ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

মন্ত্ৰীত্ব পাঁচ বছৰীয়া কাৰ্যকালত কিমান সফল হ’ল মন্ত্ৰী পৰিমল শুক্ল বৈদ্য, পঢ়ি জানক

News Desk by News Desk
February 23, 2021
Reading Time: 1 min read
A A
0
মন্ত্ৰীত্ব পাঁচ বছৰীয়া কাৰ্যকালত কিমান সফল হ’ল মন্ত্ৰী পৰিমল শুক্ল বৈদ্য, পঢ়ি জানক

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

মন্ত্ৰীত্ব পাঁচ বছৰীয়া শাসনৰ দিন শেষ হ’বলৈ মাজত কেইটামান দিন বাকী থকা সময়ত সংবাদ মাধ্যমৰ সৈতে বার্তালাপত মিলিত হয় বন, মীন আৰু আৱকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্ল বৈদ্য।

দিছপুৰ লাষ্টগেটস্থিত গড়কাপ্তানি বিভাগৰ প্ৰেক্ষাগৃহত মঙলবাৰে সংবাদ মাধ্যমৰ সন্মুখত মন্ত্ৰীত্বৰ পাঁচ বছৰীয়া কালছোৱাত লাভ কৰা বিভিন্ন অভিজ্ঞতা তথা কৰ্মৰ খতিয়ান দাঙি ধৰে মন্ত্ৰী বৈদ্যই।

তিনিওটা বিভাগৰ উন্নয়নমূলক কৰ্মৰ খতিয়ান দাঙি ধৰি মন্ত্ৰী গৰাকীয়ে কয়- ২০১৬চনৰ পৰা তিনিটা বিভাগ দায়িত্ব গ্ৰহণ কৰি সম্পূণৰূপে সফল হ’ব পৰা নাই যদিও দায়িত্ব সুচাৰুপে পালন কৰি পূৰ্বতকৈ বিভাগসমূহৰ গুৰুত্ব বৃদ্ধি কৰা হৈছে।

মন্ত্ৰীগৰাকীয়ে আৱকাৰী বিভাগৰ প্ৰসংগ উল্লেখ কৰি কয়- উৎপাদন যিমান হয় প্ৰকৃত অৰ্থত নিয়ন্ত্ৰিত উপায়েৰে ৰাইজৰ ওচৰলৈ নিব পৰা হোৱা নাছিল। চাহ বাগিচা অঞ্চলত চুলাই-মদ সেৱন কৰি মৃত্যুহাৰ বৃদ্ধি হৈ আছিল। জিন্দাল কমিটি পৰামৰ্শ মৰ্মে মন্ত্ৰীত্ব দায়িত্ব লৈ আইন প্ৰণয়ন কৰি নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰা হৈছে। আইনৰ জৰিয়তে মহল ব্যৱস্থাক নিয়ন্ত্ৰিত কৰা হৈছে’।

ইফালে অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীৰ-আৱকাৰী বিভাগে নাকা চেকিং ব্যৱস্থা ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰম্ভ কৰা হৈছে। অহা বিধানসভা নিৰ্বাচনৰ প্ৰতি আয়োগে দিয়া নির্দেশ মৰ্মে এই ব্যৱস্থা আৰম্ভ হোৱা বুলি মন্ত্ৰীগৰাকীয়ে কয়।

ৰাজ্যত অবৈধ চুলাই-মদ সম্পূৰ্ণ কৈ আজিও বন্ধ কৰিব পৰা নাই বুলি স্বীকাৰ কৰি বৈদ্যই কয়- পূৰ্বতকৈ অধিক নিয়ন্ত্ৰণ কৰা হৈছে।

ইফালে, কভিড ভাইৰাচৰ সময়ত মদৰ ওপৰত অতিৰিক্ত ২৫% কৰ লগোৱা হৈছিল। কৰ হ্ৰাস কৰাতো কোনো নির্বাচনী নহয় বুলি মন্ত্ৰীগৰাকীয়ে কয়।

আৱকাৰী বিভাগৰ সফলতা কথা উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় – ক’ৰনা সময় ১০লাখ লিটাৰ হেণ্ড চেনিটাইজাৰ উৎপাদন কৰাতো অনা এক সফলতা।

আনহাতে অনুষ্ঠানত মীন বিভাগৰ খতিয়ান দাঙি ধৰি তেওঁ কয়-যোৱা পাঁচ বছৰত অসমলৈ বহিৰাজ্য পৰা অসমলৈ ফৰ্মেলীন যুক্ত মাছ অহাতো বন্ধ হৈছে। ৰাজ্যত পূৰ্বতে ২.৯৪ লাখ মেট্ৰিকটন আছিল মাছ উৎপাদন, কিন্তু বৰ্তমান ইয়াৰ ২০ মেট্ৰিকটন বৃদ্ধি হৈছে। মাছপোনা ৯ হাজাৰ ৫শ ১৯ নিযুত মেট্ৰিকটন হোৱা বুলিও তেওঁ কয়।

লগতে ঘৰে ঘৰে পুখুৰী, ঘৰে মাছ শীৰ্ষক আঁচনি জৰিয়তে ৰাজ্যত ১২.৫০০ ব্যক্তিগত পুখুৰী স্থাপন কৰিবলৈ সক্ষম হৈছে। নতুন মীন নীতি খচৰা প্ৰস্তুত কৰি অনুমোদৰ বাবে প্ৰেৰণ কৰা বুলি জানিব দিয়ে।

বৈদ্যই অনুষ্ঠানত কয়- ৰাজ্যত চালানি মাছে দখল কৰা বজাৰত আজি লোকে মাছ পোৱা যায়।

গুৰুত্বপূৰ্ণ কথা বৈদ্য দায়িত্বত থকা আনতো গুৰুত্বপূৰ্ণ বন বিভাগৰৰ সফলতা কথা উল্লেখ কৰি তেওঁ কয়- ২০১৬ৰ চনৰ পৰা ২০২০ বৰ্ষলৈ ৰাজ্যত ৩৭৩গৰাকী চোৰাং চিকাৰী গ্ৰেপ্তাৰ কৰা হৈছে। তাৰে ১৭২ গৰাকী চোৰাং চিকাৰী বিচাৰত প্ৰেৰণ কৰা হৈছে।

একেদৰে বন্যপ্ৰাণী সংক্ৰান্তীয় গোচৰসমূহ তৎকালীন নিষ্পত্তি বাবে ১০খন জিলাত গঠন কৰা ফাষ্ট ট্ৰেক কৰ্টত বৰ্তমানলৈ ৭জন চোৰাং চিকাৰী দোষী সাব্যস্ত হোৱা বুলিও তেওঁ কয়।

Tags: Featured
Share4Tweet3Send

Related Posts

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

by News Desk
July 18, 2026
50
Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

by News Desk
July 17, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

by News Desk
July 13, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
ADVERTISEMENT
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

July 18, 2026
50
72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’
Entertainment

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

July 18, 2026
50
Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া
National-International

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

July 18, 2026
50
Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে
National-International

Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে

July 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

July 18, 2026
72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

July 18, 2026
Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

July 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx