ASSAM TIMES POST
নতুন দিল্লীঃ টিভি তাৰকা ৰছমী দেশাই সম্প্ৰতি অভিনেতা আৰহান খানৰ সৈতে ডেটিঙত ব্যস্ত আছে বুলি জানিবপৰা গৈছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমত এই কথা প্ৰকাশ পাইছে।

সেই অনুসৰি ২০১৭ চনত দুয়োৰে প্ৰথমবাৰলৈ চা-চিনাকি হৈছিল। উল্লেখ্য ইয়াৰপূৰ্বে ৰছমী তেওঁৰ এজন সতীৰ্থ নন্দিছ চান্ধুৰ সৈতে বিবাহপাশত আৱদ্ধ হয় যদিও ২০১৫ চনত বিচ্ছেদ ঘটে। উল্লেখ্য টিভিৰ পূৰ্বে ৰছমী ভোজপুৰী চলচ্চিত্ৰ উদ্যোগৰ সৈতে জড়িত আছিল।













