ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বিশ্ব জুনিয়ৰ ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপত স্বৰ্ণ জয় ভাৰতৰ

ASSAM TIMES POST by ASSAM TIMES POST
August 16, 2019
Reading Time: 1 min read
A A
0
বিশ্ব জুনিয়ৰ ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপত স্বৰ্ণ জয় ভাৰতৰ

বিশ্ব জুনিয়ৰ ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপত স্বৰ্ণ জয় কৰিলে ভাৰতে৷ ফ্ৰাংকফুৰ্টত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ দলীয় স্প্ৰিণ্ট বিভাগত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ভাৰতে এই সন্মান অৰ্জন কৰিবলৈ সক্ষম হয়৷

RELATED POSTS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

উল্লেখ্য যে চাইক্লিঙৰ যিকোনো প্ৰতিযোগিতাত ভাৰতৰ এয়াই প্ৰথম স্বৰ্ণ পদক৷ ভাৰতীয় দলটোত আছিল ইছাও আলবেন, ৰোনাল্ডো আৰু ৰজিত সিংহ৷ ভাৰতে ৪৪.৬৮১ চেকেণ্ডত সময় লৈ অষ্ট্ৰেলিয়াক পৰাস্ত কৰে৷ অৱশ্যে ভাৰতৰ আৰম্ভণি সুখজনক নাছিল৷ প্ৰথম ৰাউণ্ডৰ শেষত ভাৰত ০.২৪৪ চেকেণ্ডৰ পিছ পৰি আছিল৷ কিন্তু দ্বিতীয় ৰাউণ্ডত দুৰ্দান্ত প্ৰত্যাগমন ঘটে ভাৰতৰ৷

এই ৰাউণ্ডত ভাৰতৰ ব্যৱধান ০.০৩০ ছেকেণ্ডলৈ হ্ৰাস পায়৷ তৃতীয় ৰাউণ্ডত সকলো ব্যৱধান পাছ পেলাই অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ভাৰতে স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে স্বাধীনতা দিৱসত ভাৰতীয় জুনিয়ৰ চাইক্লিং দলৰ এই সাফল্যত উৎফুল্লিত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ৷

Share4Tweet3Send

Related Posts

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
ADVERTISEMENT
Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ
National-International

আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

July 5, 2026
50
সংশোধিত ভোটাৰ তালিকাত অসমত ভোটাৰৰ সংখ্যা বৃদ্ধিঃ দিছপুৰ সমষ্টিত ভোটাৰৰ সংখ্যা বৃদ্ধিয়ে গঢ়িছে অভিলেখ
National-International

উৰিষ্যাৰ ভোটাৰ তালিকাৰ পৰা ২০ লাখতকৈও অধিক নাম কৰ্তন

July 5, 2026
50
World economy : আৰু মাত্ৰ কিছুদিনৰ পাছত ভাঙি পৰাৰ সম্ভাৱনা বিশ্বৰ অৰ্থনীতি
National-International

ধুমুহাৰ বেগত ধ্বংস হৈছে অ’জন স্তৰ, চাৰখাৰ হ’ব পৃথিৱী 

July 5, 2026
50
Illegal imprisonment : ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ
NORTHEAST

Illegal imprisonment : ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ

July 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

July 5, 2026
সংশোধিত ভোটাৰ তালিকাত অসমত ভোটাৰৰ সংখ্যা বৃদ্ধিঃ দিছপুৰ সমষ্টিত ভোটাৰৰ সংখ্যা বৃদ্ধিয়ে গঢ়িছে অভিলেখ

উৰিষ্যাৰ ভোটাৰ তালিকাৰ পৰা ২০ লাখতকৈও অধিক নাম কৰ্তন

July 5, 2026
World economy : আৰু মাত্ৰ কিছুদিনৰ পাছত ভাঙি পৰাৰ সম্ভাৱনা বিশ্বৰ অৰ্থনীতি

ধুমুহাৰ বেগত ধ্বংস হৈছে অ’জন স্তৰ, চাৰখাৰ হ’ব পৃথিৱী 

July 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx