ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

দিল্লী সীমান্তৰ পৰা বিক্ষুব্ধ কৃষকক আঁতৰাবলৈ ছুপ্রিম কোৰ্টত আবেদন:

ASSAM TIMES POST by ASSAM TIMES POST
December 5, 2020
Reading Time: 1 min read
A A
0
দিল্লী সীমান্তৰ পৰা বিক্ষুব্ধ কৃষকক আঁতৰাবলৈ ছুপ্রিম কোৰ্টত আবেদন:

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

NEET Row : নীট প্ৰশ্নকাকত ফাদিল গোচৰত ফাষ্ট ট্ৰেক আদালতত গৃহীত চিবিআইৰ অভিযোগনামা

Uttarakhand tunnel accident : উত্তৰাখণ্ডত আন এক সুৰংগ দুৰ্ঘটনাত কমেও ৭ জনৰ মৃত্যু

Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক

নিউজ ডেক্স:

নতুন কৃষি আইনৰ বিৰুদ্ধে কৃষক আন্দোলনৰ আজি নৱম দিন। এক প্ৰকাৰ অৱৰুদ্ধ দিল্লীৰ পৰা এই আন্দোলন আঁতৰোৱাৰ বাবে ছুপ্রিম কোর্টত গোচৰ দাখিল হ’ল।

নৱেম্বৰৰ শেষত ৰাজধানী দিল্লীত আৰম্ভ হোৱা আন্দোলনত যোগ দিছে পঞ্জাৱ-হাৰিয়ানাৰ কৃষকৰ উপৰি উত্তৰ প্রদেশ, উত্তৰাখণ্ডসহ অন্যান্য ৰাজ্যৰ কৃষকসকলে। আন্দোলনৰ ফলত বাধ্য হৈ আৰক্ষীয়ে বন্ধ কৰি দিবলগা হয় একাধিক পথ। গাড়ীৰ চলাচলো লেহেমীয়া হয়।

তেনে পৰিপ্রেক্ষিতত এইবাৰ ছুপ্রিম কোর্টত কৃষক অপসাৰণৰ আবেদন কৰা হ’ল।
দিল্লী-হাৰিয়ানাৰ সীমান্তৰ পৰা কৃষকসকলক অপসাৰণৰ বাবে ছুপ্রিম কোর্টলৈ গৈছে ঋষভ শর্মা নামৰ এজন ব্যক্তি। ঋষভ শর্মাই সংবাদ মাধ্যমক জনোৱা মতে, কৃষকসকলৰ আন্দোলনৰ বাবে দিল্লীত স্বাস্থ্য সেৱাত ব্যাঘাত ঘটিছে।

সীমান্তত বিপুল সংখ্যক কৃষকে ভিৰ কৰাত ব্যাপকভাবে কৰোনা সংক্রমণ বিয়পি পৰাৰ বিষয়টিকো কোনো মতে উৰুৱাই দিব পৰা নাযায় যায়। ফলত দিল্লী আৰু এনচিআৰত গণ সংক্রমণৰো ভয় আছে। তেওঁৰ মতে, বিক্ষোভৰ বাবে নিশ্চিতভাবে নির্বাচিত স্থান থাকিব। কিন্তু আৰক্ষীয়ে ২৬ নৱেম্বৰত বুৰাৰিত এক স্থানত বিক্ষোভ কৰাৰ অনুমতি দিলেও কৃষকসকলে সেয়া প্রত্যাখান কৰে।

ঋষভৰ যুক্তি, কিছুদিন আগতে দিল্লীত কৰোনা মোকাবিলাত চৰকাৰী সেৱা দিয়াত সমস্যা হৈছিল। এনে অৱস্থাত সাধাৰণ মানুহৰ প্রাণৰ সংশয় উপেক্ষা কৰিব পৰা নাযায়। তাৰ উপৰি কৃষকসকলৰ জীবন যাতে কেতিয়াও বিপন্ন নহয় সেই দিশতো নজৰ ৰাখি তেওঁলোকক এতিয়াই সীমান্তৰ পৰা আঁতৰোৱা উচিত।

Tags: featured3
Share4Tweet3Send

Related Posts

NEET Row : নীট প্ৰশ্নকাকত ফাদিল গোচৰত ফাষ্ট ট্ৰেক আদালতত গৃহীত চিবিআইৰ অভিযোগনামা
National-International

by News Desk
August 14, 2026
50
Uttarakhand tunnel accident : উত্তৰাখণ্ডত আন এক সুৰংগ দুৰ্ঘটনাত কমেও ৭ জনৰ মৃত্যু
National-International

Uttarakhand tunnel accident : উত্তৰাখণ্ডত আন এক সুৰংগ দুৰ্ঘটনাত কমেও ৭ জনৰ মৃত্যু

by News Desk
August 14, 2026
50
Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক
National-International

Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক

by News Desk
August 13, 2026
50
NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ
National-International

NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ

by News Desk
August 13, 2026
50
India China conflict : ভাৰত-চীন সীমান্তৰ পৰিস্থিতি সুস্থিৰ, বেইজিঙৰ দাবীৰ বিপৰীতে চীনা সেনাৰ কাৰ্যকলাপত নিমাত
National-International

India China conflict : ভাৰত-চীন সীমান্তৰ পৰিস্থিতি সুস্থিৰ, বেইজিঙৰ দাবীৰ বিপৰীতে চীনা সেনাৰ কাৰ্যকলাপত নিমাত

by News Desk
August 13, 2026
50
Maharashtra Govt : মাৰাঠী নাজানিলে নাপাব টেক্সি, অটো আৰু কেব চালকৰ অনুজ্ঞাপত্ৰ, প্ৰয়োজনত বাতিলৰো সিদ্ধান্ত মহাৰাষ্ট্ৰ চৰকাৰৰ
National-International

Maharashtra Govt : মাৰাঠী নাজানিলে নাপাব টেক্সি, অটো আৰু কেব চালকৰ অনুজ্ঞাপত্ৰ, প্ৰয়োজনত বাতিলৰো সিদ্ধান্ত মহাৰাষ্ট্ৰ চৰকাৰৰ

by News Desk
August 13, 2026
50
ADVERTISEMENT
NEET Row : নীট প্ৰশ্নকাকত ফাদিল গোচৰত ফাষ্ট ট্ৰেক আদালতত গৃহীত চিবিআইৰ অভিযোগনামা
National-International

NEET Row : নীট প্ৰশ্নকাকত ফাদিল গোচৰত ফাষ্ট ট্ৰেক আদালতত গৃহীত চিবিআইৰ অভিযোগনামা

August 14, 2026
50
Uttarakhand tunnel accident : উত্তৰাখণ্ডত আন এক সুৰংগ দুৰ্ঘটনাত কমেও ৭ জনৰ মৃত্যু
National-International

Uttarakhand tunnel accident : উত্তৰাখণ্ডত আন এক সুৰংগ দুৰ্ঘটনাত কমেও ৭ জনৰ মৃত্যু

August 14, 2026
50
Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত
KARBI ANGLONG

Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত

August 13, 2026
50
Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ
KARBI ANGLONG

Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ

August 13, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

NEET Row : নীট প্ৰশ্নকাকত ফাদিল গোচৰত ফাষ্ট ট্ৰেক আদালতত গৃহীত চিবিআইৰ অভিযোগনামা

NEET Row : নীট প্ৰশ্নকাকত ফাদিল গোচৰত ফাষ্ট ট্ৰেক আদালতত গৃহীত চিবিআইৰ অভিযোগনামা

August 14, 2026
Uttarakhand tunnel accident : উত্তৰাখণ্ডত আন এক সুৰংগ দুৰ্ঘটনাত কমেও ৭ জনৰ মৃত্যু

Uttarakhand tunnel accident : উত্তৰাখণ্ডত আন এক সুৰংগ দুৰ্ঘটনাত কমেও ৭ জনৰ মৃত্যু

August 14, 2026
Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত

Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত

August 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT