ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

সোণাৰি চাপৰিত অঘটন : পুখুৰীত গা ধুবলৈ গৈ কিশোৰৰ সলিল সমাধি

ASSAM TIMES POST by ASSAM TIMES POST
October 12, 2020
Reading Time: 1 min read
A A
0
সোণাৰি চাপৰিত অঘটন : পুখুৰীত গা ধুবলৈ গৈ কিশোৰৰ সলিল সমাধি

logo new 2 1 1 1 | ASSAM TIMES POST

RELATED POSTS

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

Assam CM on flood I মুখ্যমন্ত্ৰী সাহায্য পুঁজিত বৃহস্পতিবাৰেই জমা ১০ কোটিৰো অধিক, সাহায্য পুঁজিৰ ধন খৰচ হ’ব শিৱসাগৰ-চৰাইদেউত

Assam CM flood relief I বানপীড়িত জিলাৰ ঋণ ৰেহাইৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা

ষ্টাফ ৰিপ’ৰ্টাৰ:

সোণাৰি চাপৰিত অঘটন ৷ এটি ১৫ বছৰীয়া কিশোৰৰ পুখুৰীত গা ধুবলৈ গৈ সলিল সমাধি ঘটনাক লৈ সোণাৰি চাপৰিত তীব্ৰ চাঞ্চল্য সৃষ্টি হোৱাৰ লগতে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷

প্ৰাপ্ত খবৰ অনুসৰি  ঢকুৱাখনা মহকুমাৰ সোণাৰি চাপৰি আৰক্ষী চকীৰ অন্তগত বাঢৈচলা গাওঁৰ হোমেন খনিকৰ আৰু অমিয়া খনিকৰৰ পুত্ৰ তথা কেকুঁঁৰি ট্ৰাইবেল হাইস্কুলৰ সুপ্ৰতিম খনিকৰ ( ১৫ ) নামৰ কালিৰে পৰাই নিৰুদ্দেশ হৈ থকা অষ্টম শ্ৰেণীৰ  ছাত্ৰ জনৰ মৃতদেহ আজি পুুুুৱা  ৯.৫৫ বজাত উদ্ধাৰ কৰা হৈছে ৷ 

ঘটনাৰ বিবৰণী মতে উক্ত কিশোৰটিয়ে নিজ ককায়েকৰ লগত ১১ অক্টটোবৰৰ দুপৰীয়া মাছ ধৰা জাল চাবলৈ যায় আৰু ককায়েকক পঠিয়াই নিজে এটা পুখুৰীত নামি গা ধোৱে ৷ ককায়েকে কিছু দূৰলৈ আহি ভায়েকলৈ অপেক্ষা কৰাত ভায়েকক দেখা নাপাই পিছত ককায়েকে আহি পুনৰ পুখুৰীৰ পাৰলৈ ঘুৰি যায় যদিও ভায়েকক নেদেখি কিছু দুৰত ধান দাই থকা মাকৰ ওচৰলৈ গ’ল বুলি ঘুৰি আহি ঘৰত মাকক দেখি আতংকিত হয় ৷

ঘটনাটো বনজুইৰ দৰে বিয়পি পৰাৰ লগে লগেই পৰিয়ালৰ ল’গতে গাওঁৰ ৰাইজেও বহু বিছাৰ খুছাৰ কৰিও কিশোৰটিৰ কোনো সম্ভেদ নাপায় আৰক্ষীক খবৰ দিয়াত সন্ধিয়া  সোণাৰি চাপৰি আৰক্ষী আৰু ঢকুৱাখনাৰ এছডিআৰএফ বাহিনীৰ লোক ঘটনাস্থলীত  উপস্থিত হয় যদিও ৰাতি উদ্ধাৰ অভিযান স্বগিত ৰাখিব লগীয়া হয় ৷

আনহাতে আজি পুৱা ৭ মান বজাৰ পৰাই এছডিআৰএফ বাহিনীৰে প্ৰায় দুঘণ্টাৰো অধিক সময় পুখুৰীটোত অনুসন্ধান চলাই বিফল হোৱাত চাৰিজন স্বানীয় লোক অনুসন্ধানত নামি পৰে ৷

স্বানীয় লোক কেইজনে পুখুৰীত নামি কিছুসময় অনুসন্ধান চলোৱাৰ পিছত কেইডালমান পুখুৰীত পেলাই থোৱা জেং উদ্ধাৰ কৰি পাৰলৈ তুলি অনাৰ পিছতেই  মৃত  ছাত্ৰ জনৰ মৃতদেহটো পানীত  উপঙি উঠাত এক অৱননীয় পৰিবেশ সৃষ্টি হয় ৷ ছাত্ৰজনৰ মৃতদেহটো পানীৰ পৰা তুলি অনাৰ পিছত এক শোকাকুল পৰিবেশ বিৰাজ কৰে ৷ ছাত্ৰজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰলৈ প্ৰেৰণ কৰা হয় ৷

Tags: Featured2
Share4Tweet3Send

Related Posts

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন
Assam

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

by Staff Reporter
July 31, 2026
50
Assam Flood Situations : এতিয়াও বানৰ কবলত ২৭ জিলা, বিগত ২৪ ঘণ্টাত বানত মৃত্যু ৫ জনৰ
Assam

Assam CM on flood I মুখ্যমন্ত্ৰী সাহায্য পুঁজিত বৃহস্পতিবাৰেই জমা ১০ কোটিৰো অধিক, সাহায্য পুঁজিৰ ধন খৰচ হ’ব শিৱসাগৰ-চৰাইদেউত

by Staff Reporter
July 31, 2026
50
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে
Assam

Assam CM flood relief I বানপীড়িত জিলাৰ ঋণ ৰেহাইৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা

by Staff Reporter
July 31, 2026
50
Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood I ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৮০ জনলৈ বৃদ্ধি, ক্ষতিগ্ৰস্ত ২ লক্ষাধিক লোক

by Staff Reporter
July 31, 2026
50
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
Assam

Rain alert I অৰুণাচল-নাগালেণ্ডত পুনৰ ধাৰাসাৰ বৰষুণৰ আগজাননী, প্ৰশাসনৰ সতৰ্কবাণী

by Staff Reporter
July 30, 2026
50
Assam Crash I Speeding Truck Hits Stationary Vehicle on NH-27 — 2 Dead
Assam

Assam Crash I Speeding Truck Hits Stationary Vehicle on NH-27 — 2 Dead

by Staff Reporter
July 30, 2026
50
ADVERTISEMENT
National-International

Indian Navy I  গভীৰ সাগৰত পাক-চীনৰ সৈতে মুখামুখি হ’বলৈ জাৰ্মান কোম্পানীৰ সৈতে ৯০ হাজাৰ কোটিৰ চুক্তি নৌসেনাৰ

July 31, 2026
50
Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ
National-International

PM Modi I লোকসভা-ৰাজ্যসভাত প্রশ্নকাকত ফাদিল বিৰোধী বিধেয়ক গৃহীত হোৱাৰ পিছত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পুনৰ ভিডিঅ’ বার্তা

July 31, 2026
50
Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন
Assam

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

July 31, 2026
50
Assam Flood Situations : এতিয়াও বানৰ কবলত ২৭ জিলা, বিগত ২৪ ঘণ্টাত বানত মৃত্যু ৫ জনৰ
Assam

Assam CM on flood I মুখ্যমন্ত্ৰী সাহায্য পুঁজিত বৃহস্পতিবাৰেই জমা ১০ কোটিৰো অধিক, সাহায্য পুঁজিৰ ধন খৰচ হ’ব শিৱসাগৰ-চৰাইদেউত

July 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Indian Navy I  গভীৰ সাগৰত পাক-চীনৰ সৈতে মুখামুখি হ’বলৈ জাৰ্মান কোম্পানীৰ সৈতে ৯০ হাজাৰ কোটিৰ চুক্তি নৌসেনাৰ

July 31, 2026
Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

PM Modi I লোকসভা-ৰাজ্যসভাত প্রশ্নকাকত ফাদিল বিৰোধী বিধেয়ক গৃহীত হোৱাৰ পিছত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পুনৰ ভিডিঅ’ বার্তা

July 31, 2026
Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

July 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx