নিউজ ডেক্স:
বিহাৰ বিধানসভা নিৰ্বাচনৰ চূড়ান্ত ফলাফল ঘোষণা। মেজিক নাম্বাৰ চেৰাই NDAয়ে পালে ১২৫খন আসন।মহাজোঁটবন্ধনে লাভ কৰিছে ১০৯ খন আসন।
অন্যান্যই লাভ কৰিছে ৯খন আসন। বিহাৰত NDAৰ ফালৰ পৰা নীতিশ কুমাৰে মুখ্যমন্ত্ৰী হব বুলি ঘোষণা কৰিছে বিজেপিয়ে। বুধবাৰে ৰাজ্যপালক পদত্যাগ পত্ৰ দিব নীতিশ কুমাৰে।
© 2020 Assam Times Post. | Powered By Webx
© 2020 Assam Times Post. | Powered By Webx