ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

মুখ্যমন্ত্রী গ্রাম্য পৰিবহণ আঁচনিৰ অধীনত হিতাধিকাৰীক বাহন বিতৰণ

লগতে ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ সফল সামৰণি

News Desk by News Desk
February 17, 2021
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

ষ্টাফ ৰিপ’ৰ্টাৰ

ডিফু : আজি সমগ্ৰ দেশৰ লগত সংগতি ৰাখি পাহাৰীয়া জিলা কাৰবি আংলঙতো ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ সফল সামৰণি পৰে ৷ এই পথ সুৰক্ষা মাহৰ লগত সামঞ্জস্য ৰাখি অসম চৰকাৰৰ মুখ্যমন্ত্রী গ্রাম্য পৰিবহণ আঁচনিৰ অধীনত আজি কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত হিতাধিকাৰীৰ মাজত মুঠ ১২খন ক্ষুদ্র বাহন বিতৰণ কৰা হয়।

diphuP1 1 | ASSAM TIMES POST

এই উদ্দেশ্যে আজি কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰিবহণ বিভাগৰ ৱর্কশ্বপত আয়োজিত এক বিশেষ অনুষ্ঠানত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে হিতাধিকাৰীসকলৰ মাজত বাহনসমূহ বিতৰণ কৰে। বিতৰণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি প্রদান কৰী ভাষণত মুখ্য কার্যবাহীগৰাকীয়ে অসম চবকাৰৰ উক্ত আঁচনিৰ জৰিয়তে পলুৰ উদ্যোগী তথা আত্মসহায়ক গোটসমূহে গ্রাম্য এলেকাৰ পৰা নগৰ অঞ্চল অথবা অন্য সকলো প্রয়োজনীয় স্থানলৈ যোগাযোগৰ ক্ষেত্রত গ্রামাঞ্চলৰ যাত্রীসকলৰ বাবে গুৰত্বপূর্ণ সেৱা আগবঢ়াবলৈ সক্ষম হ’ব বুলি আশা প্রকাশ কৰে ৷

diphuP3 | ASSAM TIMES POST

আনহাতে, জিলা পৰিবহণ বিষয়া বিক্ৰমাদিত্য গগৈয়ে সাংবাদিকৰ আগত কয় যে, উক্ত আঁচনিৰ অধীনত মুঠ ৫৭ জন আবেদনকাৰীয়ে আবেদন কৰিছিল যদিও ২৪ জনেহে এই আঁচনিৰ বাবে আগবাঢ়ি আহিল ৷ ইয়াৰে ১২ জনক অসম চৰকাৰে ২৫ শতাংশ ৰাজ সাহায্যৰ ভিত্তিত বাহনসমূহ প্ৰদান কৰাৰ ব্যৱস্থা কৰে ৷

diphuP4 | ASSAM TIMES POST

সেই মৰ্মে আজি পৰিবহণ বিভাগৰ উদ্যোগত ডিফুত ৯ জন হিতাধিকাৰীক আনুষ্ঠানিকভাবে এই বাহনসমূহ বিতৰণ কৰা হয় ৷ অনুষ্ঠানটোত ডিফুৰ সাংসদ হৰেণছিং বে ত্ৰিপুৰাৰ সাংসদ ৰেবিটি ত্রিপুৰা কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কেইবাগবাকী কার্যবাহী সদস্য, পৰিষদীয় সদস্য আদি উপস্থিত থাকে। উক্ত অনুষ্ঠানত বিভাগীয় কাৰ্যবাহী সদস্য প্ৰদীপ ডিফুছা আৰু জিলা উপায়ুক্ত চন্দ্ৰধ্বজ সিনহাই পথ সুৰক্ষা মাহ সন্দৰ্ভত বিস্তৃত বাখ্যা আগবঢ়ায় ৷

Tags: Featured
Share4Tweet3Send

Related Posts

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু
KARBI ANGLONG

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

by News Desk
July 20, 2026
50
Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন
KARBI ANGLONG

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

by Staff Reporter
July 20, 2026
50
Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

by Staff Reporter
July 19, 2026
50
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

by Staff Reporter
July 16, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

by News Desk
July 11, 2026
50
ADVERTISEMENT
Rare pangolin rescued in Diphu
DIPHU

Rare pangolin rescued in Diphu

July 21, 2026
50
SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case
National-International

SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case

July 21, 2026
50
PM Modi on Protest : যুৱসকলক উচটনি নিদিব, সঠিক পথ দেখুৱাওক; নীট প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলিলে মোদীয়ে
National-International

PM Modi on Protest : যুৱসকলক উচটনি নিদিব, সঠিক পথ দেখুৱাওক; নীট প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলিলে মোদীয়ে

July 21, 2026
50
UPI Transaction : ইণ্টাৰনেট নাথাকিলেও কথা নাই, এতিয়াৰে পৰা কৰিব পাৰিব ইউ পি আই লেনদেন
Bussines

UPI Transaction : ইণ্টাৰনেট নাথাকিলেও কথা নাই, এতিয়াৰে পৰা কৰিব পাৰিব ইউ পি আই লেনদেন

July 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rare pangolin rescued in Diphu

Rare pangolin rescued in Diphu

July 21, 2026
SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case

SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case

July 21, 2026
PM Modi on Protest : যুৱসকলক উচটনি নিদিব, সঠিক পথ দেখুৱাওক; নীট প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলিলে মোদীয়ে

PM Modi on Protest : যুৱসকলক উচটনি নিদিব, সঠিক পথ দেখুৱাওক; নীট প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলিলে মোদীয়ে

July 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx