ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

অসমত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ আমবাগানত নিৰ্বাচনী প্ৰচাৰ

কেশৱ মহন্তক ভোট প্ৰদানেৰে জয়ী কৰোৱাৰ আহ্বান ৰাইজক

News Desk by News Desk
March 13, 2021
Reading Time: 1 min read
A A
0
অসমত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ আমবাগানত নিৰ্বাচনী প্ৰচাৰ

New Logo Very Smal 1 | ASSAM TIMES POST

RELATED POSTS

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

চামগুৰি আমবাগানত উপস্থিত স্মৃতি ইৰাণীৰ নিৰ্বাচনী প্ৰচাৰ। বিগত ১৫ বছৰ কাল কংগ্ৰেছ দলে দুখীয়াৰ স্বাৰ্থত একো নকৰিলে বুলি কোৱাৰ সমান্তৰালকৈ বিজেপি চৰকাৰে দুখীয়াৰ বাবে বেংকত একাউন্ট খুলিবলৈ অনুমতি দিয়াৰ সমান্তৰালকৈ ক’ৰোণা ভাইৰাছৰ কালত এই দুখীয়া মানুহখিনিকে সেই একাউন্টত টকা ভৰাই দিয়াৰ কথা ব্যক্ত কৰে। পৃথিৱীখন কল্যাণ আৰু বিকাশৰ বাবে আৰু বিকাশৰ বাবেই বিজেপিক ভোট দিব লাগে বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

নগাঁও জিলাৰ ৮৮নং চামগুৰি বিধানসভা সমষ্টিৰ মিত্ৰজোঁটৰ বিজেপি দলৰ প্ৰাৰ্থী অনিল শইকীয়াৰ হৈ আজি চামগুৰি সমষ্টিৰ আমবাগানৰ জগদ্ধাত্ৰী মন্দিৰৰ প্ৰাংগনত নিৰ্বাচনী প্ৰচাৰ চলাই কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে চামগুৰি সমষ্টিৰ ৰাইজক এইবাৰ পদুম ফুলত ভোট দি অনিল শইকীয়াক বিকুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনোৱাৰ লগতে কলিয়াবৰ সমষ্টিৰ মিত্ৰজোঁতৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী কেশৱ মহন্তক হাতীৰ ছবিত ভোট দি জয় যুক্ত কৰিবলৈ ৰাইজক আহ্বান জনাই ৷ চামগুৰি সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী অনিল শইকীয়াৰ প্ৰথম বিশাল নিৰ্বাচনী সভাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সভাত কংগ্ৰেছ দলক সমালোচনা কৰি কয় “স্বাধীনতাৰ পাছত বছৰ বছৰ ধৰি কংগ্ৰেছে উন্নয়নৰ সপোন দেখুৱাইছিল; কিন্তু ২০১৪ৰ পাছৰ পৰাহে দেশত উন্নয়ন হৈছে। কংগ্ৰেছৰ ৬০ বছৰত অসমক ৬০ হেজাৰ কোটি টকাও দিয়া নাই।

২০১৯ত কেন্দ্ৰত পুনৰ বিজেপিৰ চৰকাৰ হোৱাত অসমক এক লাখ ৭০ হেজাৰ কোটি টকা দিছে বিকাশৰ বাবে; দুখীয়াৰ কল্যাণৰ বাবে। পদুম ফুলত ভোট দিয়াৰ বাবে কেন্দ্ৰত পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰ হ’ল; আৰু আশী কোটি লোকক বিনামূলীয়াকৈ ৰেছন যোগান ধৰিছে; কিন্তু কংগ্ৰেছৰ চৰকাৰ থকা হ’লে দৰিদ্ৰৰ কপালত থকা বিনামূলীয়া চাউল নাইকিয়া হ’ল হয়। এইদৰে কৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পুনৰ কয় “জনতা জনাৰ্দন; জনতা জনাৰ্দনে যেতিয়া পদুম ফুলত ভোট দিব; তেতিয়াই অসমত আকৌ এক নতুন দিগন্ত সুচনা হ’ব, দৰিদ্ৰৰ কল্যাণ হ’ব ৷ কলিয়াবৰ জিলা বিজেপিৰ সভাপতি তথা চামগুৰি সমষ্টি মিত্ৰজোঁটৰ বিজেপি দলৰ প্ৰাৰ্থী অনিল শইকীয়াৰ বিশাল নিৰ্বাচনী সভাখনত কলিয়াবৰ সমষ্টিৰ অগপ দলৰ প্ৰাৰ্থী কেশৱ মহন্ত উপস্থিত থাকি চামগুৰি সমষ্টিৰ ৰাইজক পদুম ফুলত ভোট দি অনিল শইকীয়াক জয়যুক্ত কৰিবলৈ আহ্বান জনোৱাৰ লগতে কলিয়াবৰবাসী ৰাইজক হাতীৰ ছবিত ভোট দিবলৈ অনুৰোধ জনাই ৷

লগতে কলিয়াবৰ জিলা বিজেপিৰ সভাপতি তথা চামগুৰি সমষ্টিৰ মিত্ৰজোঁটৰ বিজেপি দলৰ প্ৰাৰ্থী অনিল শইকীয়াই আদৰনি ভাষণ প্ৰদান কৰি কয় যে চামগুৰি সমষ্টিত ২০ বছৰে দুৰ্নীতি আৰু অপ শাসনৰ অৱসান হ’বলৈ ধৰিছে ৷ যাৰ বাবে আজি চামগুৰিৰ হাজাৰ হাজাৰ লোক ওলাই আহিছে আৰু এইবাৰ চামগুৰিত পদুম ফুল যে ফুলিব সেইটো নিশ্চিত বুলি উল্লেখ কৰে ৷

আজি অনুষ্ঠিত হোৱা বিশাল নিৰ্বাচনি সভাখনত অসম প্ৰদেশ ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী অপৰাজিতা ভুঞা লাওঁখোৱা মণ্ডল বিজেপিৰ সভাপতি সুব্ৰত্ত সিংহা বাজিয়াগাওঁ মণ্ডল বিজেপিৰ সভাপতি প্ৰানজিৎ বৰা অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি মনিমাধৱ মহন্ত কলিয়াবৰ জিলা বিজেপিৰ উপ-সভাপতি জ্ঞানদ্বিপ মহন্তকে ধৰি বহুকেইজন নেতা উপস্থিত থাকে ৷

Tags: Featured
Share4Tweet3Send

Related Posts

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

by News Desk
July 17, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

by News Desk
July 13, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma
Assam

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

by News Desk
July 11, 2026
50
ADVERTISEMENT
Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

July 17, 2026
50
ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ
National-International

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

July 17, 2026
50
Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

July 17, 2026
50
FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি
National-International

FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি

July 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

July 17, 2026
ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

July 17, 2026
Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

July 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx