ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বি টি আৰৰ আৰ্হিত প্রাদেশিকীকৰণ হ’ব কার্বি আংলং ডিমা হাচাওৰসকলো বিদ্যালয়

ডিফুত টিউটৰৰ নিযুক্তি-পত্র বিতৰণ কৰি তুলিৰাম ৰংহাঙৰ ঘোষণা

News Desk by News Desk
February 22, 2021
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

ষ্টাফ ৰিপ’ৰ্টাৰ

ডিফু : বি টি আৰৰ আৰ্হিত কার্বি আংলং আৰু ডিমা হাচাও জিলাৰ অন্তর্গত প্রাদেশীকিকৰণ প্রক্রিয়াৰ অন্তর্ভুক্ত নোহোৱা সকলো বিদ্যালয়কে প্রাদেশীকিকৰণৰ ব্যৱস্থা লোৱা হ’ব। এই সন্দর্ভত অসম চৰকাৰৰ শিক্ষা দপ্তবৰ মন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাৰ সৈতে আলোচনা চলাই থকা হৈছে।- এই মন্তব্য কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ।

উল্লেখযোগ্য যে, অলপতে প্রাদেশীকিকৰণ হোৱা কার্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ বিদ্যালয়সমূহত টিউটৰ হিচাপে নিযুক্তি লাভ কৰা শিক্ষকসকলক আজি নিযুক্তি-পত্র বিতৰণ কৰা হয়। নিযুক্ত-পত্র বিতৰণ অনুষ্ঠানত উপস্থিত থাকি প্রদান কৰা ভাষণত পৰিষদৰ মুখ্য কার্যবাহীগৰাকীয়ে পাহাৰীয়া জিলাখনৰ সকলো বিদ্যালয়কে প্রাদেশীকিকৰণ কৰাৰ কথা ঘোষণা কৰাৰ লগতে এইক্ষেত্রত অসম চৰকাৰৰ শিক্ষামন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মায়ে সহমত প্রকাশ কৰা বুলি কয়।

diphP1 | ASSAM TIMES POST

সেই অনুসৰি, নির্বাচনৰ আগে-পিছে ভেঞ্চাৰ বিদ্যালয়ৰ সমস্যাৰ সমাধান হ’ব বুলি মুখ্য কার্যবাহীগৰাকীয়ে আশা প্রকাশ কৰে ৷ ঠিক সেইদৰে টেট উত্তীর্ণ ঠিকাভিত্তিক শিক্ষকসকলৰ পদসমূহ পর্যায়ক্রমে নিয়মীয়াকৰণ কৰাৰ লগতে এই মাহৰ ভিতৰতে টেট উত্তীর্ণ পাঁচ শতাধিক প্রার্থীক নিযুক্তি প্রদান কৰা হব বুলি ঘোষণা কৰে।

উল্লেখযোগ্য যে, শেহতীয়াকৈ কার্বি আংলং স্বায়ত্তশাসিত পৰিষদ এলেকাৰ অধীনত ২৯খন এম ই আৰু ১১ খন এল পি স্কুলৰ প্রাদেশীকিকৰণ কৰা হৈছে। ইয়াৰে ২৯খন এম ই স্কুলৰ বিপৰীতে ৭১ গৰাকী শিক্ষকে টিউটৰ হিচাপে নিযুক্তি-পত্র লাভ কৰাৰ বিপৰীতে এঘাৰখন এল পি স্কুলৰ ১৭ গৰাকী শিক্ষকে টিউটৰ হিচাপে নিযুক্তি লাভ কৰিছে। নিযুক্তি-পত্র বিতৰণ সভাত উপস্থিত থাকি প্রদান কৰা ভাষণত মুখ্য

কার্যবাহীগবাকীয়ে বিনা বেতনে দীর্ঘকাল ধৰি ছাত্র-ছাত্রীক শিক্ষাদান কৰি সমাজৰ প্রতি গুৰুত্বপূর্ণ অৱদান আগবঢ়াই অহাৰ বাবে শিক্ষকসকলক ধন্যবাদ জনায়। সাংসদ হৰেণছিং বেয়ো সভাখনত উপস্থিত থাকে। কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ সচিবালয়ত অনুষ্ঠিত হোৱা নিযুক্তি-পত্র বিতৰণ অনুষ্ঠানত পবিষদৰ কেইবাগৰাকী কার্যবাহী সদস্য, পৰিষদীয় সদস্য আদি উপস্থিত থাকে।

Tags: Featured
Share4Tweet3Send

Related Posts

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

by Staff Reporter
July 19, 2026
50
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

by Staff Reporter
July 16, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

by News Desk
July 11, 2026
50
‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

by Staff Reporter
July 7, 2026
50
ADVERTISEMENT
Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

July 19, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
Assam

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

July 19, 2026
50
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

July 18, 2026
50
72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’
Entertainment

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

July 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

July 19, 2026
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

July 19, 2026
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

July 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx