![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
চৰকাৰে প্ৰতিশোধপৰায়ন মানসিকতাৰে অখিল গগৈক বন্দী কৰি ৰাখিছে৷ অখিল গগৈৰ মাওবাদীৰ অভিযোগ কিমান সচাঁ সেয়া ন্যায়ালয়ৰ মজিয়াতহে প্ৰমাণ হ’ব৷ ডবকাত উপস্থিত হৈ এই মন্তব্য কৰিলে লুৰিনজ্যোতি গগৈয়ে ৷
২০২১-ত জাতীয়তাবাদী চৰকাৰ হ’ব৷ স্বৈৰাচাৰী চৰকাৰক ৰাইজে ওফৰাই পেলাব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য লুৰিনজ্যোতি গগৈৰ৷ আজমলৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ গোপন মিতিৰালি থকাৰ অভিযোগ লুৰিনজ্যোতি গগৈৰ ৷












