ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home DIPHU

World Hepatitis Day : ডিফু নগৰীয়া স্বাস্থ্য কেন্দ্ৰত বিশ্ব হেপাটাইটিছ দিৱস পালন

ষ্টাফ ৰিপ'ৰ্টাৰঃ ডিফু :

News Desk by News Desk
July 28, 2026
Reading Time: 1 min read
A A
0
World Hepatitis Day : ডিফু নগৰীয়া স্বাস্থ্য কেন্দ্ৰত বিশ্ব হেপাটাইটিছ দিৱস পালন

RELATED POSTS

Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা

Diphu flood : পাহাৰীয়া বানৰ কবলত ডিফু চহৰ

Pass away : ডিফুৰ বিদূষী তথা ধৰ্মপ্ৰাণ মহিলা ৰুকিয়া বেগমৰ দেহাৱসান

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (National Health Campaign)ৰ অধীনস্থ কাৰ্বি আংলঙৰ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত মঙলবাৰে ডিফু (Diphu) নগৰীয়া স্বাস্থ্য কেন্দ্ৰত (Urban Health Center) বিশ্ব হেপাটাইটিছ দিৱস (World Hepatitis Day) পালন কৰা হয়। এইবাৰৰ বিশ্বব্যাপী বিষয়বস্তু “হেপাটাইটিছ: লেটছ ব্ৰেক ইট ডাউন”ৰ সৈতে সংগতি ৰাখি আয়োজন কৰা এই কাৰ্যসূচীত সময়মতে পৰীক্ষা, নিদান আৰু চিকিৎসাৰ প্ৰসাৰ ঘটাই হেপাটাইটিছৰ বিষয়ে ভুল ধাৰণা দূৰ কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হৈছিল। সজাগতা কাৰ্যসূচীত ভাৰপ্ৰাপ্ত জিলা চোৱাচিতা বিষয়া (আই ডি এছ), জিলা চোৱাচিতা বিষয়া (ডি এছ অ’), জিলা কাৰ্যসূচী প্ৰবন্ধক (ডি পি এম), এন এইচ এম, জিলা মিডিয়া বিশেষজ্ঞ (ডি এম ই), এন এইচ এম, আৰু স্বাস্থ্য বিভাগৰ অন্যান্য বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।

ডিফু নগৰীয়া স্বাস্থ্য কেন্দ্ৰত বিশ্ব হেপাটাইটিছ দিৱস পালন

বিভিন্ন বেচৰকাৰী সংস্থা (এন জি অ’)ৰ সদস্যসকলে, স্বাস্থ্যকৰ্মী, আশা আৰু জনসাধাৰণে সক্ৰিয়ভাৱে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অনুষ্ঠানত স্বাস্থ্য বিষয়াসকলে ভাইৰাছজনিত হেপাটাইটিছৰ প্রভাব হ্ৰাস কৰিবলৈ হেপাটাইটিছ পৰীক্ষা, প্ৰযোজ্য ঠাইত টিকাকৰণ, নিৰাপদ চিকিৎসা পদ্ধতি আৰু জনসচেতনতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সজাগতা সভাত অংশগ্ৰহণকাৰীসকলক সুস্থ জীৱনশৈলী গ্ৰহণ কৰিবলৈ আৰু হেপাটাইটিছৰ ইংগিত দিয়া লক্ষণসমূহ লক্ষ্য কৰিলে আগতীয়াকৈ চিকিৎসকৰ কাষ চাপিবলৈ পৰামর্শ প্রদান কৰা হয়।

জনস্বাস্থ্যৰ প্ৰতি ভাবুকি হিচাপে ভাইৰাছজনিত হেপাটাইটিছ নিৰ্মূল কৰাৰ লক্ষ্যত উপনীত হোৱাৰ দিশত সজাগতা আৰু সম্প্ৰদায়ৰ অংশগ্ৰহণ শক্তিশালী কৰাৰ বাবে স্বাস্থ্য বিভাগ আৰু অংশীদাৰসকলৰ নৱীকৃত প্ৰতিশ্ৰুতিৰে কাৰ্যসূচীৰ সামৰণি পৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: DiphuWorldHepatitisDay
Share4Tweet3Send

Related Posts

Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা
DIPHU

Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা

by News Desk
September 14, 2026
53
Diphu flood : পাহাৰীয়া বানৰ কবলত ডিফু চহৰ
DIPHU

Diphu flood : পাহাৰীয়া বানৰ কবলত ডিফু চহৰ

by News Desk
September 9, 2026
53
Pass away : ডিফুৰ বিদূষী তথা ধৰ্মপ্ৰাণ মহিলা ৰুকিয়া বেগমৰ দেহাৱসান
DIPHU

Pass away : ডিফুৰ বিদূষী তথা ধৰ্মপ্ৰাণ মহিলা ৰুকিয়া বেগমৰ দেহাৱসান

by News Desk
September 9, 2026
77
Tuliram Ranghang : তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে ক্ষোভৰ উদ্গীৰণ কাৰ্বি পাহাৰৰ প্ৰাক্তন বিদ্ৰোহী সংগঠনৰ
DIPHU

Tuliram Ranghang : তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে ক্ষোভৰ উদ্গীৰণ কাৰ্বি পাহাৰৰ প্ৰাক্তন বিদ্ৰোহী সংগঠনৰ

by News Desk
September 5, 2026
60
Diphu anti-drugs campaign : নিচামুক্ত আৰু বাল্য বিবাহমুক্ত ভাৰত সন্দৰ্ভত সমন্বিত ডিফুত প্ৰচাৰ কাৰ্যসূচী
DIPHU

Diphu anti-drugs campaign : নিচামুক্ত আৰু বাল্য বিবাহমুক্ত ভাৰত সন্দৰ্ভত সমন্বিত ডিফুত প্ৰচাৰ কাৰ্যসূচী

by News Desk
September 3, 2026
55
Diphu Rape murder case : কটন কলেজত একেলগে সময় কটোৱা মুখ্যমন্ত্রীয়ে এতিয়া মোক চিনি নাপায় : সত্যেন্দ্র তেৰাং
DIPHU

Diphu Rape murder case : কটন কলেজত একেলগে সময় কটোৱা মুখ্যমন্ত্রীয়ে এতিয়া মোক চিনি নাপায় : সত্যেন্দ্র তেৰাং

by News Desk
August 20, 2026
76
ADVERTISEMENT
Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা
National-International

Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা

September 15, 2026
50
Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত
National-International

Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত

September 15, 2026
50
Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping
ALL NEWS

Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping

September 15, 2026
50
Daughter Wife murder case : ‘ক্ৰাইম ছিৰিজ’ চাই পত্নী, তিনি কন্যাক হত্যাৰ ষড়যন্ত্ৰ, হত্যাকাণ্ডৰ পিছত ঘূৰি ফুৰিছিল মন্দিৰে মন্দিৰে
National-International

Daughter Wife murder case : ‘ক্ৰাইম ছিৰিজ’ চাই পত্নী, তিনি কন্যাক হত্যাৰ ষড়যন্ত্ৰ, হত্যাকাণ্ডৰ পিছত ঘূৰি ফুৰিছিল মন্দিৰে মন্দিৰে

September 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা

Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা

September 15, 2026
Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত

Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত

September 15, 2026
Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping

Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping

September 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d