ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

অৰ্ণৱ গোস্বামীক প্ৰেপ্তাৰৰ গৰিহণা গুৱাহাটী প্ৰেছ ক্লাবৰ

News Desk by News Desk
November 4, 2020
Reading Time: 1 min read
A A
0
অৰ্ণৱ গোস্বামীক প্ৰেপ্তাৰৰ গৰিহণা গুৱাহাটী প্ৰেছ ক্লাবৰ

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized

Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

প্ৰমাণৰ অভাৱত বন্ধ হৈ থকা আত্মহত্যাৰ এক পুৰণি গোচৰ পুনৰ খোলা, আৰু এই ঘটনা সম্পৰ্কত ৰিপাব্লিক টিভি নেটৱৰ্কৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰাটো অতি দুৰ্ভাগ্যজনক। অৰ্ণৱ গোস্বামীক যি ধৰণে গ্ৰেপ্তাৰ কৰা হৈছে, তাৰ পৰা এইটো স্পষ্ট যে ব্যক্তিগত আক্ৰোশ পূৰণৰ বাবে মহাৰাষ্ট্ৰ আৰক্ষীয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে। অৰ্ণৱ গোস্বামীক অন্যায়ভাৱে গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত গুৱাহাটী প্ৰেছ ক্লাবে এক প্ৰেছ বিবৃতিযোগে এই ঘটনাৰ তীব্ৰ গৰিহণা প্ৰদান কৰে৷

আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত কাৰ্যনিৰ্বাহক বৈঠকে এই ঘটনাক তীব্ৰ গৰিহণা দিয়াৰ লগতে জ্যেষ্ঠ সাংবাদিকগৰাকীক অনতি বিলম্বে মুকলি কৰি দিবলৈ মহাৰাষ্ট্ৰ চৰকাৰ আৰু মুম্বাই আৰক্ষীক অনুৰোধ জনায়৷ লগতে তেখেতৰ ওপৰত যাতে কোনো ধৰণৰ শাৰীৰিক-মানসিক অত্যাচাৰ চলোৱা নহয় তাৰ বাবেও আহ্বান জনায়৷

গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি মনোজ নাথ আৰু সাধাৰণ সম্পাদক সঞ্জয় ৰায় স্বাক্ষৰিত প্ৰেছ বিবৃতিটোত লগতে উল্লেখ কৰে, “আমাৰ দেশৰ ন্যায় প্ৰদান প্ৰণালীৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু আশাকৰো যে ন্যায় কৰা হ’ব৷”

উল্লেখ্য, গুৱাহাটী প্ৰেছ ক্লাবে লগতে জম্মু-কাশ্মীৰৰ শেহতীয়া ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰে আৰু গৃহ মন্ত্ৰালয়ক এইটো নিশ্চিত কৰিবলৈ অনুৰোধ জনায় যে তদন্তৰ নামত যাতে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ দ্বাৰা কোনো নিৰ্দোষী সাংবাদিকক উৎপীড়ন কৰা নহয়৷

Tags: Featured
Share4Tweet3Send

Related Posts

Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized
Assam

Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized

by Staff Reporter
July 28, 2026
50
Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry
Assam

Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry

by Staff Reporter
July 27, 2026
50
Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি
Assam

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

by News Desk
July 24, 2026
50
Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত
Assam

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

by ASSAM TIMES POST
July 23, 2026
50
Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত
Assam

Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত

by ASSAM TIMES POST
July 23, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

by Staff Reporter
July 22, 2026
50
ADVERTISEMENT
Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized
Assam

Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized

July 28, 2026
50
Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি
KARBI ANGLONG

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

July 27, 2026
50
Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel
National-International

Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel

July 27, 2026
50
Manipur Crisis : Kuki Blockade After Goods Seized Sparks Tensions
NORTHEAST

Manipur Crisis : Kuki Blockade After Goods Seized Sparks Tensions

July 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized

Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized

July 28, 2026
Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

July 27, 2026
Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel

Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel

July 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx