![]()
কেন্দ্ৰীয় চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ, গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ বিভাগৰ মন্ত্ৰী তথা ‘অসম নিৰ্বাচন ২০২১’ৰ প্ৰভাৰী নৰেন্দ্ৰ সিং তোমৰে ৰাজ্যিক সভাপতি ৰণজিৎ দাস আৰু সাংসদ কুইন ওজাৰ সৈতে সন্ধিয়া ৭:৩০ বজাত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, জ্যেষ্ঠ সাংবাদিক, অগ্ৰদূত কাকতৰ সম্পাদক কনকসেন ডেকাৰ বাসগৃহত মত বিনিময় কৰে ৷













