ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ইণ্টাৰ ক্লাৱ ফুটবল চেম্পিয়নশ্বীপ ২০২০:

কংচিঙ এফচিক ১--০ ত হেৰুৱাই চূড়ান্ত খিতাপ মাতগ্ৰিক এফচিৰ

ASSAM TIMES POST by ASSAM TIMES POST
October 7, 2020
Reading Time: 1 min read
A A
0
ইণ্টাৰ ক্লাৱ ফুটবল চেম্পিয়নশ্বীপ ২০২০:

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

ষ্টাফ ৰিপ’ৰ্টাৰ:

ডিফু : কাৰবি আংলঙ ক্ৰীড়া সন্থাৰ অধীনত হানজাংলাংছ’ৰ খেল পথাৰত বিগত দুই সপ্তাহ ধৰি চলি থকা আন্তঃ ক্লাৱ ফুটবল চেম্পিয়নশ্বীপ ২০২০ চূড়ান্ত খেলত মাতগ্ৰীক এফচিয়ে চূড়ান্ত বিজয়ী খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় ৷

আজি হানজাংলাংছ খেল পথাৰত অনুষ্ঠিত তীব্ৰ প্ৰতিদ্বন্ধিতা মূলক চূড়ান্ত খেলখনত মাতগ্ৰীক এফচিৰ হৈ খেলৰ প্ৰথমাৰ্দ্ধৰ ৪২ মিনিটত মাতগ্ৰীক এফচিৰ পাৰছ বড়োৱে কংচিং এফচিক এক গলদি মাতগ্ৰীক এফচিক ১- ০ ৰ অগ্ৰগতি দিয়ে ৷

খেলৰ শেষলৈকে কংচিঙ এফচিয়ে তীব্ৰ প্ৰতিদ্বন্ধিতা আগবঢ়ায় যদিও শেষ ৰক্ষা কৰাত অসমৰ্থ হয় ৷ খেলখনত মেন অৱ দা টুৰ্ণামেণ্টৰ সন্মান লাভ কৰে মাতগ্ৰীক এফচি কৰে মাধ শইকীয়াই আৰু শ্ৰেষ্ট খেলুৱৈৰ সন্মান লাভ কৰে পাৰছ বড়োৱে ৷

বিজেতাক পুৰষ্কাৰ প্ৰদান কৰে লাংটুক তিমুঙ ( এছকে) আৰু কাছাৰ সম্পাদক হৰেণ ইংতিয়ে ৷ চূড়ান্ত বিজয়ী ট্ৰফী আৰু নগদ পুৰষ্কাৰৰ ধন প্ৰদান কৰে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী প্ৰাক্তন সদস্য জীৱন পাঠকে আৰু কাছা সাধাৰণ সম্পাদক পংকজ টেৰণে ৷

ইয়াৰোপৰি বঁটা বিতৰণি সভাত প্ৰাক্তন আন্তৰাষ্ট্ৰীয় খেলুৱৈ ছিং ৰংহাঙ আমন্ত্ৰিত অতিথি হিছাপে উপস্থিত থাকে ৷ খেল খন পৰিচালনা কৰে শঙ্কৰ তেৰাঙে ৷ তেওক লাইনত সহায় কৰে গুলচন ৰংপি আৰু বাবুৰাম টেৰণে ৷চতুৰ্থ ৰেফাৰী হিচাপে থাকে লক্ষী কিলিংপী লগতে মেছ আয়ুক্ত আছিল অমিত তেৰাঙ ৷

Tags: karbi anglong
Share4Tweet3Send

Related Posts

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

by News Desk
August 5, 2026
50
Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি
KARBI ANGLONG

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

by News Desk
August 4, 2026
50
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

by News Desk
August 4, 2026
50
Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ
Assam

Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ

by News Desk
August 4, 2026
50
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

by News Desk
August 3, 2026
50
Assam flood casualties : অসমৰ বানত মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি

ADVERTISEMENT
Sheikh Hasina : প্ৰাণৰ পৰোৱা নকৰোঁ, ৰাইজৰ স্বাৰ্থত মই দেশলৈ উভতিব লাগিব, বিগত দুবছৰত বাংলাদেশ ডুবিছে বুলি হাছিনাৰ অভিযোগ
National-International

August 6, 2026
50
India slams Pakistan : ৩৭০ অনুচ্ছেদ বাতিলত হস্তক্ষেপ, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ

Lok Sewa award : কাৰ্বি আংলঙৰ দুই কৰ্মচাৰীলৈ লোকসেৱা পুৰস্কাৰ
DIPHU

Lok Sewa award : কাৰ্বি আংলঙৰ দুই কৰ্মচাৰীলৈ লোকসেৱা পুৰস্কাৰ

August 6, 2026
50
Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

August 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sheikh Hasina : প্ৰাণৰ পৰোৱা নকৰোঁ, ৰাইজৰ স্বাৰ্থত মই দেশলৈ উভতিব লাগিব, বিগত দুবছৰত বাংলাদেশ ডুবিছে বুলি হাছিনাৰ অভিযোগ

Sheikh Hasina : প্ৰাণৰ পৰোৱা নকৰোঁ, ৰাইজৰ স্বাৰ্থত মই দেশলৈ উভতিব লাগিব, বিগত দুবছৰত বাংলাদেশ ডুবিছে বুলি হাছিনাৰ অভিযোগ

August 6, 2026
India slams Pakistan : ৩৭০ অনুচ্ছেদ বাতিলত হস্তক্ষেপ, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ

India slams Pakistan : ৩৭০ অনুচ্ছেদ বাতিলত হস্তক্ষেপ, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ

August 6, 2026
Lok Sewa award : কাৰ্বি আংলঙৰ দুই কৰ্মচাৰীলৈ লোকসেৱা পুৰস্কাৰ

Lok Sewa award : কাৰ্বি আংলঙৰ দুই কৰ্মচাৰীলৈ লোকসেৱা পুৰস্কাৰ

August 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT