ASSAM TIMES POST
নতুন দিল্লীঃ প্ৰতিযোগিতাত নিজকে শ্ৰেষ্ঠ বুলি প্ৰতিপন্ন কৰাৰ লক্ষ্যৰে গুগলে ছাত্ৰ-ছাত্ৰীৰ বাবে ৩ মাহ বিনামূলীয়াকৈ ইউটিউব প্ৰিমিয়াম আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
ইয়াত ছাত্ৰ-ছাত্ৰীসকললে ইউটিউব প্ৰিমিয়াম মিউজিকৰ সুবিধাও লাভ কৰিব।
অৱশ্যে আমেৰিকাৰ ক্ষেত্ৰতহে এই ঘোষণা প্ৰযোজ্য হ’ব।













