![]()
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতক ষাণ্মাসিক পৰীক্ষাৰ পূৰ্ব সময়সূচী সাময়িকভাৱে স্থগিত। এক জাননী জৰিয়তে ঘোষণা কৰিছে এই কথা।
অসম বিধানসভা নিৰ্বাচনৰ বাবে সাময়িকভাৱে পিছুৱাই দিয়া হৈছে পৰীক্ষা। বিজ্ঞান, কলা, বাণিজ্যিক তিনিওটা শাখাত পৰীক্ষা সাময়িকভাৱে স্থগিত ৰাখিছে বিশ্ববিদ্যালয়খনে।
উল্লেখ প্ৰথম, তৃতীয় আৰু পঞ্চম ষাণ্মাসিকৰ পৰীক্ষাৰ সময়সূচী সাময়িকভাৱে স্থগিতভাৱে কৰা হৈছে। ৫ মাৰ্চ আৰু ৯ মাৰ্চ পৰা পৰীক্ষাসমূহ অনুষ্ঠিত হোৱা কথা আছিল।













