![]()
জাগীৰোড বিধানসভা সমষ্টিৰ প্ৰাৰ্থী পীযুষ হাজৰিকাই মনোনয়ন পত্ৰ দাখিল কৰা উপলক্ষে মৰিগাঁৱত আয়োজিত এখন বিশাল জনসভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সম্বোধন কৰে। কংগ্ৰেছৰ অপশাসনৰ দিনবোৰ সুঁৱৰি বিজেপি মিত্ৰজোঁটৰ সুশাসনৰ স্বাৰ্থত ভোট দিবলৈ ৰাইজক তেখেতে আহ্বান জনায়।












