ষ্টাফ ৰিপ’ৰ্টাৰ:
গৌৰীপুৰৰ চাটাইগুৰিত ভয়ংকৰ পথ দূৰ্ঘটনা। বাছ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত ৬ জন লোক। কোচ বিহাৰৰ পৰা গুৱাহাটী অভিমুখী বাছখনৰ নম্বৰ আছিল এ এছ ১৬চি ১৮৭৫।
উল্লেখ্য যে, বৰ্তমানেও বাছ খনত কেইবাগৰাকীও যাত্ৰী আৱদ্ধ হৈ আছে। অব্যাহত হৈ আছে উদ্ধাৰ অভিযান।
© 2020 Assam Times Post. | Powered By Webx
© 2020 Assam Times Post. | Powered By Webx