ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

পোনপ্ৰথম বাৰৰ বাবে বটদ্ৰৱাত উপস্থিত ৰাজ্যৰ গৃহমন্ত্ৰী অমিত শ্বাহ:

বটদ্ৰৱাত উপস্থিত হৈ নিজকে ধন্য মানিলে অমিত শ্বাহে

ASSAM TIMES POST by ASSAM TIMES POST
February 25, 2021
Reading Time: 1 min read
A A
0
পোনপ্ৰথম বাৰৰ বাবে বটদ্ৰৱাত উপস্থিত ৰাজ্যৰ গৃহমন্ত্ৰী অমিত শ্বাহ:

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

জিতেন বৰকটকী:

নগাঁও : ঐতিহাসিক মুহুৰ্তৰ সাক্ষী হল গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা ৰাইজ। দুপৰীয়া ১২.৩০ বজাত বটদ্ৰৱাত হেলিকপ্টাৰে পদাৰ্পন কৰে গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। হেলিকপ্টাৰ পৰা নামি পোনে পোনে বটদ্ৰৱা থানৰ আকাশী গংগাৰ তীৰৰ বেদখলমুক্ত ভূমিত প্রায় দুই লক্ষাধিক লোকৰ উপস্থিতিত জনসভাত অংশ গ্ৰহণ কৰে। সভাত আৰম্ভণি ভাষন প্ৰদান কৰে বিত্ত, স্বাস্থ্য আৰু গড়কাপ্তানি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

658046a9 1643 4bd4 acbc 07603a074309 | ASSAM TIMES POSTঅসমীয়া জাতীয় জীৱনৰ বাবে আজি উল্লেখ্যযোগ্য দিন। আমি গুৰুজনাক অসমত নহয় সমগ্র বিশ্বত পৰিচয় কৰাব বিচাৰিছোঁ। অসমীয়া জাতিক আগুৱাই নিবলৈ হলে শংকৰ মাধৱৰ আদৰ্শ অনুকৰন কৰিবই লাগিব বুলি হিমন্ত বিশ্ব শৰ্মাই ভাষণত উল্লেখ কৰাৰ লগতে মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো, ৰসময় মাগোহো ভকতি শীৰ্ষক ঘোষাৰে ভাষন সামৰণি মাৰে। পাছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে “জয় জয় বটদ্রৱা বৈকুন্ঠ দুতয়, সেহি স্থানে নিজ গুৰু ভৈলন্ত উদয়” শীৰ্ষক বটদ্ৰৱা থান বৰ্ননা গীতেৰে আৰম্ভণি কৰি ভাষনত “গুৰুজনাৰ বিষয়ে গুনানুকীৰ্তন কৰাৰ ধৃষ্টতা মোৰ নাই। মানৱ জাতিক শান্তিৰ বাৰ্থ দিবলৈ গুৰুজনাৰ আদৰ্শেৰে অনুপ্ৰাণিত হব লাগিব।

নৱ প্ৰজন্মক শংকৰদেৱ প্ৰমুখ্যে বৈষ্ণৱ গুৰুসকলৰ জীৱন দৰ্শন অধ্যয়নৰ জড়িয়তে বিশ্ব মানৱ জাতিৰ সন্মুখত চিনাকি দিব লাগিব।” আমি অসমীয়া মহাজাতিৰ সন্তান। বুলি ভাষনত উল্লেখ কৰে। গৃহমন্ত্ৰী অমিত শ্বাহে “শংকৰদেৱৰ জন্মস্থানলৈ আহিব পৰাতোৱেই মোৰ পৰম সৌভাগ্য। গুৰুজনাৰ ওচৰলৈ আহিবলৈ কৃপা দৃষ্টি লাগিব। মহাপুৰুষ শংকৰদেৱৰ আদৰ্শত ৰামৰাজ্যৰ কল্পনা নিহিত আছে। বিশ্ব মানৱ জাতিৰ একাত্মবোধ, ভাতৃত্ব আৰু মানৱবোধৰ নিদৰ্শন ভাৰতীয় মহাজাতিয়ে শঙ্কৰদেৱ মাধৱৰ পৰা অনুকৰন কৰিব লাগিব।

812b12c5 d474 482d a487 f54d354d6da0 | ASSAM TIMES POSTস্বাধীনতাৰ আগতেই মহাত্মা গান্ধীয়ে কৈছিল, আপোনালোক অসমীয়া জাতি সৌভাগ্যবান। গুৰু শংকৰে পাঁচশ বছৰ পূৰ্বে এই ভূমিত ৰামৰাজ্য প্ৰতিষ্ঠা কৰি গৈছে। মই অসম চৰকাৰক অনুৰোধ কৰিম, বছৰি ২৫ হাজাৰ সত্ৰ-নামঘৰক অনুদান আগবঢ়াই। গড় হত্যা বন্ধ হৈছে, আৰু এটা কাম বাকি আছে। বানপানীৰ পৰা অসমক মুক্ত কৰিবলৈ আৰু পাঁচ বছৰ লাগিব। অসম মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰি কভিডৰ সময়ত সন্মুখৰ পৰা ক’ৰোনাৰ পৰা ৰাইজক বচাবলৈ নেতত্ব দিয়াৰ বাবে। শান্তি আৰু বিকাশৰ কাম বিজেপিৰ দ্বাৰা সম্ভৱ। গুৰুজনাৰ জন্মস্থান নগাঁৱৰ স্বাধীনতা আন্দোলনৰ স্বহীদ উমাকান্ত বৰুৱা, ভোগেশ্বৰী ফুকননীকে প্ৰমুখ্য কৰি সকলো স্বহীদৰ নাম উচ্চাৰণ কৰি কয় যে, কংগ্ৰেছক জিকাবলৈ সৰু সৰু দল বোৰে আন্দোলন কৰিছে।

মুক্তিযোদ্ধা সকলক প্ৰকৃত সন্মান বিজেপিয়ে দিছে। কংগ্ৰেছৰ শাসনৰ দীৰ্ঘকাল বেদখল হৈ থকা বটদ্ৰৱাৰ এই ভূখণ্ডত আমাৰ চৰকাৰে বেদখলমুক্ত কৰি যুগ যুগান্তৰলৈ গুৰুজনাৰ অমৰ কৃৰ্তি চিহ্ন ৰখাৰ সংকল্পৰে আমি এই বটদ্ৰৱা থানৰ সৌন্দৰ্য বৰ্ধন আৰু উন্নয়ণ এই প্ৰকল্পৰ শুভাৰম্ভণি কৰিছো। ভাষন শেষ কৰি বটদ্ৰৱা থানত প্ৰৱেশ কৰে গৃহমন্ত্ৰী অমিত শ্বাহে। গৃহমন্ত্ৰীৰ লগত জাতীয় সাজত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বটদ্ৰৱা থানত প্ৰৱেশ কৰে। ভকত বৈষ্ণৱৰ আনন্দ উল্লাসৰ মাজেৰে জাপি বাটচ’ৰাৰে পোনে পোনে কীৰ্তন ঘৰত প্ৰৱেশ কৰে গৃহমন্ত্ৰী গৰাকীয়ে।

গায়ন বায়নৰ মাঙ্গলিক বাদ্য, আয়তীৰ মংগল উৰুলি, দিহানামেৰে গৃহমন্ত্ৰী অমিত শ্বাহক বটদ্ৰৱা থানলৈ আদৰি অনা হয়। বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱে পৰা দবা, কাঁহ, ঘন্টা আদি দেৱবাদ্যৰ মংগলিক ধ্বনিৰে গৃহমন্ত্ৰীক আশীৰ্বাদ প্ৰদান কৰে। বটদ্ৰৱা থানৰ নাটঘৰত পৰিচালনা সমিতিয়ে গৃৃহমন্ত্ৰী অমিত স্বাহ, মুুুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক কুহিলা কঠ, শৰাই, ধৰ্মবস্ত্ৰ, বটদ্ৰৱা থান বৰ্ননা গীত, খোল, মাইহাং আদিৰে সম্বৰ্ধনা জনাই ।

ইয়াৰ লগতে বটদ্ৰৱা থানত সংবাদ মেলৰ সম্বোধন কৰে। সংবাদ মেলত অসম চৰকাৰে স্বৰ্ণ মন্দিৰৰ আর্শীত নিৰ্মাণ কৰিবলৈ বটদ্ৰৱা প্ৰকল্প গ্ৰহণ কাম আৰম্ভ কৰাৰ বাবে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। নিৰ্মাণ কাৰ্য্য আৰম্ভ হোৱা বটদ্ৰৱা প্ৰকল্পৰ কাম সম্পূৰ্ণ হলে বিশ্ববাসীৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব বুলি মন্তব্য কৰে অমিত শ্বাহে। আজিৰ এই সভাত স্থানীয় বিধায়িকা আঙুৰলতাকে আদি কৰি বহু কেইজন মন্ত্ৰী-বিধায়কৰ লগতে দলীয় কৰ্মী আৰু লক্ষাধিক ৰাইজ উপস্থিত থাকে।

Tags: Featured2
Share4Tweet3Send

Related Posts

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু
Assam

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

by Staff Reporter
June 19, 2026
50
‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

by Staff Reporter
June 17, 2026
50
Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

by Staff Reporter
June 14, 2026
50
Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Assam

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
June 13, 2026
50
Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান
Assam

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

by News Desk
June 13, 2026
50
Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা
Assam

Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা

by Staff Reporter
June 13, 2026
50
ADVERTISEMENT
Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ
NORTHEAST

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

June 23, 2026
50
Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়
National-International

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

June 23, 2026
50
Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল
National-International

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

June 23, 2026
50
Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ
National-International

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

June 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

June 23, 2026
Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

June 23, 2026
Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

June 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx