ষ্টাফ ৰিপ’ৰ্টাৰ:
কৃষি খণ্ডত অসম অধিক জিলিকি উঠক, বিগত সময়ৰ দৰে আগন্তুক দিনতো উৎপাদনশীলতা বৃদ্ধি হওক, ভোগালীৰ ভোগ, আনন্দেৰে সকলোৰে জীৱন প্ৰাণৱন্ত হৈ উঠক, তাৰেই কামনাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমবাসীক ভোগালী বিহুৰ আন্তৰিক ওলগ জনাইছে।
© 2020 Assam Times Post. | Powered By Webx
© 2020 Assam Times Post. | Powered By Webx