ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Singing Contest
  • Contact Us
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Singing Contest
  • Contact Us
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

অসমত প্ৰতিভাৰ যেন অভাৱ নাই : পুৰণি মটৰ চাইকেলৰ ইঞ্জিনেৰে পাৱাৰ বিটা নিৰ্মাণ

News Desk by News Desk
January 10, 2021
Reading Time: 1min read
0


লংকাৰ পৰা মনোজ কুমাৰ পাঠক

RELATED POSTS

পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱা স্বামীক কান্ধত উঠাই আনিলে পত্নীয়ে

ভাৰতৰ উপহাৰ ! বুধবাৰে বাংলাদেশ পাব ২০ লাখ কৰোনা টীকা

৬২০ কি:মি: বেগৰ চকা নোহোৱা ৰে’লৰ পৰীক্ষা কৰিলে চীনে!

মনত একাগ্ৰতা আৰু কাম কৰাৰ স্পৃহা থাকিলে যিকোনো কামতেই যেন সফল হ’ব পাৰি সেই কথা প্ৰমাণ কৰি দেখুৱালে লংকাৰ এজন উদীয়মান যুৱকে। নিজ‌ উদ্ভাৱনী শক্তিৰ পৰিচয়ৰে লংকাৰ জাৰণি গাঁৱৰ যুৱক ছাইফুল ইছলাম লস্কৰে সাজি উলিয়াইছে পাৱাৰ টিলা সদৄশ এইখন বিশেষ পাৱাৰ বিটা। পেছাত এগৰাকী মেকানিক ছাইফুল ইছলাম লস্কৰে সৃজনীশীল মনৰ পৰিচয় দি এখন পুৰণি মটৰ চাইকেলৰ ইঞ্জিন ব্যৱহাৰ কৰি সুন্দৰ আৰ্হিৰে নিৰ্মাণ কৰি উলিয়াইছে পাৱাৰ বিটাখন

উল্লেখ্য যে, ৩০ হাজাৰ টকা খৰচ কৰি ১৫ দিনৰ মূৰত পাৱাৰ বিট খন নিৰ্মাণ কৰিবলৈ সক্ষম হোৱা ছাইফুল ইছলাম লস্কৰে ইতিমধ্যে নিয়োজিত হৈ পৰিছে কৃষি কাৰ্যত। যুৱকজন সাজি উলিওৱা এই বিশেষ পাৱাৰ বিটখনৰে ১ বিঘা মাটি চহাবলৈ প্ৰয়োজন হ’ব ১ লিটাৰ ইন্ধনৰ।যিটো সময়ত দৰিদ্ৰ কৃষক ৰাইজে পাৱাৰ টিলা নাইবা ট্ৰেক্টৰৰে কৃষি কৰ্ম কৰিবলৈ অধিক ধন ব্যয় কৰিব লাগে ঠিক তেনেসময়তে প্ৰতিভাৱান যুৱকজনে উদ্ভাৱনী শক্তিৰে সাজি উলিওৱা এই পাৱাৰ বিটখনে দৰিদ্ৰ কৃষক ৰাইজক কম খৰচতে কৃষি কৰ্ম কৰাত সহায় কৰিব বুলি আশা ব্যক্ত কৰে যুৱকজনে।

ADVERTISEMENT

Like this:

Like Loading...

Related

Tags: Featured
Share12Tweet7Send
News Desk

News Desk

Related Posts

পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱা স্বামীক কান্ধত উঠাই আনিলে পত্নীয়ে
ALL NEWS

পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱা স্বামীক কান্ধত উঠাই আনিলে পত্নীয়ে

by News Desk
January 19, 2021
50
ভাৰতৰ উপহাৰ ! বুধবাৰে বাংলাদেশ পাব ২০ লাখ কৰোনা টীকা
ALL NEWS

ভাৰতৰ উপহাৰ ! বুধবাৰে বাংলাদেশ পাব ২০ লাখ কৰোনা টীকা

by News Desk
January 19, 2021
51
৬২০ কি:মি: বেগৰ চকা নোহোৱা ৰে’লৰ পৰীক্ষা কৰিলে চীনে!
ALL NEWS

৬২০ কি:মি: বেগৰ চকা নোহোৱা ৰে’লৰ পৰীক্ষা কৰিলে চীনে!

by News Desk
January 19, 2021
52
ডিফুত মুখ্যমন্ত্রীৰ নববর্ষৰ উপহাৰ প্রদান
ALL NEWS

ডিফুত মুখ্যমন্ত্রীৰ নববর্ষৰ উপহাৰ প্রদান

by News Desk
January 19, 2021
87
খ্যাতনামা ফটোগ্রাফাৰ দীনেশ চৌধুৰী আৰু নাই
ALL NEWS

খ্যাতনামা ফটোগ্রাফাৰ দীনেশ চৌধুৰী আৰু নাই

by News Desk
January 19, 2021
51
দেওপানীৰ বৰডেকা-লাংমিলি নিৰজা ক্ষেত্ৰ সাজু
ALL NEWS

দেওপানীৰ বৰডেকা-লাংমিলি নিৰজা ক্ষেত্ৰ সাজু

by News Desk
January 19, 2021
71
covid-19 widget
506671
Total views : 1872501
Who's Online : 15
পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱা স্বামীক কান্ধত উঠাই আনিলে পত্নীয়ে

পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱা স্বামীক কান্ধত উঠাই আনিলে পত্নীয়ে

January 19, 2021
ভাৰতৰ উপহাৰ ! বুধবাৰে বাংলাদেশ পাব ২০ লাখ কৰোনা টীকা

ভাৰতৰ উপহাৰ ! বুধবাৰে বাংলাদেশ পাব ২০ লাখ কৰোনা টীকা

January 19, 2021
৬২০ কি:মি: বেগৰ চকা নোহোৱা ৰে’লৰ পৰীক্ষা কৰিলে চীনে!

৬২০ কি:মি: বেগৰ চকা নোহোৱা ৰে’লৰ পৰীক্ষা কৰিলে চীনে!

January 19, 2021

Categories

ALL NEWS (10102) Assam (7172) BREAKING NEWS (3268) Business (14) Economy (28) Editorial (7) EDUCATION-TECHNOLOGY (21) Entertainment (329) Entertrainment (207) EXCLUSIVE (121) Fashion (8) Featured (11) Features (20) Guwahati (1349) Health & Fitness (227) Jobs & Career (3) KARBI ANGLONG (1108) Lifestyle (19) literature (16) National-International (1830) NORTH-EAST (347) Novel (3) Photo (4) Poem (9) Political (60) Recipes (5) Sports (153) Story (3) Tech (5) Travel (6) Uncategorized (13) Video (88)

© 2020 Assam Times Post.

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTH-EAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

© 2020 Assam Times Post.

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: