ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

‘ছুপাৰ ছানডে’, ‘ছুপাৰ অভাৰ’, ‘ছুপাৰ আম্পায়াৰ’! দেওবাৰে আইপিএলত দৃষ্টি কাঢ়িলে আম্পায়াৰেও

ASSAM TIMES POST by ASSAM TIMES POST
October 19, 2020
Reading Time: 1 min read
A A
0
‘ছুপাৰ ছানডে’, ‘ছুপাৰ অভাৰ’, ‘ছুপাৰ আম্পায়াৰ’! দেওবাৰে আইপিএলত দৃষ্টি কাঢ়িলে আম্পায়াৰেও

logo new 2 1 1 1 | ASSAM TIMES POST

RELATED POSTS

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে

নিউজ ডেক্স:

‘ছুপাৰ ছানডে’, ‘ছুপাৰ অভাৰ’, ‘ছুপাৰ আম্পায়াৰ’! দেওবাৰে আইপিএলত দৃষ্টি কাঢ়িলে আম্পায়াৰেও

দেওবাৰে কলকাতা আৰু হায়দৰাবাদৰ মাজৰ আইপিএল মেচত দৃষ্টি কাঢ়িলে ‘ৰকষ্টাৰ’ আম্পায়াৰ পশ্চিম পাঠকে। আবুধাবিৰ বাইছ গজত মৰ্গান-ৱার্নাৰৰ দৰে তাৰকাসকল থাকিলেও ছচিয়েল মিডিয়াৰ চর্চাৰ কেন্দ্রত ‘ষ্টাইলভাই’ পশ্চিম।

দেওবাৰে আবুধাবিত আছিল ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ মেচ। কিন্তু দুয়ো দলৰ ক্রিকেট তাৰকাসকলৰ উপৰি আম্পায়াৰ সুন্দৰম ৰবিক সঙ্গী হিচাপে লৈ পশ্চিম ষ্টেডিয়ামত নামোতেই তেওঁৰ ওপৰত চকু থৰ হৈ ৰয় বহুতৰে। কান্ধত পৰা কেকোঁৰা চুলি, চকুত ছান গ্লাছ। পশ্চিম পাঠকৰ এই ষ্টাইলে স্বাভাৱিকতে ক্রিকেটপ্রেমীৰ জগতত আলোড়ন সৃষ্টি কৰে।

আইপিএলতো বাদেই, দেশীয় বা আন্তর্জাতিক স্তৰতো পশ্চিম পাঠকৰ দৰে হেয়াৰ ষ্টাইল বোধহয় আগতে দেখা যোৱা নাই। নেটিজেনসকলৰ বহুতেইই ক’বলৈ আৰম্ভ কৰে, ‘ৰকষ্টাৰ’ আম্পায়াৰ!
কিন্তু কোন এই পশ্চিম পাঠক? চলিত আইপিএলত তেওঁৰ প্রথম মেচ হ’লেও এক দশকৰো অধিক সময় ধৰি আম্পায়াৰিং কৰিছে পশ্চিম পাঠকে। ঘৰুৱা ক্রিকেটত তেওঁক দেখা গৈছে বিগত ২০০৯ চনৰ পৰা।

আনকি দেশৰ মাটিত ২খন টেষ্ট আৰু ৩খন এদিনীয়া মেচতো ৰিজার্ভ আম্পায়াৰ আছিল পশ্চিম। কেৱল মাত্র দেশীয় স্তৰতেই নহয়, আন্তর্জাতিক মেচতো আম্পায়াৰিং কৰা দেখা গৈছে পশ্চিমক। ২০১২ত মহিলাৰ ২খন আন্তর্জাতিক মেচত ষ্টেডিয়ামত নামিছিল তেওঁ। ২০১৪ আৰু ২০১৫ৰ আইপিএল মিলাই মুঠ ৪খন মেচত অন-ফিল্ড আম্পায়াৰিং কৰিছে পশ্চিম পাঠকে।

ইয়াৰ আগতেও লাইমলাইটলৈ আহিছিল পশ্চিম। প্রথম ভাৰতীয় আম্পায়াৰ হিচাবে মূৰত হেলমেট পিন্ধি। সেয়া আছিল ২০১৫ চনৰ কথা। বিজয় হাজাৰে টুর্নামেণ্টত এখন মেচত হেলমেট পিন্ধি তেওঁ ষ্টেডিয়ামত নামিছিল। দেওবাৰে আবুধাবিত অৱশ্যে বহুতে তেওঁক মহিলা আম্পায়াৰ বুলিও ভুল কৰে!

Tags: featured3
Share4Tweet3Send

Related Posts

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ
Sports News

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ

by News Desk
June 26, 2026
50
Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি
Sports News

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

by News Desk
June 25, 2026
50
World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে
Sports News

World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে

by News Desk
June 16, 2026
50
Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী
Sports News

Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী

by News Desk
June 15, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
Sports News

FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

by News Desk
June 11, 2026
50
‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক
Sports News

‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক

by News Desk
June 9, 2026
50
ADVERTISEMENT
Ram Mandir : বেংকৰ প্ৰাক্তন কৰ্মচাৰীৰ পৰা ট্ৰাষ্টৰ হিচাপৰক্ষকলৈ, ৰাম মন্দিৰৰ ধন চুৰিৰ অপৰাধত আৰু কোন গ্ৰেপ্তাৰ
National-International

Ram Mandir : বেংকৰ প্ৰাক্তন কৰ্মচাৰীৰ পৰা ট্ৰাষ্টৰ হিচাপৰক্ষকলৈ, ৰাম মন্দিৰৰ ধন চুৰিৰ অপৰাধত আৰু কোন গ্ৰেপ্তাৰ

June 27, 2026
50
Gautam Adani : ট্ৰাম্পৰ পুত্ৰৰ সৈতে আদানীৰ বৈঠকক লৈ সমগ্ৰ বিশ্বতে চৰ্চা, হঠাৎ কি আহিল এই প্ৰসংগ
National-International

Gautam Adani : ট্ৰাম্পৰ পুত্ৰৰ সৈতে আদানীৰ বৈঠকক লৈ সমগ্ৰ বিশ্বতে চৰ্চা, হঠাৎ কি আহিল এই প্ৰসংগ

June 27, 2026
50
Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত
National-International

Pune murder case : মূৰত উইগ পিন্ধাৰ বাবেই হত্যা ? কেতন আগৰৱালা হত্যাকাণ্ডক লৈ পিতৃৰ চাঞ্চল্যকৰ দাবী

June 27, 2026
50
Ram Mandir : ৰাম মন্দিৰৰ পৰা চুৰি হোৱা ৮০ লাখ টকা উদ্ধাৰ
National-International

Ram Mandir : ৰাম মন্দিৰৰ পৰা চুৰি হোৱা ৮০ লাখ টকা উদ্ধাৰ

June 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ram Mandir : বেংকৰ প্ৰাক্তন কৰ্মচাৰীৰ পৰা ট্ৰাষ্টৰ হিচাপৰক্ষকলৈ, ৰাম মন্দিৰৰ ধন চুৰিৰ অপৰাধত আৰু কোন গ্ৰেপ্তাৰ

Ram Mandir : বেংকৰ প্ৰাক্তন কৰ্মচাৰীৰ পৰা ট্ৰাষ্টৰ হিচাপৰক্ষকলৈ, ৰাম মন্দিৰৰ ধন চুৰিৰ অপৰাধত আৰু কোন গ্ৰেপ্তাৰ

June 27, 2026
Gautam Adani : ট্ৰাম্পৰ পুত্ৰৰ সৈতে আদানীৰ বৈঠকক লৈ সমগ্ৰ বিশ্বতে চৰ্চা, হঠাৎ কি আহিল এই প্ৰসংগ

Gautam Adani : ট্ৰাম্পৰ পুত্ৰৰ সৈতে আদানীৰ বৈঠকক লৈ সমগ্ৰ বিশ্বতে চৰ্চা, হঠাৎ কি আহিল এই প্ৰসংগ

June 27, 2026
Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত

Pune murder case : মূৰত উইগ পিন্ধাৰ বাবেই হত্যা ? কেতন আগৰৱালা হত্যাকাণ্ডক লৈ পিতৃৰ চাঞ্চল্যকৰ দাবী

June 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx