ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home DIPHU

Minister Pijush Hazarika : ডিফুত কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ

ষ্টাফ ৰিপ'ৰ্টাৰঃ ডিফু :

News Desk by News Desk
August 19, 2026
Reading Time: 1 min read
A A
0
Minister Pijush Hazarika : ডিফুত কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ

RELATED POSTS

Kazirang Eco-Sensitive Zone : কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চলক লৈ ডিফুত কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সংবাদমেল

Ashim Kalita passed away : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক অসীম কলিতাৰ মৃত্যু

Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰী উদ্বোধন ডঃ তুলিৰাম ৰংহাঙৰ

New Logo Smal 2 | ASSAM TIMES POST

বুধবাৰে কেইবাটাও কাৰ্যসূচী হাতত লৈ ডিফুত উপস্থিত (Present in Diphu) হয় ৰাজ্য চৰকাৰৰ কৃষি আৰু জলসিঞ্চন (Agriculture and Irrigation) বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা (Minister Piyush Hazarika)। কাৰ্বি আংলং জিলাৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে ডিফুৰ তাৰালাংছ’স্থিত কাজিৰ ৰংহাংপী অতিথিশালাৰ প্ৰেক্ষাগৃহত কৃষি, জলসিঞ্চনৰ লগতে কেইবাটাও বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে। ইয়াৰ পিছত ছেৰতালিন প্ৰেক্ষাগৃহত অনুষ্ঠিত কৃষি উদ্যোগ অনুষ্ঠানত তেওঁ অংশ কৰে। অনুষ্ঠানত কাৰ্বি আংলঙৰ কৃষকসকলে চৰকাৰৰ পৰা ঋণ লৈ কেনেদৰে ইয়াৰ সদ্ব্যৱহাৰ কৰি নিজকে স্বাৱলম্বী কৰিব পাৰে সেই সন্দৰ্ভত তেওঁ বিতংভাৱে ব্যাখ্যা কৰে। উক্ত কাৰ্যসূচীত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, বিধায়কসকলৰ লগতে জিলা আয়ুক্ত উপস্থিত থাকে।

diphu1 1 | ASSAM TIMES POST
ডিফুত কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ

আনহাতে, কাজিৰঙা পৰিৱেশ সংবেদনশীল অঞ্চলক লৈ কংগ্ৰেছে কৰা বিৰোধ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে নিজৰ শাসনকালত কাজিৰঙাৰ গঁড় হত্যা কৰা কংগ্ৰেছ দলে কাজিৰঙাৰ কথা কোৱাটো লজ্জাজনক। নাম নোলোৱাকৈ গৌৰৱ গগৈক কটাক্ষ কৰি পীযুষ হাজৰিকাই কয় যে বিদেশত পঢ়ি অহা দলটোৰ মুৰব্বীগৰাকীয়ে ‘Eco Sensitive Zone’ আৰু ‘Economic Sensitive Zone’-ৰ মাজৰ পাৰ্থক্য বুজি নাপায়। সেই দলে কি আন্দোলন কৰিব জনা আছে বুলি উল্লেখ কৰে কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছে কিয় গঁড় হত্যা কৰিছিল সেই কথা প্ৰথমতে অসমৰ ৰাইজৰ আগত প্ৰকাশ কৰক।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: PijushHazarikaDiphu
Share4Tweet3Send

Related Posts

Kazirang Eco-Sensitive Zone : কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চলক লৈ ডিফুত কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সংবাদমেল
DIPHU

by News Desk
August 19, 2026
50
Ashim Kalita passed away : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক অসীম কলিতাৰ মৃত্যু
DIPHU

Ashim Kalita passed away : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক অসীম কলিতাৰ মৃত্যু

by News Desk
August 19, 2026
50
Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰী উদ্বোধন ডঃ তুলিৰাম ৰংহাঙৰ
DIPHU

Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰী উদ্বোধন ডঃ তুলিৰাম ৰংহাঙৰ

by News Desk
August 14, 2026
50
Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন
DIPHU

Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন

by News Desk
August 7, 2026
50
Lok Sewa award : কাৰ্বি আংলঙৰ দুই কৰ্মচাৰীলৈ লোকসেৱা পুৰস্কাৰ
DIPHU

Lok Sewa award : কাৰ্বি আংলঙৰ দুই কৰ্মচাৰীলৈ লোকসেৱা পুৰস্কাৰ

by News Desk
August 6, 2026
50
KAAC Budget session 2026 : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশন আৰম্ভ
DIPHU

KAAC Budget session 2026 : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশন আৰম্ভ

by News Desk
August 3, 2026
50
ADVERTISEMENT
Minister Pijush Hazarika : ডিফুত কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ
DIPHU

Minister Pijush Hazarika : ডিফুত কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ

August 19, 2026
50
TN CM on protest : ছাত্ৰ-ছাত্ৰীক বাওঁপন্থী আৰু পঁইতাচোৰাৰ প্ৰতিবাদত যোগদানত বাধা, বিতৰ্কত পৰি নিৰ্দেশ প্ৰত্যাহাৰ বিজয় চৰকাৰৰ
National-International

Abhijit Dipke : চিজেপিৰ প্ৰতিষ্ঠাপক দীপকেক এনডিএত যোগদান কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীৰ আমন্ত্ৰণ
National-International

Abhijit Dipke : এমাহ পূৰ্বে মই আপোনালোকৰ দৃষ্টিত দেশদ্ৰোহী আছিলোঁ, কেন্দ্ৰীয় মন্ত্ৰীৰ এনডিএত যোগদানৰ প্ৰস্তাৱ সন্দৰ্ভত দীপকে

August 19, 2026
50
Kazirang Eco-Sensitive Zone : কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চলক লৈ ডিফুত কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সংবাদমেল
DIPHU

Kazirang Eco-Sensitive Zone : কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চলক লৈ ডিফুত কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সংবাদমেল

August 19, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Minister Pijush Hazarika : ডিফুত কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ

Minister Pijush Hazarika : ডিফুত কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ

August 19, 2026
TN CM on protest : ছাত্ৰ-ছাত্ৰীক বাওঁপন্থী আৰু পঁইতাচোৰাৰ প্ৰতিবাদত যোগদানত বাধা, বিতৰ্কত পৰি নিৰ্দেশ প্ৰত্যাহাৰ বিজয় চৰকাৰৰ

TN CM on protest : ছাত্ৰ-ছাত্ৰীক বাওঁপন্থী আৰু পঁইতাচোৰাৰ প্ৰতিবাদত যোগদানত বাধা, বিতৰ্কত পৰি নিৰ্দেশ প্ৰত্যাহাৰ বিজয় চৰকাৰৰ

August 19, 2026
Abhijit Dipke : চিজেপিৰ প্ৰতিষ্ঠাপক দীপকেক এনডিএত যোগদান কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীৰ আমন্ত্ৰণ

Abhijit Dipke : এমাহ পূৰ্বে মই আপোনালোকৰ দৃষ্টিত দেশদ্ৰোহী আছিলোঁ, কেন্দ্ৰীয় মন্ত্ৰীৰ এনডিএত যোগদানৰ প্ৰস্তাৱ সন্দৰ্ভত দীপকে

August 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d