ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Singing Contest
  • Contact Us
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Singing Contest
  • Contact Us
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

হোজাইত আজি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ ভাষিক সংখ্যালঘু সন্মিলন:

ASSAM TIMES POST by ASSAM TIMES POST
February 21, 2021
Reading Time: 1min read
0
হোজাইত আজি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ ভাষিক সংখ্যালঘু সন্মিলন:

RELATED POSTS

প্ৰবীণ শিল্পী কূল বৰুৱা আৰু নাই

এমাহত তিনিবাৰত ১০০ টকা ! মাজনিশা পুনৰ বাঢ়িল ৰন্ধন গেছৰ মূল্য

অকলশৰীয়া ব্যক্তিৰ বাবে পৃথক মন্ত্ৰালয় খুলিলে জাপানে

ষ্টাফ ৰিপ’ৰ্টাৰ:

হোজাইত আজি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ ভাষিক সংখ্যালঘু সন্মিলন। অসমৰ বুদ্ধিজীৱী বঙালী সকল লৈ হোজাইত আজি অনুষ্ঠিত হব কংগ্ৰেছৰ অধিবেশন।

বৰাক উপত্যকাৰ আৰু ব্রহ্মপুত উপত্যকাৰ সকলো বঙালী ভাষিক উপস্থিত থকা উপৰিও AICC সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং, অসম প্ৰদেশ কংগ্ৰেছ দলৰ সভাপতি ৰিপুন বৰা, সাংসদ গৌৰৱ গগৈ, সাংসদ প্ৰদ্যুত বৰদলৈ, অল ইণ্ডিয়া মহিলা কমিটিৰ সভানেত্রী সুস্মিতা দেৱ, ৰুকিবুল হুছেইন, ৰূপজ্যোতি কুৰ্মী, দেৱব্ৰত শইকীয়াকে প্ৰমুখ্যে কৰি কংগ্ৰেছৰ সকলো বিষয়া উপস্থিত থাকিব। দিনযোৱা কাৰ্যসূচীয়ে অনুষ্ঠিত হব লগা কংগ্ৰেছৰ এই অধিবেশনৰ অন্তত কাৰ্যনিৰ্বাহ সভা অনুষ্ঠিত হব।

ৰাজ্যত বিভিন্ন সমস্যাৰ বিষয় আলোচনা কৰি আগন্তুক নিৰ্বাচনত কি দৰে ভোটাৰৰ মন জয় কৰিব পাৰিব তাৰ ৰণশিঙা প্ৰস্তুত কৰা হব হোজাই এই অধিবেশনতেই। কিছুমান সমস্যা যেনে একচনা ভূমি খাজনা বন্ধ কৰি দিয়াক লৈ এতিয়া কংগ্ৰেছ বিপাঙত পৰিছে। বিজেপি চৰকাৰে বিদেশী কোম্পানী বোৰক ভূমি আমন্ত্ৰণ দিয়া বিৰোধিতা হব মূল মন্ত্ৰ।

NRCত বহু বঙালী মানুহৰ নাম কৰ্তন হৈছে, গতিকে সকলোকে বিনাচৰ্তে NRC ত নাম ভৰ্তি কৰিব দাবী উত্থাপন কৰিব কংগ্ৰেছে। CAA ৰ বিৰুদ্ধে ভোটাৰক আকৰ্ষণ কৰা প্ৰয়াস কংগ্ৰেছৰ হব আজি অধিবেশনৰ মূল মন্ত্ৰ।

ADVERTISEMENT

Like this:

Like Loading...

Related

Tags: Featured2
Share4Tweet3Send
ASSAM TIMES POST

ASSAM TIMES POST

ASSAM TIMES POST

Related Posts

প্ৰবীণ শিল্পী কূল বৰুৱা আৰু নাই
ALL NEWS

প্ৰবীণ শিল্পী কূল বৰুৱা আৰু নাই

by Staff Reporter
February 25, 2021
50
বিনামূল্যে লাভ কৰিব গেছ চিলিণ্ডাৰ
ALL NEWS

এমাহত তিনিবাৰত ১০০ টকা ! মাজনিশা পুনৰ বাঢ়িল ৰন্ধন গেছৰ মূল্য

by Staff Reporter
February 25, 2021
50
অকলশৰীয়া ব্যক্তিৰ বাবে পৃথক মন্ত্ৰালয় খুলিলে জাপানে
ALL NEWS

অকলশৰীয়া ব্যক্তিৰ বাবে পৃথক মন্ত্ৰালয় খুলিলে জাপানে

by Staff Reporter
February 25, 2021
50
২৭ ফেব্ৰুৱাৰীত মুক্তি লাভ বহু প্ৰশংসনীয় “মায়া বাইদেউ”-
ALL NEWS

২৭ ফেব্ৰুৱাৰীত মুক্তি লাভ বহু প্ৰশংসনীয় “মায়া বাইদেউ”-

by Staff Reporter
February 25, 2021
50
২০২১ চনত মুক্তি লাভ নকৰে শ্বাহৰুখ খানৰ “পঠান”-
ALL NEWS

২০২১ চনত মুক্তি লাভ নকৰে শ্বাহৰুখ খানৰ “পঠান”-

by Staff Reporter
February 25, 2021
51
ৰাজ্যত পুনৰ নতুনকৈ ক’ৰোণা ভাইৰাছৰ পৰা মুক্ত হৈ উঠিল ২২জনকৈ লোক
ALL NEWS

ৰাজ্যত পুনৰ নতুনকৈ ক’ৰোণা ভাইৰাছৰ পৰা মুক্ত হৈ উঠিল ২৫ জনকৈ ব্যক্তি:

by ASSAM TIMES POST
February 25, 2021
52
covid-19 widget
521131
Total views : 2009338
Who's Online : 18
প্ৰবীণ শিল্পী কূল বৰুৱা আৰু নাই

প্ৰবীণ শিল্পী কূল বৰুৱা আৰু নাই

February 25, 2021
বিনামূল্যে লাভ কৰিব গেছ চিলিণ্ডাৰ

এমাহত তিনিবাৰত ১০০ টকা ! মাজনিশা পুনৰ বাঢ়িল ৰন্ধন গেছৰ মূল্য

February 25, 2021
অকলশৰীয়া ব্যক্তিৰ বাবে পৃথক মন্ত্ৰালয় খুলিলে জাপানে

অকলশৰীয়া ব্যক্তিৰ বাবে পৃথক মন্ত্ৰালয় খুলিলে জাপানে

February 25, 2021

Categories

ALL NEWS (10754) Assam (7586) BREAKING NEWS (3537) Business (14) Economy (29) Editorial (7) EDUCATION-TECHNOLOGY (23) Entertainment (330) Entertrainment (207) EXCLUSIVE (121) Fashion (8) Featured (14) Features (23) Guwahati (1393) Health & Fitness (259) Jobs & Career (4) KARBI ANGLONG (1192) Lifestyle (19) literature (16) National-International (1955) NORTH-EAST (352) Novel (3) Photo (4) Poem (9) Political (60) Recipes (5) Sports (159) Story (3) Tech (5) Travel (6) Uncategorized (13) Video (88)

© 2020 Assam Times Post.

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTH-EAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

© 2020 Assam Times Post.

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: