নিউজ ডেস্কঃ
কোভিড আক্রান্ত বলিউড অভিনেতা ৰণবীৰ কাপুৰ। মঙ্গলবাৰে দুপৰীয়া খবৰটো জনালে তাৰকাগৰাকীৰ মাতৃ অভিনেত্রী নীতু কাপুৰে। ইনষ্টাগ্রামত এটি পোষ্ট কৰি পুত্ৰৰ অসুস্থতাৰ কথা জনালে তেওঁ। প্রার্থনাৰ বাবে ধন্যবাদ জনালে ৰণবীৰৰ অনুৰাগীসকলক। পোষ্টটোত উল্লেখ কৰা মতে, ৰণবীৰ বৰ্তমান চিকিৎসাধীন। কোৱাৰেইণ্টাইনত আছে।