ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

এটিএম লৈ গ’লে লাগিব ম’বাইল, অ’টিপি টাইপ কৰিলেহে পাব ধন

ASSAM TIMES POST by ASSAM TIMES POST
August 27, 2019
Reading Time: 1 min read
A A
0
এটিএম লৈ গ’লে লাগিব ম’বাইল, অ’টিপি টাইপ কৰিলেহে পাব ধন

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Punjab CM Mann I পঞ্জাবৰ মুখ্যমন্ত্ৰী মানক ‘গুৰুবিৰোধী’ ঘোষণা, শিখসকলক তেওঁৰ সৈতে সম্পৰ্ক ছেদ কৰিবলৈ নিৰ্দেশ

Russian aircraft crash I চাইবেৰিয়াত দুৰ্ঘটনাগ্ৰস্ত ৰাছিয়াৰ বোমাৰু বিমান

TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

নতুন দিল্লীঃ শীঘ্ৰেই এটিএম লৈ যাওঁতে লগত লৈ যাব লাগিব আপোনাৰ সংশ্লিষ্ট (এটিএম)কাৰ্ডখনৰ সৈতে পঞ্জীয়নভুক্ত হৈ থকা নম্বৰৰ ম’বাইলটো।

কিয়নো নিৰ্দিষ্ট পৰিমাণৰ ধন উলিওৱাৰ পূৰ্বে উক্ত নম্বৰৰ ম’বাইলটোলৈ এটা অ’টিপি (এবাৰ ব্যৱহৃত পাছৱৰ্ড) আহিব।

সেইটো এটিএমত টাইপ কৰিলেহে আপুনি ধনখিনি লাভ কৰিব।

মূলতঃ এটিএমৰপৰা গ্ৰাহকৰ ধন হৰলুকিৰ বৰ্ধিত ঘটনাৰ পৰিপ্ৰেক্ষিততে এনে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

ইতিমধ্যে কানাড়া বেংকে এনে ব্যৱস্থা কাৰ্যকৰী কৰিছে।

Share4Tweet3Send

Related Posts

Punjab CM Mann I পঞ্জাবৰ মুখ্যমন্ত্ৰী মানক ‘গুৰুবিৰোধী’ ঘোষণা, শিখসকলক তেওঁৰ সৈতে সম্পৰ্ক ছেদ কৰিবলৈ নিৰ্দেশ
National-International

by Staff Reporter
June 16, 2026
50
Russian aircraft crash I চাইবেৰিয়াত দুৰ্ঘটনাগ্ৰস্ত ৰাছিয়াৰ বোমাৰু বিমান
National-International

Russian aircraft crash I চাইবেৰিয়াত দুৰ্ঘটনাগ্ৰস্ত ৰাছিয়াৰ বোমাৰু বিমান

by Staff Reporter
June 16, 2026
50
TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল
National-International

TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

by News Desk
June 15, 2026
50
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

Delhi Airport : দিল্লী বিমানবন্দৰত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী উপদেষ্টাক, উভতি গ’ল ঢাকাৰ প্ৰতিনিধি

Ram Mandir : অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা কেনেকৈ নোহোৱা হ’ল দানৰ ধন-গহনা? তদন্তৰ বাবে দল গঠন

ADVERTISEMENT
Punjab CM Mann I পঞ্জাবৰ মুখ্যমন্ত্ৰী মানক ‘গুৰুবিৰোধী’ ঘোষণা, শিখসকলক তেওঁৰ সৈতে সম্পৰ্ক ছেদ কৰিবলৈ নিৰ্দেশ
National-International

Punjab CM Mann I পঞ্জাবৰ মুখ্যমন্ত্ৰী মানক ‘গুৰুবিৰোধী’ ঘোষণা, শিখসকলক তেওঁৰ সৈতে সম্পৰ্ক ছেদ কৰিবলৈ নিৰ্দেশ

June 16, 2026
50
Russian aircraft crash I চাইবেৰিয়াত দুৰ্ঘটনাগ্ৰস্ত ৰাছিয়াৰ বোমাৰু বিমান
National-International

Russian aircraft crash I চাইবেৰিয়াত দুৰ্ঘটনাগ্ৰস্ত ৰাছিয়াৰ বোমাৰু বিমান

June 16, 2026
50
TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল
National-International

TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

June 15, 2026
50
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব
National-International

US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

June 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Punjab CM Mann I পঞ্জাবৰ মুখ্যমন্ত্ৰী মানক ‘গুৰুবিৰোধী’ ঘোষণা, শিখসকলক তেওঁৰ সৈতে সম্পৰ্ক ছেদ কৰিবলৈ নিৰ্দেশ

Punjab CM Mann I পঞ্জাবৰ মুখ্যমন্ত্ৰী মানক ‘গুৰুবিৰোধী’ ঘোষণা, শিখসকলক তেওঁৰ সৈতে সম্পৰ্ক ছেদ কৰিবলৈ নিৰ্দেশ

June 16, 2026
Russian aircraft crash I চাইবেৰিয়াত দুৰ্ঘটনাগ্ৰস্ত ৰাছিয়াৰ বোমাৰু বিমান

Russian aircraft crash I চাইবেৰিয়াত দুৰ্ঘটনাগ্ৰস্ত ৰাছিয়াৰ বোমাৰু বিমান

June 16, 2026
TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

June 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT