ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্কঃ

News Desk by News Desk
August 10, 2026
Reading Time: 1 min read
A A
0
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি

আজিৰে পৰা সুলভ মূল্যৰ দোকানত লাভ কৰিব দাইল আৰু চেনি। ৰাজ্যৰ ৰেচন কাৰ্ডধাৰী (Ration card holder) ৭০ লক্ষাধিক হিতাধিকাৰী (Over 7 million beneficiaries) পৰিয়ালে মাহিলি লাভ কৰা বিনামূলীয়া ৰেচন (Free ration)ৰ লগতে ১ কিলোগ্ৰামকৈ মচুৰ দাইল আৰু চেনিও লাভ কৰিব। অৱশ্যে ইয়াৰ বাবদ পৰিশোধ কৰিব লাগিব ন্যূনতম ১০০ টকা। অৱশ্যে বিধানসভা নিৰ্বাচনৰ পূৰ্বে হিতাধিকাৰীসকলে দাইল আৰু চেনি লাভ কৰিছিল যদিও নিৰ্বাচনৰ বাবে তিনিমাহ বন্ধ হৈ আছিল। আনহাতে, ১০ আগষ্টৰ পৰা পুনৰ ১০০ টকা মূল্যত দাইল আৰু চেনি হিতাধিকাৰীসকলে লাভ কৰিব। এই উপলক্ষে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে ৰহাৰ সুৰেন পাটৰ নামৰ সুলভ মূল্যৰ সামগ্ৰী বিক্ৰেতাজনৰ দোকানৰ পৰাই এই বিতৰণ কাৰ্যসূচী আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

আঁচনি উদ্বোধন কৰি ৰাইজক উদ্দেশ্যি দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে অসম চৰকাৰে নিৰ্বাচনৰ পূৰ্বে বিভিন্ন আঁচনি আৰম্ভ কৰিছিল। ইয়াৰে বহুকেইখন আঁচনিয়ে পাঁচবছৰ সম্পূৰ্ণ কৰিছে যদিও নিৰ্বাচনৰ পাছত বাজেট অধিৱেশন অনুষ্ঠিত নোহোৱাৰ ফলত কেইখনমান আঁচনি বন্ধ হৈ পৰিছিল৷ ইয়াৰ পূৰ্বে ৰাইজক জনাইছিলোঁ যে জুলাই মাহত বাজেট অধিৱেশন অনুষ্ঠিত হোৱাৰ পিছত আগষ্ট মাহৰ পৰা এই আঁচনিসমূহ পুনৰ আৰম্ভ কৰা হ’ব।

cm1 1 | ASSAM TIMES POST
আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

ইয়াৰে অংশ হিচাপে ১ আগষ্টত অৰুণোদয় আঁচনি, ৬ আগষ্টত নিযুত মইনা আৰু নিযুত বাবু আঁচনি আৰম্ভ কৰাৰ পিছত আজি ৰহা সমষ্টিৰ পৰা সুলভ মূল্য মচুৰ দাইল আৰু চেনি বিতৰণ কাৰ্যসূচী আৰম্ভ কৰা হৈছে। অৱশ্যে কাৰিকৰী অসুবিধাৰ বাবে নিমখ দিব পৰা নাই যদিও অতি সোনকালে নিমখো লাভ কৰিব বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে কয় যে এতিয়াৰে পৰা প্ৰতি মাহৰ ১-১০ তাৰিখৰ ভিতৰত যি অন্ন সেৱা সপ্তাহ পালন কৰা হয় তাত বিনামূলীয়া চাউল, দাইল আৰু চেনি কিনিব পাৰিব৷ আৰু অতি সোনকালে প্ৰতিশ্ৰুতি অনুসৰি মিঠাতেল আৰু নিমখৰ উপৰি অৰুণোদয় আঁচনিত বাদ পৰাসকলক অন্তৰ্ভুক্ত কৰাৰ চেষ্টা কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়।

উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰা অনুসৰি, বিনামূলীয়া চাউল, সুলভ মূল্যৰ দাইল আৰু চেনি আঁচনিয়ে অসমৰ প্ৰায় ৭০ লাখ পৰিয়ালক সামৰি লয়। আনহাতে, ইয়াৰ দ্বাৰা ২ কোটি ৪৮ লাখ ১১ হাজাৰ ৬৪৫ গৰাকী ব্যক্তি উপকৃত হয়।

Tags: AssamFreeration
Share4Tweet3Send

Related Posts

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা
Assam

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

by News Desk
August 10, 2026
50
Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি
Assam

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

by News Desk
August 10, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি

by News Desk
August 10, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

by News Desk
August 8, 2026
50
Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM
Assam

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

by ASSAM TIMES POST
August 7, 2026
50
Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs
Assam

Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs

by News Desk
August 7, 2026
50
ADVERTISEMENT
Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ
KARBI ANGLONG

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

August 10, 2026
50
Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা
Assam

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

August 10, 2026
50
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ
Assam

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

August 10, 2026
50
Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ
National-International

Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ

August 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

August 10, 2026
Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

August 10, 2026
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

August 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx