ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

তাৰালাংছ’ত জনগোষ্ঠীয় কৃষ্টি-সংস্কৃতি আৰু সমন্বয়ৰ অপূৰ্ব সমাহাৰ

তৃতীয় দিনাও উখল-মাখল তাৰালাংছ'

News Desk by News Desk
February 17, 2021
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

ছাইদুল ইছলাম

ডিফু : উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম কাৰবি যুৱ মহোৎসৱ থলী তাৰালাংছত জনগোষ্ঠীয় কৃষ্টি-সংস্কৃতি আৰু সমন্বয়ৰ অপূৰ্ব সমন্বয় ঘটিছে ৷ সৰু- বৰ পাহাৰৰ নৈসৰ্গিক আৰু নান্দনিক পৰিবেশৰ মাজত তাৰালাংচ’ৰ বৃহৎ সাংস্কৃতিক প্ৰকল্পত তৃতীয় দিনাও উখল-মাখল পৰিবেশ ৷ ৮২৭ বিঘা ভুমিৰ বৃহৎ প্ৰকল্পটোত যোৱা ১৫ ফেব্ৰুৱাৰীৰ পৰা ২৯ ফেব্ৰুৱাৰীলৈ চাৰিদিনীয়া কাৰ্যসূচীলৈ এক মেলামুখী আৰু উৎসৱ মুখৰ পৰিবেশে বিৰাজ কৰি আছে ৷

yfP4 1 | ASSAM TIMES POST

কাৰবি আংলঙ আৰু ডিমা হাছাওৰ বাহিৰেও অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৫ সহস্ৰাধিক শিল্পীয়ে তাৰালাংচৰ বাকৰিত পৰাম্পৰাগত নৃত্য, গীত আৰু বিভিন্ন প্ৰতিযোগিতাৰে মুখৰিত কৰি ৰাখিছে ৷ কাৰবি যুৱ মহোৎসৱৰ বাবে তাৰালাংচ’ৰ বৃহৎ প্ৰকল্পত থকা স্থায়ী আচেথাই (মুকলি মঞ্চ) সমুহত জনজাতীয় যুৱ শিল্পীসকলে নিজৰ নিজৰ শিল্প শৈলী প্ৰদৰ্শন কৰি আহিছে ৷ আজি কাৰ্যক্ৰমণিকা অনুসৰি জনজাতীয় ক্ৰীডা ‘হামবি কেপাথু’ ঘিলা গুটি খেলৰ লগতে জনগোষ্ঠীয় নৃত্য গীত, কুইজ প্ৰতিযোগিতা, হেমফু মক্ৰাং খেলপথাৰত কেংডংডাং খেল, জনজাতীয় বজাৰত বোৱা-কটা প্ৰতিযোগিতা, বাঁ আৰু কাঠ শিল্পৰ প্ৰতিযোগিতা, ৰিতনং চিংদি নৃত্যৰ লগতে আধুনিক গীত প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় ৷

yfP3 1 | ASSAM TIMES POST

ইয়াৰোপৰি সন্ধিয়াৰ ভাগত জয়ছিং ৰংৰি আৰু জয়ৰাম তিচ’ সাংসেকৃতিক সন্ধিয়া আৰু ছেমছনছিং ইংতি মঞ্চত সন্মিলিত কাৰবি যুৱ সন্থাৰ উদ্যোগত মিষ্টাৰ কেৱাইএফ-২০২১ প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ ঐতিহ্যময় কাৰবি পৰাম্পৰাগত লোক-কৃষ্টি সংস্কৃতিৰ উন্নয়ণ, বিকাশ আৰু সংবৰ্দ্ধনৰ বাবে কাৰবি পিপুলছ হলছ তাৰালাংক প্ৰতিবছৰে আধুনিকৰ পৰা আধুনিকতম ৰূপ দিয়াৰ প্ৰয়াস কৰি থকা হৈছে বুলি কয় ৷ তাৰালাংচলৈ প্ৰৱেশ কৰা বাট-পথসমূহ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যই পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি ৪ লেন যুক্ত পথ, সৌৰচাকি ষ্ট্ৰীট লাইটেৰে ন-ৰূপ প্ৰদান কৰিছে৷

Tags: Featured
Share4Tweet3Send

Related Posts

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু
KARBI ANGLONG

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

by News Desk
July 20, 2026
50
Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন
KARBI ANGLONG

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

by Staff Reporter
July 20, 2026
50
Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

by Staff Reporter
July 19, 2026
50
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

by Staff Reporter
July 16, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

by News Desk
July 11, 2026
50
ADVERTISEMENT
Rare pangolin rescued in Diphu
DIPHU

Rare pangolin rescued in Diphu

July 21, 2026
50
SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case
National-International

SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case

July 21, 2026
50
PM Modi on Protest : যুৱসকলক উচটনি নিদিব, সঠিক পথ দেখুৱাওক; নীট প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলিলে মোদীয়ে
National-International

PM Modi on Protest : যুৱসকলক উচটনি নিদিব, সঠিক পথ দেখুৱাওক; নীট প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলিলে মোদীয়ে

July 21, 2026
50
UPI Transaction : ইণ্টাৰনেট নাথাকিলেও কথা নাই, এতিয়াৰে পৰা কৰিব পাৰিব ইউ পি আই লেনদেন
Bussines

UPI Transaction : ইণ্টাৰনেট নাথাকিলেও কথা নাই, এতিয়াৰে পৰা কৰিব পাৰিব ইউ পি আই লেনদেন

July 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rare pangolin rescued in Diphu

Rare pangolin rescued in Diphu

July 21, 2026
SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case

SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case

July 21, 2026
PM Modi on Protest : যুৱসকলক উচটনি নিদিব, সঠিক পথ দেখুৱাওক; নীট প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলিলে মোদীয়ে

PM Modi on Protest : যুৱসকলক উচটনি নিদিব, সঠিক পথ দেখুৱাওক; নীট প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলিলে মোদীয়ে

July 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx