰত আকাশবাণী গুৱাহাটী কেন্দ্ৰ চৌহদত অনুষ্ঠিত হোৱা গােলাপ শইকীয়া স্মৃতিচাৰণ অনুষ্ঠানত এই বঁটাসমূহ প্রদান কৰা হয়। ধৃতিমান কাকতি বোকাখাতৰ কৃষি বিষয়া অলকানন্দ কাকতি আৰু কমাৰগাঁও কলেজৰ ইংৰাজী বিভাগৰ শিক্ষক ড° গায়ত্ৰী বৰা কাকতিৰ পুত্র। উল্লেখ্য যে ধৃতিমানৰ পৰিচালনাৰ এখন তথ্যচিত্ৰই দেশ বিদেশত খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

Tags: FEA
Share4Tweet3Send

Related Posts

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
Assam

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

by Staff Reporter
May 20, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ
Assam

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ

by Staff Reporter
May 14, 2026
50
HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল
Assam

HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

by Staff Reporter
May 13, 2026
50
HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ
Assam

HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ

by Staff Reporter
May 12, 2026
50
Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক
Assam

Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক

by News Desk
May 11, 2026
50
ADVERTISEMENT
CM Vijay : আস্থা ভোটত বৃহৎ জয় বিজয়ৰ, ২৫ এডিএমকে বিধায়কৰো সমৰ্থন টিভিকে চৰকাৰক
National-International

TN CM Vijay I ধৰ্ষণত শূন্য সহনশীলতা নীতিৰে অপৰাধ দমন কৰিবলৈ আৰক্ষীক কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰী বিজয়

May 26, 2026
50
Tripura Govt I এইখন ৰাজ্যত এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীয়ে সপ্তাহত পাঁচ দিন কাম কৰিব লাগিব, বৃদ্ধি কৰ্মঘণ্টা
National-International

Tripura Govt I এইখন ৰাজ্যত এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীয়ে সপ্তাহত পাঁচ দিন কাম কৰিব লাগিব, বৃদ্ধি কৰ্মঘণ্টা

May 26, 2026
50
Delhi Gymkhana Club I দিল্লীৰ জিমখানা ক্লাবৰ নামত ২১৭ কোটিৰ মিউচুৱেল ফাণ্ড, ১২৯ কোটিৰ সম্পত্তি
National-International

Delhi Gymkhana Club I দিল্লীৰ জিমখানা ক্লাবৰ নামত ২১৭ কোটিৰ মিউচুৱেল ফাণ্ড, ১২৯ কোটিৰ সম্পত্তি

May 26, 2026
50
Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান
National-International

Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান

May 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CM Vijay : আস্থা ভোটত বৃহৎ জয় বিজয়ৰ, ২৫ এডিএমকে বিধায়কৰো সমৰ্থন টিভিকে চৰকাৰক

TN CM Vijay I ধৰ্ষণত শূন্য সহনশীলতা নীতিৰে অপৰাধ দমন কৰিবলৈ আৰক্ষীক কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰী বিজয়

May 26, 2026
Tripura Govt I এইখন ৰাজ্যত এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীয়ে সপ্তাহত পাঁচ দিন কাম কৰিব লাগিব, বৃদ্ধি কৰ্মঘণ্টা

Tripura Govt I এইখন ৰাজ্যত এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীয়ে সপ্তাহত পাঁচ দিন কাম কৰিব লাগিব, বৃদ্ধি কৰ্মঘণ্টা

May 26, 2026
Delhi Gymkhana Club I দিল্লীৰ জিমখানা ক্লাবৰ নামত ২১৭ কোটিৰ মিউচুৱেল ফাণ্ড, ১২৯ কোটিৰ সম্পত্তি

Delhi Gymkhana Club I দিল্লীৰ জিমখানা ক্লাবৰ নামত ২১৭ কোটিৰ মিউচুৱেল ফাণ্ড, ১২৯ কোটিৰ সম্পত্তি

May 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx