![]()
নিউজ ডেস্কঃ
টেলিকম সংস্থাবোৰে নতুন টাৰিফ প্লেন আৰম্ভ কৰিবলৈ আগবাঢ়িছে ১ এপ্রিলৰ পৰা । ফোনকল আৰু ইন্টাৰনেট ব্যৱহাৰৰ বাবে এতিয়াৰে পৰা বৰ্ধিত খৰচ দিব লাগিব পাৰে। ইনভেষ্টমেন্ট ইনফৰমেচন এণ্ড ক্রেডিট ৰেটিং এজেন্সিৰ ৰিপোর্ট অনুসৰি, ১ এপ্রিলৰ পৰা এই মূল্য বৃদ্ধি হ’ব পাৰে।













