ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিফুত হাস্পতালৰপৰা পলায়ন যাৱজ্জীৱন কাৰাদণ্ডীৰ

ASSAM TIMES POST by ASSAM TIMES POST
August 22, 2019
Reading Time: 1 min read
A A
0

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ

Man elephant conflict । ৰাজ্যত অব্যাহত হাতী-মানুহৰ সংঘাত, কাৰ্বি আংলঙত বনৰীয়া হাতীৰ আক্ৰমণত নিহত শিশু

HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

ছাইদুল ইছলাম,ডিফুঃ বুধবাৰে কাৰ্বি আংলঙৰ সদৰ ডিফুস্থিত অসামৰিক চিকিৎসালয়ৰপৰা এটা আজীৱন কাৰাদণ্ডৰে দণ্ডিত কয়দীৰ পলায়নকলৈ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ প্ৰাপ্ত তথ্য অনুসৰি ডিফুৰ পানবাৰী নিবাসী আটিফুল ৰহমান ওৰফে চেলিম(৪০)ক পত্নী হত্যাৰ গোচৰত দোষী সাব্যস্ত কৰি ডিফু ন্যায়িক আদালতে আজীৱন কাৰাদণ্ডেৰে দণ্ডিত কৰিছিল৷

সেয়ে ডিফু কাৰাগাৰত সশ্ৰম কাৰাবাস খাটি আছিল তেওঁ ৷ গত ১৯ আগষ্টৰ বিয়লি ২.৪৫ বজাত ডিফু অসামৰিক চিকিৎসালয়ৰ পুৰুষ চাৰ্জিকেল ৱাৰ্ডৰ ২ নং বিছনাত ভৰ্তি হৈছিলহি কয়দীটো ৷

কয়দীটোৰ পহৰাৰ দায়িত্বত আছিল এজন হাবিলদাৰ আৰু দুজনকৈ কনিষ্ঠবল৷ পহৰাৰ দায়িত্বত থকা কনিষ্ঠবলদ্বয় আৰু হাবিলদাৰজনে কোৱামতে কয়দীজনৰ হাতত হেণ্ডকাফ লগোৱাৰ পাছতো হেণ্ডকাফটো কৌশলৰে সোলোকাই পলাই যাবলৈ সক্ষম হয়৷

আনহাতে পলায়ন কৰা কয়দীটোৰ কাষতে থকা আন ৰোগীসকলে কোৱামতে পুঁৱতি নিশা সাৰ পাই কয়দীটোক বিছনাত নেদেখি তেওঁলোকো আচৰিত হৈছিল আৰু বুধবাৰে নিশা ১ মান বজাত পলাই যোৱাৰ সন্দেহ প্ৰকাশ কৰে৷ উল্লেখযোগ্য যে যোৱা ২৭ জুলাইতো হামৰেণ কাৰাগাৰৰপৰা দুজন কয়দী পলাই যাবলৈ সক্ষম হৈছিল৷

Share19Tweet3Send

Related Posts

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ
Assam

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ

by Staff Reporter
May 14, 2026
50
Man elephant conflict । ৰাজ্যত অব্যাহত হাতী-মানুহৰ সংঘাত, কাৰ্বি আংলঙত বনৰীয়া হাতীৰ আক্ৰমণত নিহত শিশু
KARBI ANGLONG

Man elephant conflict । ৰাজ্যত অব্যাহত হাতী-মানুহৰ সংঘাত, কাৰ্বি আংলঙত বনৰীয়া হাতীৰ আক্ৰমণত নিহত শিশু

by Staff Reporter
May 14, 2026
50
HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল
Assam

HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

by Staff Reporter
May 13, 2026
50
HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ
Assam

HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ

by Staff Reporter
May 12, 2026
50
Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক
Assam

Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক

by News Desk
May 11, 2026
50
Assam CM Oath taking : মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান; উপস্থিত থাকিব ২২ ৰাজ্যৰ মুখ্যমন্ত্ৰী, আজি নিশা আহি পাব প্ৰধানমন্ত্ৰী
Assam

Assam CM Oath taking : মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান; উপস্থিত থাকিব ২২ ৰাজ্যৰ মুখ্যমন্ত্ৰী, আজি নিশা আহি পাব প্ৰধানমন্ত্ৰী

by News Desk
May 11, 2026
50
ADVERTISEMENT
Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ
National-International

Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ

May 15, 2026
50
Petrol and Diesel : “ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ অভাৱ নাই’ : পশ্চিম এছিয়াৰ সংকটৰ বাবে জনসাধাৰণক আশ্বাস দিলে কেন্দ্ৰই
National-International

Fuel price hike । প্ৰধানমন্ত্ৰীৰ শক্তি সঞ্চয়ৰ বাৰ্তাৰ পিছত বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

May 15, 2026
50
India Fuel Price Hike । Petrol +Rs3.14, Diesel +Rs3.11
National-International

India Fuel Price Hike । Petrol +Rs3.14, Diesel +Rs3.11

May 15, 2026
50
Kerala new CM I ১০ দিনীয়া নাটকৰ যৱনিকা, কেৰালাৰ নতুন মুখ্যমন্ত্ৰী ঘোষণা কংগ্ৰেছৰ
National-International

Kerala new CM I ১০ দিনীয়া নাটকৰ যৱনিকা, কেৰালাৰ নতুন মুখ্যমন্ত্ৰী ঘোষণা কংগ্ৰেছৰ

May 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ

Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ

May 15, 2026
Petrol and Diesel : “ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ অভাৱ নাই’ : পশ্চিম এছিয়াৰ সংকটৰ বাবে জনসাধাৰণক আশ্বাস দিলে কেন্দ্ৰই

Fuel price hike । প্ৰধানমন্ত্ৰীৰ শক্তি সঞ্চয়ৰ বাৰ্তাৰ পিছত বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

May 15, 2026
India Fuel Price Hike । Petrol +Rs3.14, Diesel +Rs3.11

India Fuel Price Hike । Petrol +Rs3.14, Diesel +Rs3.11

May 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx