ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

‘আছাম টাইমছ্ প’ষ্ট’ত ফেশ্বন ডিজাইনাৰ নিমিষা সন্দিকৈ

ASSAM TIMES POST by ASSAM TIMES POST
August 31, 2019
Reading Time: 1 min read
A A
0
‘আছাম টাইমছ্ প’ষ্ট’ত ফেশ্বন ডিজাইনাৰ নিমিষা সন্দিকৈ

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

বনানী শৰ্মাৰ ৰিপ’ৰ্ট

মনত আগ্ৰহ থাকিলে, নজনা কামকো মনপুতি কৰিলে যে সফল হ’ব পৰা যায় তাৰেই উদাহৰণ দাঙি ধৰিছে মৰাণৰ বোৱাৰী নিমিষা সন্দিকৈয়ে। নাৰী সৱলীকৰণক লৈ ভিন্ন মহলত চৰ্চা অব্যাহত থকাৰ সময়তে নিমিষা সন্দিকৈৰ দৰে নাৰীয়ে নিজে প্ৰতিষ্ঠা লাভ কৰাৰ লগতে আনকো সংস্থাপনৰ বাট দেখুৱাইছে।

ফেশ্বন ডিজাইনিং সম্পৰ্কীয় আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈয়ে তেওঁ ২০১১ চনৰপৰা শিশুসকলৰ উপৰিও ভিন্ন বয়সৰ লোকৰ বাবে সুন্দৰ সাজ-পোছাক প্ৰস্তুত কৰি দহৰ মন জয় কৰিবলৈ সক্ষম হৈছে। তেওঁ বিশেষকৈ শিশুসকলৰ সাজ-পাৰ আৰু মহিলাৰ বাবে চাদৰ-মেখেলা আৰু ব্লাউজৰ ডিজাইনৰ কাম কৰে।

IMG 20190830 WA0014 | ASSAM TIMES POST

ফেশ্বন ডিজাইনিং সম্পৰ্কীয় শিক্ষা গ্ৰহণ নকৰিলেও তেওঁ মাকৰপৰাই হাতৰ চিলাই কৰিবলৈ শিকাৰ লগতে ইউটিউব চেনেল আৰু গৃহ বিজ্ঞান(হ’ম ছায়েন্স)ৰ কিতাপৰপৰা ফেশ্বন জিজাইনিং সম্পৰ্কীয় শিক্ষা আহৰণ কৰে।

IMG 20190830 WA0012 | ASSAM TIMES POST

এই সন্দৰ্ভত নিমিষা সন্দিকৈয়ে কয়, ‘শিশুসকলৰ বাবে বিশেষ অনুষ্ঠান যেনেঃ জন্মদিন, অন্নপ্ৰসন্ন আদিত কন্যা শিশুক পৰম্পৰাগত ডিজাইনৰ ফ্ৰক,স্কাৰ্ট-টপ, চাদৰ-মেখেলাৰ ফিউজন কৰি লেহেংগা পিন্ধাব পাৰে। ইফালে ল’ৰাক ধূতী-কূৰ্তা, কূৰ্তা আৰু ফৰ্মেল পেন্ট পিন্ধালে ভাল দেখিব।’

লগতে তেওঁ কয় যে গৰমৰ দিনকেইটাত সৰু ল’ৰা-ছোৱালীক টিউছন, গান-নাচ, আৰ্টৰ ক্লাছলৈ তথা ফুৰাবলৈ নিলে কপাহী (কটন) কাপোৰ এযোৰ পিন্ধালে বৰ আৰামদায়ক হোৱাৰ লগতে তেওঁলোকক ধুনীয়াও দেখাব।

IMG 20190830 WA0008 | ASSAM TIMES POST

নিমিষা সন্দিকৈয়ে শিশুৰ সাজ-পোছাকৰ ভিতৰত বেছিকৈ ছোৱালীৰ বাবে স্কাৰ্ট-টপ, ফ্ৰক আদি পৰম্পৰাগত ডিজাইনত ফিউজন কৰি প্ৰস্তুত কৰে। বৰ্তমান তেওঁ ব্যস্ত পূজাৰ বাবে বিশেষকৈ মহিলা আৰু শিশুসকলৰ সাজ-পোছাক প্ৰস্তুতৰ কামত।

Share4Tweet3Send

Related Posts

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
ADVERTISEMENT
Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed
Assam

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

July 7, 2026
50
Modi’s Indonasia visit : ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী : ইণ্ডোনেছিয়াৰ সংসদত ভাষণ নৰেন্দ্ৰ মোদীৰ
National-International

Modi’s Indonasia visit : ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী : ইণ্ডোনেছিয়াৰ সংসদত ভাষণ নৰেন্দ্ৰ মোদীৰ

July 7, 2026
50
Trump card : ‘ট্ৰাম্প কাৰ্ড’ বিফল : ভাইৰেল হ’ল লুকাকুৰ ‘ড’নাল্ড ট্ৰাম্প ডান্স’
Social Media

Trump card : ‘ট্ৰাম্প কাৰ্ড’ বিফল : ভাইৰেল হ’ল লুকাকুৰ ‘ড’নাল্ড ট্ৰাম্প ডান্স’

July 7, 2026
50
Wayanad landslide : ধাৰাসাৰ বৰষুণত ৱায়নাড়ত পুনৰ ভূমিস্খলন, বহু লোক‌ আবদ্ধ হৈ থকাৰ আশংকা
National-International

Wayanad landslide : ধাৰাসাৰ বৰষুণত ৱায়নাড়ত পুনৰ ভূমিস্খলন, বহু লোক‌ আবদ্ধ হৈ থকাৰ আশংকা

July 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

July 7, 2026
Modi’s Indonasia visit : ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী : ইণ্ডোনেছিয়াৰ সংসদত ভাষণ নৰেন্দ্ৰ মোদীৰ

Modi’s Indonasia visit : ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী : ইণ্ডোনেছিয়াৰ সংসদত ভাষণ নৰেন্দ্ৰ মোদীৰ

July 7, 2026
Trump card : ‘ট্ৰাম্প কাৰ্ড’ বিফল : ভাইৰেল হ’ল লুকাকুৰ ‘ড’নাল্ড ট্ৰাম্প ডান্স’

Trump card : ‘ট্ৰাম্প কাৰ্ড’ বিফল : ভাইৰেল হ’ল লুকাকুৰ ‘ড’নাল্ড ট্ৰাম্প ডান্স’

July 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx