ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

৪ বছৰৰ ৰেকর্ড পতন সোণৰ মূল্যৰ:

ASSAM TIMES POST by ASSAM TIMES POST
December 1, 2020
Reading Time: 1 min read
A A
0
৪ বছৰৰ ৰেকর্ড পতন সোণৰ মূল্যৰ:

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Delhi bomb threat : স্বাধীনতা দিৱসৰ পূৰ্বে লালকিল্লা, দিল্লী বিমানবন্দৰসহ‌ বহু ঠাই বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

NEET Row : নীট প্ৰশ্নকাকত ফাদিল গোচৰত ফাষ্ট ট্ৰেক আদালতত গৃহীত চিবিআইৰ অভিযোগনামা

Uttarakhand tunnel accident : উত্তৰাখণ্ডত আন এক সুৰংগ দুৰ্ঘটনাত কমেও ৭ জনৰ মৃত্যু

নিউজ ডেক্স:

নৱেম্বৰ মাহৰ শেষৰ দিনটোত সোণৰ মূল্যৰ পতনে বিগত চাৰি বছৰৰ ৰেকর্ড ভাঙিলে। চলিত বছৰটো যেন সকলো দিশৰ পৰাই অন্য ধৰণৰ। এই এটা বছৰৰ ভিতৰতেই সোণৰ মূল্যৰ ৰেকর্ড সংখ্যক বৃদ্ধি আৰু ৰেকর্ড পতন একেলগেই প্ৰত্যক্ষ কৰিলে মাল্টি কমোডিটি এক্সচেঞ্জ বজাৰে।

নৱেম্বৰৰ শেষৰ দিনটোত বিশ্ববজাৰত ‘স্পট গ’ল্ড’ প্রভূত পতনৰ সম্মুখীন হৈছে। এই দিনটোত সোণৰ মূল্য প্রায় ১.২ শতাংশ হাৰত কমিছে। ফলত বিশ্ব বজাৰত প্রতি আউন্স স্পট গ’ল্ডৰ দাম কালি ১৭৬৬.২৬ মার্কিন ডলাৰলৈ নামে।

উল্লেখ্য, নৱেম্বৰ মাহজুৰি সোণৰ দামত ৰেকর্ড ৬ শতাংশ পতন ঘটিছে। বিগত চাৰি বছৰৰ ইতিহাসত যিটো এক নজিৰ স্বৰূপ। ইয়াৰ আগতে কোনো এটা মাহত সোণৰ দামত এনেদৰে পতন ঘটা নাই। যোৱা শুক্রবাৰে সোণৰ দাম ০.৮৫ শতাংশ কমিছিল। ফলত প্রতি ১০ গ্রাম সোণ সিদিনা ৪৮.১০৬ টকাত বিক্ৰী হয়। মঙ্গলবাৰে সোণৰ দামৰ লগতে ৰূপৰ দামতো যথেষ্ট পতন লক্ষ্য কৰা গৈছে।

প্রতি আউন্স ৰূপৰ দাম আজি ৩.২ শতাংশ হাৰত কমিছে। যাৰ ফলত প্রতি আউন্স ৰূপ আজি ২১.৯৬ মার্কিন ডলাৰত বিক্ৰী হৈছে। বিশ্ব বজাৰৰ দৰৰ প্রভাৱ বিভিন্ন চহৰত পৰিছে। কলকাতাৰ বজাৰত ২২ কেৰেট সোণৰ মূল্য উঠিছে ৪৮,৮৩০ টকা। ২৪ কেৰেটৰ দাম ৫১,০৩০ টকা। চেন্নাইত আজি ২২ কেৰেট সোণৰ মূল্য উঠিছে ৪৫,২৪০ টকা, মুম্বাইত ৪৭,২৪০ টকা আৰু দিল্লীত ৪৮,৮৩০ টকা।

Tags: featured3
Share4Tweet3Send

Related Posts

Delhi bomb threat : স্বাধীনতা দিৱসৰ পূৰ্বে লালকিল্লা, দিল্লী বিমানবন্দৰসহ‌ বহু ঠাই বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি
National-International

by News Desk
August 14, 2026
50
NEET Row : নীট প্ৰশ্নকাকত ফাদিল গোচৰত ফাষ্ট ট্ৰেক আদালতত গৃহীত চিবিআইৰ অভিযোগনামা
National-International

NEET Row : নীট প্ৰশ্নকাকত ফাদিল গোচৰত ফাষ্ট ট্ৰেক আদালতত গৃহীত চিবিআইৰ অভিযোগনামা

by News Desk
August 14, 2026
50
Uttarakhand tunnel accident : উত্তৰাখণ্ডত আন এক সুৰংগ দুৰ্ঘটনাত কমেও ৭ জনৰ মৃত্যু
National-International

Uttarakhand tunnel accident : উত্তৰাখণ্ডত আন এক সুৰংগ দুৰ্ঘটনাত কমেও ৭ জনৰ মৃত্যু

by News Desk
August 14, 2026
50
Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক

August 13, 2026
50
NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ

India China conflict : ভাৰত-চীন সীমান্তৰ পৰিস্থিতি সুস্থিৰ, বেইজিঙৰ দাবীৰ বিপৰীতে চীনা সেনাৰ কাৰ্যকলাপত নিমাত

ADVERTISEMENT
Delhi bomb threat : স্বাধীনতা দিৱসৰ পূৰ্বে লালকিল্লা, দিল্লী বিমানবন্দৰসহ‌ বহু ঠাই বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি
National-International

Delhi bomb threat : স্বাধীনতা দিৱসৰ পূৰ্বে লালকিল্লা, দিল্লী বিমানবন্দৰসহ‌ বহু ঠাই বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

August 14, 2026
50
NEET Row : নীট প্ৰশ্নকাকত ফাদিল গোচৰত ফাষ্ট ট্ৰেক আদালতত গৃহীত চিবিআইৰ অভিযোগনামা
National-International

NEET Row : নীট প্ৰশ্নকাকত ফাদিল গোচৰত ফাষ্ট ট্ৰেক আদালতত গৃহীত চিবিআইৰ অভিযোগনামা

August 14, 2026
50
Uttarakhand tunnel accident : উত্তৰাখণ্ডত আন এক সুৰংগ দুৰ্ঘটনাত কমেও ৭ জনৰ মৃত্যু
National-International

Uttarakhand tunnel accident : উত্তৰাখণ্ডত আন এক সুৰংগ দুৰ্ঘটনাত কমেও ৭ জনৰ মৃত্যু

August 14, 2026
50
Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত
KARBI ANGLONG

Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত

August 13, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Delhi bomb threat : স্বাধীনতা দিৱসৰ পূৰ্বে লালকিল্লা, দিল্লী বিমানবন্দৰসহ‌ বহু ঠাই বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

Delhi bomb threat : স্বাধীনতা দিৱসৰ পূৰ্বে লালকিল্লা, দিল্লী বিমানবন্দৰসহ‌ বহু ঠাই বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

August 14, 2026
NEET Row : নীট প্ৰশ্নকাকত ফাদিল গোচৰত ফাষ্ট ট্ৰেক আদালতত গৃহীত চিবিআইৰ অভিযোগনামা

NEET Row : নীট প্ৰশ্নকাকত ফাদিল গোচৰত ফাষ্ট ট্ৰেক আদালতত গৃহীত চিবিআইৰ অভিযোগনামা

August 14, 2026
Uttarakhand tunnel accident : উত্তৰাখণ্ডত আন এক সুৰংগ দুৰ্ঘটনাত কমেও ৭ জনৰ মৃত্যু

Uttarakhand tunnel accident : উত্তৰাখণ্ডত আন এক সুৰংগ দুৰ্ঘটনাত কমেও ৭ জনৰ মৃত্যু

August 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT