![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
নিশা লংকাত আৰক্ষীৰ অভিযানত খাৰিখানাৰ বৰদলঙৰ পৰা উদ্ধাৰ পয়ন্ট ৭.৬২ এম এম এটা পিষ্টল। গ্ৰেপ্তাৰ বিলালউদ্দিন আৰু ৰহিম উদ্দিন। বিভিন্ন অপৰাধৰ লগত জড়িত বিলালউদ্দিনক কাৰায়ত্ত কৰিবলৈ পূৰ্বেও বহুবাৰ আৰক্ষীয়ে অভিযান চলাইছিল। আৰক্ষী অধীক্ষক মানৱেন্দ্ৰ ৰায়ৰ নিৰ্দেশত ডিএচপি দিপ্তি মালীয়ে চলাইছিল এই অভিযান।












