ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Singing Contest
  • Contact Us
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Singing Contest
  • Contact Us
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

স্বাস্থ্য : শীতৰ প্ৰধান পাচলি ৰঙালাও বা মিঠালাওৰ উপকাৰিতা জানেনে?

ASSAM TIMES POST by ASSAM TIMES POST
January 14, 2021
Reading Time: 1min read
0
স্বাস্থ্য : শীতৰ প্ৰধান পাচলি ৰঙালাও বা মিঠালাওৰ উপকাৰিতা জানেনে?

RELATED POSTS

পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱা স্বামীক কান্ধত উঠাই আনিলে পত্নীয়ে

ভাৰতৰ উপহাৰ ! বুধবাৰে বাংলাদেশ পাব ২০ লাখ কৰোনা টীকা

৬২০ কি:মি: বেগৰ চকা নোহোৱা ৰে’লৰ পৰীক্ষা কৰিলে চীনে!

স্বাস্থ্য প্ৰতিবেদন:

পাচলি বুলি ক’লে ৰঙালাও বা মিঠালাওৰ কথা নক’লেও চলে। বিশেষকৈ এই বতৰত বিয়া-কাজত মিঠালাও পাচলিৰ এক অন্যতম উপকৰণ। তাৰোপৰি মিঠালাও বা ৰঙালাওৰ আছে বহু গুণ। পুষ্টিগুণেৰে ভৰা এই পাচলিয়ে দেহৰ ৰোগ প্রতিৰোধ কৰে।

ইয়াত থকা ভিটামিন-এই চকুক কর্নিয়াৰ পৰা ৰক্ষা কৰি থাকে। মিঠালাওত ভিটামিন-এ, বি-কমপ্লেক্স, চি, ই, পটাচিয়াম, মেগনেচিয়াম, আয়ৰন, জিংক, ফ্লেভনয়েড পলি-ফেনলিক, এন্টিঅক্সিডেণ্ট উপাদানসমূহ যেনে লিউটিন, জেনথিন আৰু বহুতো উপাদান আছে। ইয়াত কেলৰিও খুব কম থাকে।

এই পাচলিয়ে শৰীৰৰ কলেষ্টেৰল কমাই মেদ সৰোৱাত সহায় কৰে। ই মানব দেহৰ সুস্থ ত্বক গঠনত সহায় কৰে। এই পাচলিত কেৰটিনয়েড নামক উপাদান আছে, যিয়ে চকুত ছানি পৰা আৰু যিকোনো বয়সত চকুৰ সমস্যা হোৱাৰ সম্ভাৱনাৰ পৰা ৰক্ষা কৰি থাকে।

মিঠালাওৰ আৰু কিছু গুণ :

১। প্রচুৰ পৰিমাণে ভিটামিন চি আছে। যিয়ে চর্দি-কাহ, ঠান্ডা লগা প্রতিৰোধ কৰাত সহায় কৰে।

ADVERTISEMENT

২। এন্টি অক্সিডেন্ট সমৃদ্ধ হোৱাত কলেষ্টেৰল কম ৰখাত সহায় কৰে।

৩। প্রচুৰ পৰিমাণে ভিটামিন এ আছে।

৪। কেলৰিৰ পৰিমাণ খুব কম। আৰু ফাইবাৰৰ পৰিমাণ বেছি থকাত          হজমত সহায়ক।

৫। কেন্সাৰ প্রতিৰোধত সহায় কৰে, কাৰণ ই এন্টি অক্সিডেন্ট সমৃদ্ধ।

৬। গাজৰৰ তুলনাত মিঠালাওত প্রচুৰ পৰিমাণে বিটা কেৰটিন আছে।         যি চকুৰ বাবে ভাল।

৭। ই ডিপ্রেচন কম ৰখাত সহায় কৰে।

৮। ভিটামিন-এ চিকচিকিয়া আৰু উজ্জ্বল চুলি আৰু ত্বকৰ বাবে                উপকাৰী। সেয়ে মিঠালাও খোৱাটো অত্যন্ত জৰুৰী।

৯। প্রচুৰ পৰিমাণে মেগনেচিয়াম আৰু ভিটামিন চি আছে।

১০। প্রচুৰ পৰিমাণে পটাচিয়াম বিদ্যমান থকাত হাইপাৰটেনচন হোৱাৰ        সুবিধা খুব কম।

Like this:

Like Loading...

Related

Tags: Health and Wellness
Share5Tweet3Send
ASSAM TIMES POST

ASSAM TIMES POST

ASSAM TIMES POST

Related Posts

পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱা স্বামীক কান্ধত উঠাই আনিলে পত্নীয়ে
ALL NEWS

পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱা স্বামীক কান্ধত উঠাই আনিলে পত্নীয়ে

by News Desk
January 19, 2021
50
ভাৰতৰ উপহাৰ ! বুধবাৰে বাংলাদেশ পাব ২০ লাখ কৰোনা টীকা
ALL NEWS

ভাৰতৰ উপহাৰ ! বুধবাৰে বাংলাদেশ পাব ২০ লাখ কৰোনা টীকা

by News Desk
January 19, 2021
51
৬২০ কি:মি: বেগৰ চকা নোহোৱা ৰে’লৰ পৰীক্ষা কৰিলে চীনে!
ALL NEWS

৬২০ কি:মি: বেগৰ চকা নোহোৱা ৰে’লৰ পৰীক্ষা কৰিলে চীনে!

by News Desk
January 19, 2021
52
ডিফুত মুখ্যমন্ত্রীৰ নববর্ষৰ উপহাৰ প্রদান
ALL NEWS

ডিফুত মুখ্যমন্ত্রীৰ নববর্ষৰ উপহাৰ প্রদান

by News Desk
January 19, 2021
87
খ্যাতনামা ফটোগ্রাফাৰ দীনেশ চৌধুৰী আৰু নাই
ALL NEWS

খ্যাতনামা ফটোগ্রাফাৰ দীনেশ চৌধুৰী আৰু নাই

by News Desk
January 19, 2021
51
দেওপানীৰ বৰডেকা-লাংমিলি নিৰজা ক্ষেত্ৰ সাজু
ALL NEWS

দেওপানীৰ বৰডেকা-লাংমিলি নিৰজা ক্ষেত্ৰ সাজু

by News Desk
January 19, 2021
71
covid-19 widget
506672
Total views : 1872525
Who's Online : 9
পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱা স্বামীক কান্ধত উঠাই আনিলে পত্নীয়ে

পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱা স্বামীক কান্ধত উঠাই আনিলে পত্নীয়ে

January 19, 2021
ভাৰতৰ উপহাৰ ! বুধবাৰে বাংলাদেশ পাব ২০ লাখ কৰোনা টীকা

ভাৰতৰ উপহাৰ ! বুধবাৰে বাংলাদেশ পাব ২০ লাখ কৰোনা টীকা

January 19, 2021
৬২০ কি:মি: বেগৰ চকা নোহোৱা ৰে’লৰ পৰীক্ষা কৰিলে চীনে!

৬২০ কি:মি: বেগৰ চকা নোহোৱা ৰে’লৰ পৰীক্ষা কৰিলে চীনে!

January 19, 2021

Categories

ALL NEWS (10102) Assam (7172) BREAKING NEWS (3268) Business (14) Economy (28) Editorial (7) EDUCATION-TECHNOLOGY (21) Entertainment (329) Entertrainment (207) EXCLUSIVE (121) Fashion (8) Featured (11) Features (20) Guwahati (1349) Health & Fitness (227) Jobs & Career (3) KARBI ANGLONG (1108) Lifestyle (19) literature (16) National-International (1830) NORTH-EAST (347) Novel (3) Photo (4) Poem (9) Political (60) Recipes (5) Sports (153) Story (3) Tech (5) Travel (6) Uncategorized (13) Video (88)

© 2020 Assam Times Post.

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTH-EAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

© 2020 Assam Times Post.

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: