ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ধৰ্ষণৰ ভিডিও তুলি ইণ্টাৰনেটত বিক্ৰী ! মহাৰাষ্ট্ৰ আৰক্ষীৰ জালত নৰাধম

ASSAM TIMES POST by ASSAM TIMES POST
October 31, 2020
Reading Time: 1 min read
A A
0
ধৰ্ষণৰ ভিডিও তুলি ইণ্টাৰনেটত বিক্ৰী ! মহাৰাষ্ট্ৰ আৰক্ষীৰ জালত নৰাধম

logo new 2 1 1 1 | ASSAM TIMES POST

RELATED POSTS

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

নিউজ ডেক্স:

পেছাত বাছ কন্ডাক্টৰ। স্নাতকোত্তৰ ডিগ্ৰীৰ লগতে বিএডও আছে। কিন্তু এনে এজন মানুহৰ ভিতৰত যে জঘন্য মানসিকতা লুকাই থাকিব তাক কোনে জানে! বিভিন্ন বয়সৰ মহিলাসকলক চৰকাৰী চাকৰিৰ টোপ দি শাৰীৰিক সম্পর্ক স্থাপন কৰাবলৈ বাধ্য কৰি সেই দৃশ্যৰ ভিডিও বিক্ৰী কৰিয়েই লক্ষ লক্ষ টকা উপাৰ্জন কৰিছিল সেই পাষণ্ডটোৱে। অৱশেষত আৰক্ষীৰ জালত অভিযুক্ত।

image 1538051350106003 tu81i48jwg | ASSAM TIMES POSTমহাৰাষ্ট্রৰ বাসিন্দা ৩২ বছৰীয়া মিলিন্দ জাৰৰ বিৰুদ্ধে এই পর্যন্ত দুগৰাকী মহিলাই অভিযোগ দাখিল কৰিছে। তেওঁলোকৰ এগৰাকীৰ বয়স ১৮। অন্যগৰাকীৰ ৩০। যোৱা জুলাইৰ পৰাই পলাই আছিল অভিযুক্ত। অৱশেষত বৃহস্পতিবাৰে এক সূত্রৰ পম খেদি তাক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে। তাৰ বিৰুদ্ধে একাধিক ধাৰাত গোচৰ ৰুজু হৈছে।

আৰক্ষীৰ জেৰাত মুখে অভিযুক্তই স্বীকাৰ কৰিছে, ২০১৯ চনৰ জুনৰ পৰা নৱেম্বৰৰ ভিতৰত ৫ লক্ষ টকা উপাৰ্জন কৰিছে এই ধর্ষণৰ ভিডিওবোৰ বিক্ৰী কৰি। অভিযুক্তৰ পৰা ৬২টি ক্লিপ উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

সেইবোৰ ইতিমধ্যেই এটি পর্নোগ্রাফি ৱেবছাইটত আপলোড কৰিছে। কিন্তু ভিডিওবোৰত নিজে প্রকাশ্যে অহা নাই। কিন্তু মহিলাগৰাকীৰ ওপৰত যাতে কেমেৰৰ ফকাছ সম্পূৰ্ণভাবে থাকে তাৰ প্ৰতি লক্ষ্য ৰাখিছিল মিউনিচিপাল কর্পৰেচনৰ কন্ডাক্টৰজনে।

Tags: Featured
Share4Tweet3Send

Related Posts

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি
KARBI ANGLONG

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

by ASSAM TIMES POST
July 27, 2026
50
Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel
National-International

Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel

by News Desk
July 27, 2026
50
Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ
KARBI ANGLONG

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

by Staff Reporter
July 26, 2026
50
Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ
KARBI ANGLONG

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

by Staff Reporter
July 26, 2026
50
CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে
National-International

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

by News Desk
July 25, 2026
50
Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল
National-International

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

by News Desk
July 25, 2026
50
ADVERTISEMENT
Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized
Assam

Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized

July 28, 2026
50
Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি
KARBI ANGLONG

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

July 27, 2026
50
Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel
National-International

Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel

July 27, 2026
50
Manipur Crisis : Kuki Blockade After Goods Seized Sparks Tensions
NORTHEAST

Manipur Crisis : Kuki Blockade After Goods Seized Sparks Tensions

July 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized

Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized

July 28, 2026
Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

July 27, 2026
Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel

Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel

July 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx