ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বোকাখাতত দুই স্বাধীনতা যুঁজাৰু শ্বহীদ আৰু শিল্পী আইদেউ সন্দিকৈৰ পূৰ্ণাংগ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন

ASSAM TIMES POST by ASSAM TIMES POST
August 10, 2019
Reading Time: 1 min read
A A
0
বোকাখাতত দুই স্বাধীনতা যুঁজাৰু শ্বহীদ আৰু শিল্পী আইদেউ সন্দিকৈৰ পূৰ্ণাংগ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন

assam times post | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

অজন্তা তালুকদাৰ, বোকাখাতঃ মাতৃভূমিৰ মুক্তিৰ বাবে প্ৰাণৰ মমতা এৰি ১৯৩২-ত শ্বহীদ হোৱা শ্বহীদ বিজু বৈষ্ণৱ, ১৯৪৩ ত শ্বহীদ হোৱা শ্বহীদ কমলা মিৰি আৰু অসমৰ প্ৰথমখন অসমীয়া বোলছবি জয়মতীত অভিনয় কৰা প্ৰথম গৰাকী মহিলা অভিনেত্ৰী তথা অসমৰ সাংস্কৃতিক জগতখনত মহিলা শিল্পীৰ বাটকটীয়া আইদেউ সন্দিকৈৰ প্ৰতি সন্মান জনাই সেইসকলৰ স্মৃতিত আজি বোকাখাতত তিনিওৰে একোটিকৈ পূৰ্ণাংগ প্ৰতিমূৰ্তি স্থাপনৰ আধাৰশিলা সম্পন্ন হৈ যায়।

বোকাখাতৰ গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন বঙলাৰ চৌহদত এই আধাৰশিলা স্থাপন কৰে অসম চৰকাৰৰ কৃষি, পশুপালন আৰু খাদ্য সংশাধন বিভাগৰ কেবিনেট মন্ত্ৰী তথা বোকাখাত সমষ্টিৰ বিধায়ক অতুল বৰাই।

c29e6774 d957 4ab0 a980 960e9f272c88 | ASSAM TIMES POST

বোকাখাত পুৱতি সাহিত্য সভাৰ সম্পাদক গীতাঞ্জলি কলিতাই আঁত ধৰা আধাৰশিলা স্থাপন অনুষ্ঠানত মন্ত্ৰী গৰাকীৰ লগতে উপস্থিত আছিল গোলাঘাট জিলাৰ উপায়ুক্ত ধীৰেণ হাজৰিকা, বোকাখাত মহকুমাৰ মহকুমাধিপতি বিবেক শ্যাম, বোকাখাতৰ চক্ৰ বিষয়া খনিন দাস, শিল্পী আইদেউ সন্দিকৈৰ ভতিজা বিজয় সন্দিকৈ, শ্বহীদ কমলা মিৰিৰ জ্যেষ্ঠ নাতি গোলাপ লয়িং, শ্বহীদ বিজু বৈষ্ণৱৰ নাতি বোৱাৰী জ্যোৎস্না বাউৰী, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, সমাজকৰ্মী তথা বিজেপীৰ ৰাজ্যিক পৰ্যায়ৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য অনিমেষ শইকীয়া, বোকাখাত পুৱতি সাহিত্য সভাৰ প্ৰাক্তন সভাপতিদ্বয় ক্ৰমে নিজৰা বৰঠাকুৰ আৰু কল্পনা চেতিয়া, জ্যেষ্ঠ সাংবাদিক বুবুল দত্ত, অসম ৰাজ্যিক মহিলা কংগ্ৰেছ কমিটিৰ সম্পাদিকা তথা বোকাখাত মিচিং সাহিত্য সভাৰ সভাপতি মিনতি দলে, কবি সাংবাদিক অমৰ শৰ্মা, শ্বহীদ বিজু বৈষ্ণৱ স্মৃতি ৰক্ষা সমিতিৰ সভাপতি চাখিৰাম মাহাত্বো, আটছাৰ বোকাখাত শাখাৰ সভাপতি কুমুদ কালিন্দী, সমাজকৰ্মী ভাস্কৰ কালিন্দী, বোকাখাত পুৱতি সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য মৃদুস্মিতা শৰ্মা, লগতে অসম গণ পৰিষদ, বিজেপীৰ অসম শাখাৰ আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ভালেকেইজন বিষয় ববীয়া আৰু সদস্য, ভালেসংখ্যক সাংবাদিক, বিশিষ্ট ব্যক্তি আৰু স্থানীয় ৰাইজ উপস্থিত আছিল।

মন্ত্ৰী অতুল বৰাই উক্ত আধাৰশিলা স্থাপন অনুষ্ঠানত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অক্লান্ত সেনানী বীৰ শ্বহীদ কমলা মিৰি আৰু বিজু বৈষ্ণৱ তথা শিল্পী আইদেউ সন্দিকৈলৈ শ্ৰদ্ধা জ্ঞাপন কৰি তিনিওগৰাকী নমস্য ব্যক্তিৰ প্ৰতিমূৰ্তিৰ নিৰ্মান কোনো অসুবিধা নোহোৱাকৈ নিয়াৰিকৈ সম্পূর্ণ হোৱাৰ ক্ষেত্রত বোকাখাতৰ সকলো শ্ৰেণীৰ নাগৰিকৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰে।

Share50Tweet3Send

Related Posts

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
ADVERTISEMENT
Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য
National-International

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

July 4, 2026
50
UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ
National-International

UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

July 4, 2026
50
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

July 4, 2026
50
Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত
National-International

Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত

July 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

July 4, 2026
UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

July 4, 2026
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

July 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx