![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
লংকা জুঠাংবস্তি সাৰ্বজনীন নামঘৰত এই চুৰি কাণ্ড। চোৰে নামঘৰৰ মণিকুতৰ ভিতৰত প্ৰবেশ কৰি থাপনাৰ লগতে ভাগৱত লণ্ডভণ্ড কৰি নগদ ধন লৈ উধাও। পুৱা নামঘৰলৈ নামঘৰিয়া যোৱাত চুৰিকাণ্ডৰ ঘটনাটো পোহৰলৈ আহে। ঘটনাস্থলীত আৰক্ষী লোক উপস্থিত হৈ ঘটনাসন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।












