ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Abhijit Dipke : এমাহ পূৰ্বে মই আপোনালোকৰ দৃষ্টিত দেশদ্ৰোহী আছিলোঁ, কেন্দ্ৰীয় মন্ত্ৰীৰ এনডিএত যোগদানৰ প্ৰস্তাৱ সন্দৰ্ভত দীপকে

নিউজ ডেস্কঃ

News Desk by News Desk
August 19, 2026
Reading Time: 1 min read
A A
0
Abhijit Dipke : চিজেপিৰ প্ৰতিষ্ঠাপক দীপকেক এনডিএত যোগদান কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীৰ আমন্ত্ৰণ

RELATED POSTS

CJP protest : পঁইতাচোৰাক বাধা দিবলৈ কোনো বল প্ৰয়োগ কৰা হোৱা নাই, দিল্লী আৰক্ষী

Satyendar Jain arrested : দিল্লী জল ব’ৰ্ডৰ দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন

Kolkata Hotel fire : কলকাতাৰ হোটেলত অগ্নিকাণ্ডত শিশুসহ ৯ জনৰ মৃত্যু

New Logo Smal 2 | ASSAM TIMES POST

কেন্দ্রীয় মন্ত্রীৰ প্রস্তাৱ (Proposal of the central minister)ৰ প্রতি সঁহাৰি নজনোৱাৰ পিছত এইবাৰ ওলোটাকৈ আক্ৰমণ ককৰোচ জনতা পাৰ্টীৰ মুৰব্বী (A senior of the Cockroach Janata Party) অভিজিৎ দীপকে (Abhijeet Dipke)ৰ৷ উল্লেখ্য যে মন্ত্ৰী ৰামদাস আঠাৱালে (Ramdas (Athawale) দীপকেক নিজৰ দল ৰিপাব্লিকান পাৰ্টী অব ইণ্ডিয়া (এ)ত যোগদানৰ প্ৰস্তাৱ দিছিল। দীপকেয়েও কেইঘণ্টামানৰ ভিতৰতে এই প্ৰস্তাৱৰ প্ৰতি সঁহাৰি জনালে।

হিন্দুস্তান টাইমছৰ এক প্ৰতিবেদন অনুসৰি, দীপকেয়ে ইনষ্টাগ্ৰামযোগে আঠাৱালেক কয়, “এমাহৰ আগতেই মই আপোনাৰ দৃষ্টিত দেশদ্ৰোহী আছিলোঁ!” তেওঁ পৰোক্ষভাৱে ইংগিত দিব বিচাৰিছিল যে দেশদ্ৰোহী বুলি গণ্য কৰা এজন ব্যক্তিক পুনৰ এনডিএত যোগদানৰ প্ৰস্তাৱ কেনেকৈ দিয়া হৈছে? উল্লেখ্য যে কেন্দ্ৰত বিজেপি নেতৃত্বাধীন শাসকীয় মিত্ৰজোঁটৰ অন্যতম অংশীদাৰ আঠাৱালেৰ দল।

dipke1 | ASSAM TIMES POST
এমাহ পূৰ্বে মই আপোনালোকৰ দৃষ্টিত দেশদ্ৰোহী আছিলোঁ, কেন্দ্ৰীয় মন্ত্ৰীৰ এনডিএত যোগদানৰ প্ৰস্তাৱ সন্দৰ্ভত দীপকে

সোমবাৰে আঠাৱালে কৈছিল, “মই ভাবোঁ অভিজিত দীপকে এজন আম্বেদকাৰপন্থী। তেওঁ বয়সত নবীন আৰু অতি সক্ৰিয়। তেওঁ ৰিপাব্লিকান পাৰ্টী অব ইণ্ডিয়া (এ)ত যোগদান কৰাৰ কথা চিন্তা কৰা উচিত।” একে সময়তে ৰামদাসে দীপকেক এনডিএৰ প্ৰত্যক্ষ সদস্যপদৰ প্ৰস্তাৱ দি কয়, “তেওঁ (দীপকে) শাসকীয় মিত্ৰজোঁটত যোগদান কৰা উচিত।”

অৱশ্যে শেহতীয়াকৈ চিজেপিৰ মুৰব্বীগৰাকীয়ে কয় যে তেওঁ ৰাজনীতিত যোগদান কৰিব নিবিচাৰে। তেওঁ ৰাজনীতিত যোগদান কৰিব নিবিচৰাৰ কাৰণো বুজাই দি কয় যে ৰাজনীতি আৰু নিৰ্বাচনী ব্যৱস্থাৰ প্ৰতি মানুহৰ আস্থা হেৰাই গৈছে। তেওঁৰ মতে, দেশৰ উন্নয়নৰ বাবে এটা সুকীয়া ৰাজনৈতিক দলতকৈ গণ আন্দোলন গঢ়ি তোলাটো অধিক গুৰুত্বপূৰ্ণ।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: AbhijitDipke
Share4Tweet3Send

Related Posts

CJP protest : পঁইতাচোৰাক বাধা দিবলৈ কোনো বল প্ৰয়োগ কৰা হোৱা নাই, দিল্লী আৰক্ষী
National-International

by News Desk
August 19, 2026
50
Satyendar Jain arrested : দিল্লী জল ব’ৰ্ডৰ দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন
National-International

Satyendar Jain arrested : দিল্লী জল ব’ৰ্ডৰ দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন

by News Desk
August 19, 2026
50
Kolkata Hotel fire : কলকাতাৰ হোটেলত অগ্নিকাণ্ডত শিশুসহ ৯ জনৰ মৃত্যু
National-International

Kolkata Hotel fire : কলকাতাৰ হোটেলত অগ্নিকাণ্ডত শিশুসহ ৯ জনৰ মৃত্যু

by News Desk
August 19, 2026
50
Woman murder : মাটি বিক্ৰীক লৈ সৃষ্টি হোৱা বিবাদৰ ভয়ংকৰ পৰিণতি, পত্নীক মাৰপিট কৰি যৌনাংগত বিদ্যুৎস্পৃষ্ট কৰি হত্যা
National-International

Woman murder : মাটি বিক্ৰীক লৈ সৃষ্টি হোৱা বিবাদৰ ভয়ংকৰ পৰিণতি, পত্নীক মাৰপিট কৰি যৌনাংগত বিদ্যুৎস্পৃষ্ট কৰি হত্যা

by News Desk
August 18, 2026
50
Abhijit Dipke : চিজেপিৰ প্ৰতিষ্ঠাপক দীপকেক এনডিএত যোগদান কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীৰ আমন্ত্ৰণ
National-International

Abhijit Dipke : চিজেপিৰ প্ৰতিষ্ঠাপক দীপকেক এনডিএত যোগদান কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীৰ আমন্ত্ৰণ

by News Desk
August 18, 2026
50
Supreme Court of India : ফাঁচিয়েই হ’ব মৃত্যুদণ্ডৰ বিধান, কম যন্ত্ৰণাদায়ক পদ্ধতি নাকচ উচ্চতম ন্যায়ালয়ৰ

ADVERTISEMENT
Abhijit Dipke : চিজেপিৰ প্ৰতিষ্ঠাপক দীপকেক এনডিএত যোগদান কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীৰ আমন্ত্ৰণ
National-International

Abhijit Dipke : এমাহ পূৰ্বে মই আপোনালোকৰ দৃষ্টিত দেশদ্ৰোহী আছিলোঁ, কেন্দ্ৰীয় মন্ত্ৰীৰ এনডিএত যোগদানৰ প্ৰস্তাৱ সন্দৰ্ভত দীপকে

August 19, 2026
50
Kazirang Eco-Sensitive Zone : কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চলক লৈ ডিফুত কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সংবাদমেল
DIPHU

Kazirang Eco-Sensitive Zone : কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চলক লৈ ডিফুত কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সংবাদমেল

August 19, 2026
50
CJP protest : পঁইতাচোৰাক বাধা দিবলৈ কোনো বল প্ৰয়োগ কৰা হোৱা নাই, দিল্লী আৰক্ষী
National-International

CJP protest : পঁইতাচোৰাক বাধা দিবলৈ কোনো বল প্ৰয়োগ কৰা হোৱা নাই, দিল্লী আৰক্ষী

August 19, 2026
50
Satyendar Jain arrested : দিল্লী জল ব’ৰ্ডৰ দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন
National-International

Satyendar Jain arrested : দিল্লী জল ব’ৰ্ডৰ দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন

August 19, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Abhijit Dipke : চিজেপিৰ প্ৰতিষ্ঠাপক দীপকেক এনডিএত যোগদান কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীৰ আমন্ত্ৰণ

Abhijit Dipke : এমাহ পূৰ্বে মই আপোনালোকৰ দৃষ্টিত দেশদ্ৰোহী আছিলোঁ, কেন্দ্ৰীয় মন্ত্ৰীৰ এনডিএত যোগদানৰ প্ৰস্তাৱ সন্দৰ্ভত দীপকে

August 19, 2026
Kazirang Eco-Sensitive Zone : কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চলক লৈ ডিফুত কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সংবাদমেল

Kazirang Eco-Sensitive Zone : কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চলক লৈ ডিফুত কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সংবাদমেল

August 19, 2026
CJP protest : পঁইতাচোৰাক বাধা দিবলৈ কোনো বল প্ৰয়োগ কৰা হোৱা নাই, দিল্লী আৰক্ষী

CJP protest : পঁইতাচোৰাক বাধা দিবলৈ কোনো বল প্ৰয়োগ কৰা হোৱা নাই, দিল্লী আৰক্ষী

August 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d