ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Singing Contest
  • Contact Us
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Singing Contest
  • Contact Us
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

গড়কাপ্তানি বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ সজাগতা সভা

কাৰবি আংলঙত 62 আৰু পশ্চিম কাৰবি আংলঙত 13টা পথ দুৰ্ঘটনা

News Desk by News Desk
January 27, 2021
Reading Time: 1min read
0


ষ্টাফ ৰিপ’ৰ্টাৰ

RELATED POSTS

এখন হোষ্টেলতে ২২৯ জন আক্রান্ত ! মহাৰাষ্ট্ৰত ৪ মাহ পিছত পুনৰ ৮ হাজাৰ সংক্রমণ

প্ৰবীণ শিল্পী কূল বৰুৱা আৰু নাই

এমাহত তিনিবাৰত ১০০ টকা ! মাজনিশা পুনৰ বাঢ়িল ৰন্ধন গেছৰ মূল্য

ডিফু : ১৮ জানুৱাৰী ২০২০ৰ পৰা ১৭ ফেব্ৰুৱাৰী ২০২০লৈকে চলিবলগীয়া ৰাষ্ট্ৰজোৰা পথ সুৰক্ষা মাহৰ লগত সংগতি ৰাখি অসম তথা কাৰবি আংলঙতো ৩২ সংখ্যক পথ সুৰক্ষা মাহ পালন কৰা হৈ আছে ৷

“পথ সুৰক্ষাই জীৱন সুৰক্ষা” ৰ থীম হিচাপে লৈ আজি পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুৰ বিজেপি কাৰ্যালয়ৰ সন্মূখত পিডব্লিউ ডিফু পথ সংমণ্ডলৰ উদ্যোগত এখনি সজাগতা সভা অনুষ্ঠিত কৰা হয় ৷ সভাত মুখ্য অতিথি হিচাপে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ লগতে সন্মানীয় অতিথি হিচাপে সাংসদ হৰেণছিং বে, জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰী, প্ৰমুখ্য কৰি কেইবাগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷

সভাৰ আৰম্ভণিতেই অসম চৰকাৰৰ লোক নিৰ্মান বিভাগৰ মুখ্য অভিযন্তা পবন তেৰাঙ (ইএপি) য়ে আদৰণি ভাষণত পথ দূৰ্ঘটনা সন্দৰ্ভত দেশ তথা ৰাজ্যৰ সামগ্ৰিক পৰিসংখ্যা দাঙি ধৰে ৷ তেওঁ তথ্যত ৰাজ্যৰ পথ দূৰ্ঘটনাৰ উদ্বেগজনক হাৰটো স্পষ্ট হৈ পৰে ৷

তেওঁ জনোৱা অনুসৰি অসমত মুঠ পথৰ দৈৰ্ঘ্য 57,617টা পথ ৷ ইয়াৰে ৰাষ্ট্ৰীয় ঘাই পথত 3900 কিল,মিটাৰ, ৰাজ্যিক ঘাইপথত 3059 কিল’মিটাৰ আৰু মেগা জিলাত , 4360 কিল’মিটাৰ নগৰীয়া পথ 1701 কিল’মিটাৰ আৰু গ্ৰাম্য পথ 44,597 কিল’মিটাৰ পথ আছে ৷

আৰক্ষী, চিআইডি আৰু পিডব্লিউডি বিভাগে আগবঢ়োৱা পৰিসংখ্যা অনুসৰি ৰাষ্ট্ৰীয় ঘাই পথত 2018 ইং, বৰ্ষত 3963 ,2019 ত 3988, টা পথ দূৰ্ঘটনা সংঘটিত হোৱাৰ বিপৰীতে, 2018 বৰ্ষত 1541জন আৰু 2019ত 1619জন লোকৰ মৃত্যু হৈছে ৷

পিডব্লিউডি বিভাগে যুগুতোৱা প্ৰতিবেদন মতে 2018 ইং, বৰ্ষত 2111, 2019ত 2102 টা পথ দূৰ্ঘটনা আৰু 2018ত 681টজন 2019ত 659 জনৰ মৃত্যু হৈছে ৷ সকলো ধৰণৰ পথত 2019ত 1’6% দূৰ্ঘটনা বৃদ্ধি পাইছে ৷ আনহাতে ভাৰতৰ ঘাইপথ মন্ত্ৰালয়ে আগবঢ়োৱা তথ্য অনুসৰি ভাৰতত মুঠ 1,51417জনৰ মৃত্যু হৈছে যিটো সমগ্ৰ বিশ্বৰ 11 শতাংংশ ৷

ADVERTISEMENT

সমগ্ৰ বিশ্বত মুঠ 2018 বৰ্ষত 13’5 লাখ পথ দূৰ্ঘটনা হৈছে ৷ তাৰ ভিতৰত ভাৰতৰ স্থান প্ৰথম ৷ অসমত মুঠ 2966 টা পথ দূৰ্ঘটনাৰে 2 শতাংশ স্থান অধিকাৰ কৰি আছে ৷ইয়াৰে মাজুলিত সৰ্বনিম্ন 3টা, আৰু শোণিতপুৰ জিলাত সৰ্বোচ্চ 116 টা, আৰু কাৰবি আংলঙত 62 টা আৰু পশ্চিম কাৰবি আংলঙত 13 টা পথ দূৰ্ঘটনা সংঘটিত হৈছে বুলি মুখ্য অভিযন্তা গৰাকীয়ে জানিবলৈ দিছে ৷

মুখ্য অতিথিৰ ভাষণত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয়যে, পথ সমূহ যিমান সুন্দৰকৈ নিৰ্মান কৰা হৈছে দূৰ্ঘটনা সিমানেই বৃদ্ধি পাইছে, সেয়ে সংশ্লিষ্ট বিভাগে পথ সমূহত পৰ্যাপ্ত স্পীড ব্ৰেকাৰ লগাব লাগে বুলি কয় ৷ ইয়াৰোপৰি পথ সুৰক্ষাৰ সজাগতা কাৰ্যসূচী সমূহ সকলো স্তৰতে লৈ যাব লাগে বুলি মন্তব্য কৰে ৷

সাংসদ হৰেণছিং বে’ই নিজৰ ভাষণ প্ৰসংগত কয়যে পথ সমূহৰ অৱস্থা যিমানেই ভাল সিমানেই সচেতনতা হ্ৰাস হোৱাৰ বাবে দূৰ্ঘটনা বৃদ্ধি পাইছে ৷ তেওঁ কাৰবি আংলঙত দূৰ্ঘটনাৰ হাৰ শুণ্য হোৱাৰ কামনা কৰিছে৷ ইয়াৰোপৰি মুখ্য অভিযন্তা পৱন তেৰাঙে সাংবাদিকৰ আগত কয়যে ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰণ মন্ত্ৰালয়ে দেশত দূৰ্ঘটনাৰ পৰিমান বৃদ্ধি পোৱাৰ বাবে পথ সুৰক্ষা সপ্তাহৰ পৰিৱৰ্তে মাহযোৰা কাৰ্যসূচীলৈ এইবাৰ পথ সুৰক্ষা মাহ হিচাপে পালন কৰা হৈছে ৷

Like this:

Like Loading...

Related

Tags: karbi anglong
Share10Tweet6Send
News Desk

News Desk

Related Posts

ভাৰতত প্ৰথমবাৰ দক্ষিণ আফ্ৰিকা-ব্ৰাজিলীয় প্ৰজাতিৰ কৰোনাৰ সন্ধান লাভ
ALL NEWS

এখন হোষ্টেলতে ২২৯ জন আক্রান্ত ! মহাৰাষ্ট্ৰত ৪ মাহ পিছত পুনৰ ৮ হাজাৰ সংক্রমণ

by Staff Reporter
February 25, 2021
51
প্ৰবীণ শিল্পী কূল বৰুৱা আৰু নাই
ALL NEWS

প্ৰবীণ শিল্পী কূল বৰুৱা আৰু নাই

by Staff Reporter
February 25, 2021
52
বিনামূল্যে লাভ কৰিব গেছ চিলিণ্ডাৰ
ALL NEWS

এমাহত তিনিবাৰত ১০০ টকা ! মাজনিশা পুনৰ বাঢ়িল ৰন্ধন গেছৰ মূল্য

by Staff Reporter
February 25, 2021
52
অকলশৰীয়া ব্যক্তিৰ বাবে পৃথক মন্ত্ৰালয় খুলিলে জাপানে
ALL NEWS

অকলশৰীয়া ব্যক্তিৰ বাবে পৃথক মন্ত্ৰালয় খুলিলে জাপানে

by Staff Reporter
February 25, 2021
51
২৭ ফেব্ৰুৱাৰীত মুক্তি লাভ বহু প্ৰশংসনীয় “মায়া বাইদেউ”-
ALL NEWS

২৭ ফেব্ৰুৱাৰীত মুক্তি লাভ বহু প্ৰশংসনীয় “মায়া বাইদেউ”-

by Staff Reporter
February 25, 2021
51
২০২১ চনত মুক্তি লাভ নকৰে শ্বাহৰুখ খানৰ “পঠান”-
ALL NEWS

২০২১ চনত মুক্তি লাভ নকৰে শ্বাহৰুখ খানৰ “পঠান”-

by Staff Reporter
February 25, 2021
52
covid-19 widget
521168
Total views : 2009734
Who's Online : 11
ভাৰতত প্ৰথমবাৰ দক্ষিণ আফ্ৰিকা-ব্ৰাজিলীয় প্ৰজাতিৰ কৰোনাৰ সন্ধান লাভ

এখন হোষ্টেলতে ২২৯ জন আক্রান্ত ! মহাৰাষ্ট্ৰত ৪ মাহ পিছত পুনৰ ৮ হাজাৰ সংক্রমণ

February 25, 2021
প্ৰবীণ শিল্পী কূল বৰুৱা আৰু নাই

প্ৰবীণ শিল্পী কূল বৰুৱা আৰু নাই

February 25, 2021
বিনামূল্যে লাভ কৰিব গেছ চিলিণ্ডাৰ

এমাহত তিনিবাৰত ১০০ টকা ! মাজনিশা পুনৰ বাঢ়িল ৰন্ধন গেছৰ মূল্য

February 25, 2021

Categories

ALL NEWS (10755) Assam (7587) BREAKING NEWS (3538) Business (14) Economy (29) Editorial (7) EDUCATION-TECHNOLOGY (23) Entertainment (330) Entertrainment (207) EXCLUSIVE (121) Fashion (8) Featured (14) Features (23) Guwahati (1393) Health & Fitness (259) Jobs & Career (4) KARBI ANGLONG (1192) Lifestyle (19) literature (16) National-International (1955) NORTH-EAST (352) Novel (3) Photo (4) Poem (9) Political (60) Recipes (5) Sports (159) Story (3) Tech (5) Travel (6) Uncategorized (13) Video (88)

© 2020 Assam Times Post.

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTH-EAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

© 2020 Assam Times Post.

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: