ষ্টাফ ৰিপ’ৰ্টাৰ:
উত্তৰ ত্ৰিপুৰাত আৰক্ষীৰ গুলিবৰ্ষণত নিহত হোৱা লোকৰ সংখ্যা তিনি জনলৈ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ আঘাতপ্ৰাপ্ত সকলক ইতিমধ্যে প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ।
ত্ৰিপুৰাত হাজাৰ হাজাৰ আদিবাসী শৰণাৰ্থীক পুনৰ সংস্থাপন কৰাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছিল আন্দোলনকাৰী সকলে। উল্লেখ্য যে, আক্ৰমণত মৃত্যু হোৱা লোকৰ সংখ্যা প্ৰথমাৱস্থাত আছিল এজন।