ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

১ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব আয়কৰৰ ৫ নতুন নিয়ম

News Desk by News Desk
February 20, 2021
Reading Time: 1 min read
A A
0
১ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব আয়কৰৰ ৫ নতুন নিয়ম

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

US additional duty : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ : যুদ্ধৰ বজাৰত ট্ৰাম্পৰ ক্ৰোধৰ সন্মুখীন ৬০ খন দেশ

Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ

নিউজ ডেস্কঃ

নতুন বিত্তীয় বৰ্ষৰ বাজেট দাখিলৰ পিছত আয়কৰৰ নিয়মত অনা হ’ব বিশেষ কিছু পৰিবর্তন। এই পৰিবর্তন ১ এপ্রিলৰ পৰাই হ’ব বুলি জনা গৈছে। কেন্দ্রীয় চৰকাৰৰ তৰফৰ পৰা আয়কৰৰ ফাইলিং বৃদ্ধিৰ ক্ষেত্রত টিডিএছৰ ক্ষেত্রত কিছু নিয়মৰ পৰিবর্তন কৰা হৈছে। যাৰ ফলত যিসকলে ইমান দিনে আই টি আৰ ফাইল কৰা নাই, তেওঁলোকৰ সমস্যা হ’ব পাৰে বুলি জনা গৈছে। এতিয়াৰে পৰা আই টি আৰ ফাইল নকৰিলেই টিডিএছৰ বাবদ দিব লাগিব দুগুণ ধন।

বিত্তমন্ত্রীয়ে প্রি ফিল্ড আই টি আৰৰ কথা উল্লেখ কৰিছিল, যাৰ ফলত কৰ্মচাৰীসকলৰ আয়কৰ ৰিটার্ন জমা কৰাত বহুখিনি সুবিধা হ’ব। সেই প্রক্রিয়াও অহা ১ এপ্রিলৰ পৰা আৰম্ভ হ’বলৈ আগবাঢ়িছে। যিসকল ৭৫ বছৰ বা তাৰ ঊর্ধত পেঞ্চনভোগী আছে তেওঁলোকে এতিয়াৰে পৰা আৰু দিব নালাগে আয়কৰ ৰিটার্ন।

এইবাৰৰ বাজেট দাখিলত বিত্তমন্ত্রীয়ে উল্লেখ কৰিছিল, ৱেজ কোডৰ কথা। আৰু এইটো যদি কার্যকৰী কৰা সম্ভব হয়, তেনেহ’লে খুব সহজতেই কমি যাব টেক হোম ছেলাৰিৰ অঙ্ক। যাৰ ফলত অৱসৰকালীন সঞ্চয়ৰ পৰিমাণ কমিব বহুখিনি। কিন্তু মনত ৰাখিব লাগিব যে এই নিয়ম প্ৰযোজ্য হ’ব কৰ্মচাৰীসকলৰ ভাগৰ প্রোভিডেন্ট ফান্ডৰ ওপৰত।

Tags: Featured
Share4Tweet3Send

Related Posts

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

by Staff Reporter
June 7, 2026
50
US additional duty : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ : যুদ্ধৰ বজাৰত ট্ৰাম্পৰ ক্ৰোধৰ সন্মুখীন ৬০ খন দেশ
Economy

by News Desk
June 3, 2026
50
Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ
Economy

Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ

by News Desk
May 18, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?
Economy

PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?

by News Desk
May 11, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
ADVERTISEMENT
Assam Announces Supplementary Exams for Higher Secondary Students
Assam

June 24, 2026
50
LPG : ৰন্ধন গেছৰ বাবে বাধ্যতামূলক ই-কেৱাইচি
National-International

Ayatollah Ali Khamenei’s funeral : ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অনুষ্ঠানত উপস্থিত থাকিবলৈ আমন্ত্ৰণ তেহৰাণৰ

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

June 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Announces Supplementary Exams for Higher Secondary Students

Assam Announces Supplementary Exams for Higher Secondary Students

June 24, 2026
LPG : ৰন্ধন গেছৰ বাবে বাধ্যতামূলক ই-কেৱাইচি

LPG : ৰন্ধন গেছৰ বাবে বাধ্যতামূলক ই-কেৱাইচি

June 24, 2026
Ayatollah Ali Khamenei’s funeral : ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অনুষ্ঠানত উপস্থিত থাকিবলৈ আমন্ত্ৰণ তেহৰাণৰ

Ayatollah Ali Khamenei’s funeral : ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অনুষ্ঠানত উপস্থিত থাকিবলৈ আমন্ত্ৰণ তেহৰাণৰ

June 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT