ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Abhijit Dipke : চিজেপিৰ প্ৰতিষ্ঠাপক দীপকেক এনডিএত যোগদান কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীৰ আমন্ত্ৰণ

নিউজ ডেস্কঃ

News Desk by News Desk
August 18, 2026
Reading Time: 1 min read
A A
0
Abhijit Dipke : চিজেপিৰ প্ৰতিষ্ঠাপক দীপকেক এনডিএত যোগদান কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীৰ আমন্ত্ৰণ

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Woman murder : মাটি বিক্ৰীক লৈ সৃষ্টি হোৱা বিবাদৰ ভয়ংকৰ পৰিণতি, পত্নীক মাৰপিট কৰি যৌনাংগত বিদ্যুৎস্পৃষ্ট কৰি হত্যা

Supreme Court of India : ফাঁচিয়েই হ’ব মৃত্যুদণ্ডৰ বিধান, কম যন্ত্ৰণাদায়ক পদ্ধতি নাকচ উচ্চতম ন্যায়ালয়ৰ

Devendra Mahato hunger strike : পৰীক্ষা বাতিল ঘোষণাৰ পিছতে দেৱেন্দ্ৰ মাহাতোৱে ভংগ কৰিলে ১৬ দিনীয়া অনশন

ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক (Founder of the Cockrroach Janata Party) অভিজিৎ দীপকেক (Abhijit Dipke) এনডিএত যোগদান কৰিবলৈ এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে আমন্ত্ৰণ (Invitation to join the NDA) জনাইছে। “বি আৰ আম্বেদকাৰৰ সপোন পূৰণৰ বাবে” দীপকেক দলত যোগদানৰো প্ৰস্তাৱ দিছে।
সোমবাৰে

কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণৰ ৰাজ্যিক মন্ত্ৰী ৰামদাস আঠাৱালেয়ে (Minister Ramdas Athawale) দীপকেক তেওঁৰ দল ৰিপাব্লিকান পাৰ্টী অব ইণ্ডিয়া (এ)ত যোগদানৰ প্ৰস্তাৱ দিয়ে। কেন্দ্ৰত বিজেপি নেতৃত্বাধীন শাসকীয় এনডিএৰ অংশীদাৰ আঠাৱালেৰ দলটো। আঠাৱালেয়ে কয়, “মই ভাবোঁ অভিজিত দীপকে আম্বেদকাৰৰ সমৰ্থক। তেওঁ ডেকা আৰু অতি সক্ৰিয়। তেওঁ ৰিপাব্লিকান পাৰ্টী অব ইণ্ডিয়া (এ)ত যোগদান কৰাৰ কথা বিবেচনা কৰা উচিত।”

cjp1 1 | ASSAM TIMES POST
চিজেপিৰ প্ৰতিষ্ঠাপক দীপকেক এনডিএত যোগদান কৰিবলৈ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামদাস আঠাৱালেৰ আমন্ত্ৰণ

একে সময়তে দীপকেক পোনপটীয়াকৈ এনডিএত যোগদান কৰাৰ প্ৰস্তাৱ দি ৰামদাসে কয়, “আমাৰ চৰকাৰৰ মতে কোনোবাই যদি ভুল কৰে তেন্তে তেওঁক শাস্তি দিয়া উচিত। সেয়েহে তেওঁ (দীপকে) শাসকীয় মিত্ৰজোঁটত যোগদান কৰিব লাগে।”

অৱশ্যে এই সন্দৰ্ভত দীপকেৰ বক্তব্য এতিয়াও উপলব্ধ হোৱা নাই। অৱশ্যে শেহতীয়াকৈ চিজেপিৰ মুৰব্বীগৰাকীয়ে কয় যে তেওঁ ৰাজনীতিত যোগদান কৰিব নিবিচাৰে। কাৰণ ব্যাখ্যা কৰি দীপকেয়ে কয়, “ৰাজনীতি আৰু নিৰ্বাচনী ব্যৱস্থাৰ প্ৰতি মানুহৰ বিশ্বাস হেৰাই গৈছে।” একে সময়তে তেওঁ কয় যে, দেশৰ উন্নয়নৰ বাবে পৃথক ৰাজনৈতিক দলতকৈ গণ আন্দোলন সৃষ্টি কৰাটো অধিক গুৰুত্বপূৰ্ণ। দীপকয়ে কয়, “যিদৰে ন্যায়পালিকা, নিৰ্বাচনী ব্যৱস্থা আৰু সংবাদ মাধ্যমৰ প্ৰতি মানুহৰ আস্থা হেৰাইছে, দেশত গণ আন্দোলনৰ প্ৰয়োজন।”

Tags: AbhijitDipkeRamdasAthawale
Share4Tweet3Send

Related Posts

Woman murder : মাটি বিক্ৰীক লৈ সৃষ্টি হোৱা বিবাদৰ ভয়ংকৰ পৰিণতি, পত্নীক মাৰপিট কৰি যৌনাংগত বিদ্যুৎস্পৃষ্ট কৰি হত্যা
National-International

by News Desk
August 18, 2026
50
Supreme Court of India : ফাঁচিয়েই হ’ব মৃত্যুদণ্ডৰ বিধান, কম যন্ত্ৰণাদায়ক পদ্ধতি নাকচ উচ্চতম ন্যায়ালয়ৰ
National-International

Supreme Court of India : ফাঁচিয়েই হ’ব মৃত্যুদণ্ডৰ বিধান, কম যন্ত্ৰণাদায়ক পদ্ধতি নাকচ উচ্চতম ন্যায়ালয়ৰ

by News Desk
August 18, 2026
50
Devendra Mahato hunger strike : পৰীক্ষা বাতিল ঘোষণাৰ পিছতে দেৱেন্দ্ৰ মাহাতোৱে ভংগ কৰিলে ১৬ দিনীয়া অনশন
National-International

Devendra Mahato hunger strike : পৰীক্ষা বাতিল ঘোষণাৰ পিছতে দেৱেন্দ্ৰ মাহাতোৱে ভংগ কৰিলে ১৬ দিনীয়া অনশন

by News Desk
August 18, 2026
50
Supreme Court of India : ১৪ গৰাকী মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধমূলক অভিযোগ, শীৰ্ষত তেলেংগানাৰ ৰেৱন্ত ৰেড্ডী

Social Media Post : বিগত পাঁচ মাহত গড়ে প্ৰতি মিনিটত এটাকৈ পোষ্ট ব্লক, ইনষ্টাগ্ৰামত সৰ্বাধিক

Jharkhand exam cancelled : অৱশেষত প্ৰতিবাদত সেও মানিলে ছোৰেণ চৰকাৰে, অনিয়মৰ অভিযোগ উঠা পৰীক্ষা বাতিলৰ ঘোষণা

ADVERTISEMENT
Woman murder : মাটি বিক্ৰীক লৈ সৃষ্টি হোৱা বিবাদৰ ভয়ংকৰ পৰিণতি, পত্নীক মাৰপিট কৰি যৌনাংগত বিদ্যুৎস্পৃষ্ট কৰি হত্যা
National-International

Woman murder : মাটি বিক্ৰীক লৈ সৃষ্টি হোৱা বিবাদৰ ভয়ংকৰ পৰিণতি, পত্নীক মাৰপিট কৰি যৌনাংগত বিদ্যুৎস্পৃষ্ট কৰি হত্যা

August 18, 2026
50
Abhijit Dipke : চিজেপিৰ প্ৰতিষ্ঠাপক দীপকেক এনডিএত যোগদান কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীৰ আমন্ত্ৰণ
National-International

Abhijit Dipke : চিজেপিৰ প্ৰতিষ্ঠাপক দীপকেক এনডিএত যোগদান কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীৰ আমন্ত্ৰণ

August 18, 2026
50
Supreme Court of India : ফাঁচিয়েই হ’ব মৃত্যুদণ্ডৰ বিধান, কম যন্ত্ৰণাদায়ক পদ্ধতি নাকচ উচ্চতম ন্যায়ালয়ৰ
National-International

Supreme Court of India : ফাঁচিয়েই হ’ব মৃত্যুদণ্ডৰ বিধান, কম যন্ত্ৰণাদায়ক পদ্ধতি নাকচ উচ্চতম ন্যায়ালয়ৰ

August 18, 2026
50
Devendra Mahato hunger strike : পৰীক্ষা বাতিল ঘোষণাৰ পিছতে দেৱেন্দ্ৰ মাহাতোৱে ভংগ কৰিলে ১৬ দিনীয়া অনশন
National-International

Devendra Mahato hunger strike : পৰীক্ষা বাতিল ঘোষণাৰ পিছতে দেৱেন্দ্ৰ মাহাতোৱে ভংগ কৰিলে ১৬ দিনীয়া অনশন

August 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Woman murder : মাটি বিক্ৰীক লৈ সৃষ্টি হোৱা বিবাদৰ ভয়ংকৰ পৰিণতি, পত্নীক মাৰপিট কৰি যৌনাংগত বিদ্যুৎস্পৃষ্ট কৰি হত্যা

Woman murder : মাটি বিক্ৰীক লৈ সৃষ্টি হোৱা বিবাদৰ ভয়ংকৰ পৰিণতি, পত্নীক মাৰপিট কৰি যৌনাংগত বিদ্যুৎস্পৃষ্ট কৰি হত্যা

August 18, 2026
Abhijit Dipke : চিজেপিৰ প্ৰতিষ্ঠাপক দীপকেক এনডিএত যোগদান কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীৰ আমন্ত্ৰণ

Abhijit Dipke : চিজেপিৰ প্ৰতিষ্ঠাপক দীপকেক এনডিএত যোগদান কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীৰ আমন্ত্ৰণ

August 18, 2026
Supreme Court of India : ফাঁচিয়েই হ’ব মৃত্যুদণ্ডৰ বিধান, কম যন্ত্ৰণাদায়ক পদ্ধতি নাকচ উচ্চতম ন্যায়ালয়ৰ

Supreme Court of India : ফাঁচিয়েই হ’ব মৃত্যুদণ্ডৰ বিধান, কম যন্ত্ৰণাদায়ক পদ্ধতি নাকচ উচ্চতম ন্যায়ালয়ৰ

August 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT