ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

স্বাস্থ্য : শৰীৰৰ কেইটামান স্পৰ্শকাতৰ অংগ আৰু ইয়াৰ যতন

ASSAM TIMES POST by ASSAM TIMES POST
January 2, 2021
Reading Time: 2 mins read
A A
0
স্বাস্থ্য : শৰীৰৰ কেইটামান স্পৰ্শকাতৰ অংগ আৰু ইয়াৰ যতন

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

স্বাস্থ্য প্ৰতিবেদন:

ক’ৰোনা মহামাৰীৰ সময়ত সকলোতকৈ গুৰুত্বপূর্ণ বিষয় হ’ল সুস্থ হৈ থকা। যাতে কোনোভাৱে আপুনি এই মাৰণ ভাইৰাছৰ চিকাৰ নহয় সেই বিষয়ত সচেতন হৈ থকা।

এই মহামাৰীৰ পৰা বাচিবৰ বাবে প্রথমৰ পৰাই শৰীৰ বিভিন্ন অংগক স্বাস্থ্যবিধি মানি স্পর্শ কৰাৰ কথা জনোৱা হৈছিল স্বাস্থ্য মন্ত্রণালয় আৰু স্বাস্থ্য দপ্তৰৰ তৰফ পৰা। এই বাধা-নিষেধসমূহ পালন কৰিলে কৰোনা ভাইৰাছ সংক্রমণৰ পৰা ৰক্ষা পৰিব পাৰিব।

আপুনি নিশ্চয় জানে যে মহিলা আৰু পুৰুষ উভয়েই তেওঁলোকৰ শৰীৰৰ নির্দিষ্ট অংগসমূহক বাৰম্বাৰ স্পর্শ কৰে। এই অভ্যাসৰ চিকাৰ ব্যক্তিসকল গুৰুতৰ অসুস্থতাৰ চিকাৰ হ’ব পাৰে যিকোনো সময়তে। জানি লওঁ আহক দেহৰ কোন বিশেষ অঙ্গসমূহ বাৰম্বাৰ স্পর্শ কৰা উচিত নহয়।

চকু:

Human eye | ASSAM TIMES POSTচকু আমাৰ দেহৰ এনে এটি গুৰুত্বপূর্ণ অঙ্গ যাৰ মাধ্যমেৰে আমি আমাৰ চাৰিওপাশৰ বস্তুসমূহ দেখিবলৈ পাওঁ। মহিলা আৰু পুৰুষসকলৰ মাজত ঘন ঘন চকু স্পর্শ কৰা বা চকু মোহৰাৰ এটি বেয়া অভ্যাস আছে। এইটো কৰাৰ সময়ত যদি কোনো জীবাণু আপোনাৰ হাতত উপস্থিত থাকে তেতিয়া ই চকুত মাৰাত্মক সংক্রমণৰ কাৰণ হ’ব পাৰে। সেয়ে ঘনে ঘনে আপুনি চকু স্পর্শ নকৰিব। প্রয়োজনত চকু চিকিৎসকৰ পৰামর্শ লওক।

ওঁঠ:

lips shutterstock dcd750bc ccc0 11e6 a1a7 f672457d0d7f | ASSAM TIMES POSTপুৰুষ মহিলা নির্বিশেষে বাৰম্বাৰ ওঁঠ স্পর্শ কৰাৰ প্রবণতা বেছি লক্ষ্য কৰা যায়। মহিলাসকলে মেকআপ বা ছালৰ যত্ন ল’বলৈ গৈ ওঁঠ স্পর্শ কৰে। পুৰুষো এই অভ্যাসৰ চিকাৰ। ই কেৱল ওঁঠৰ আকৃতিয়েই নষ্ট নকৰে, কিন্তু ই ওঁঠৰ নৰম ছালকো প্রচুৰ ক্ষতি কৰিব পাৰে। সেয়ে বাৰম্বাৰ আপোনাৰ ওঁঠ স্পর্শ কৰা এৰাই চলক। ইয়াৰ উপৰি আপোনাৰ আঙুলিত লাগি থকা জীবানুৰ ফলত সহজেই শৰীৰৰ ভিতৰত প্রৱেশ কৰিব পাৰে। সেই অভ্যাস থাকিলে সচেতন হওক আৰু এই অভ্যাস ত্যাগ কৰক।

নাক:

BAB Banner 0000s 0007 Nose | ASSAM TIMES POSTশ্বাস-প্রশ্বাসৰ প্রক্রিয়া বন্ধ থকাত বা আৰু নানা বিষয়ত বাৰম্বাৰ নাক-চুলি বা কাণত হাত দিয়াৰ প্রৱণতা লক্ষ্য কৰা যায়। কিছু লোকৰ নাকৰ ভিতৰত বাৰম্বাৰ আঙুলি দি স্পর্শ কৰাৰ অভ্যাসো থাকে। এই অভ্যাসৰ ফলত খুব সহজেই নাকৰ ভিতৰত সংক্রমণ বিয়পি যাব পাৰে। ইয়াৰ ফলত আপোনাৰ শ্বাসকষ্টজনিত ৰোগো হ’ব পাৰে। পুৰুষসকলৰ তুলনাত মহিলাসকলৰ মাজত এই অভ্যাস কম দেখা যায়। কিন্তু পুৰুষ আৰু মহিলা উভয়েই এই বিষয়ত যত্নৱান হোৱা দৰকাৰ।

কাণ:

NvekX9tT7peSEUHRersaT8 1200 80 | ASSAM TIMES POSTবহুতে নিশ্চয় দেখিছে যে কাণ পৰিষ্কাৰ কৰাৰ বাবে কাণৰ ক্লিনাৰ পৰিৱর্তে আঙুলিৰ সহায় লয়। ই অত্যন্ত বিপজ্জনক হ’ব পাৰে। ইয়াৰ ফলত হাতত থকা জীবানু যাক আমি দেখা নাপাওঁ পোনে পোনে কাণত প্রবেশ কৰিব পাৰে। এই জীবাণুসমূহে কাণৰ সংক্রমণো ঘটাব পাৰে। কাণৰ সংক্রমণ কেতিয়াবা কেতিয়াবা ইমান মাৰাত্মক হয় ইয়াৰ ফলত ডিঙি ফুলি যোৱা, কাণত বিষ হোৱাৰ সম্ভাৱনা থাকে। সেয়ে এই অভ্যাসসমূহ যদি আপোনাৰ থাকে তেন্তে তাক তুৰন্তে সলনি কৰক।

মুখ:

lip lift | ASSAM TIMES POSTখাদ্য খোৱাৰ পিছত, এনে বহু লোক আছে যিয়ে মুখত লাগি থকা খাদ্য পৰিষ্কাৰ কৰিবলৈ কেৱল মাত্র আঙুলি ব্যৱহাৰ কৰে। এটি অদ্ভুত অনুভূতিৰ উপৰি ই পোনেপোনে শৰীৰত বিভিন্ন ধৰণৰ ৰোগ সৰবৰাহ কৰিব পাৰে। গতিকে, যিসকলৰ এইধৰণৰ অভ্যাস আছে তেওঁলোকে ইয়াক আজিৰ পৰাই পৰিত্যাগ কৰা উচিত। মুখ পৰিষ্কাৰ কৰাৰ বাবে কেৱল গৰম পানী বা মাউথৱাছ ব্যৱহাৰ কৰক।

Tags: Health and Wellness
Share4Tweet3Send

Related Posts

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
ADVERTISEMENT
Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা
BREAKING NEWS

Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা

June 30, 2026
50
Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong
KARBI ANGLONG

Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

June 30, 2026
50
BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে
National-International

BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে

June 29, 2026
50
Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ
National-International

Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ

June 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা

Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা

June 30, 2026
Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

June 30, 2026
BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে

BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে

June 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx