ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

মাতৃ বিয়োগৰ চাৰিদিন : জাতিৰ স্বাৰ্থত পূব গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী অদীপ কুমাৰ ফুকনৰ হৈ প্ৰচাৰ লুৰীণজ্যোতিৰ

মোৰ মাতৃক হেৰুৱালোঁ কিন্তু অসম মাতৃক ৰক্ষা বাবে ওলাই আহিছোঁ : লুৰীণজ্যোতি গগৈ

News Desk by News Desk
April 3, 2021
Reading Time: 1 min read
A A
0
মাতৃ বিয়োগৰ চাৰিদিন : জাতিৰ স্বাৰ্থত পূব গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী অদীপ কুমাৰ ফুকনৰ হৈ প্ৰচাৰ লুৰীণজ্যোতিৰ

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

ষ্টাফ ৰিপ’ৰ্টাৰ

গুৱাহাটী : জন্মদাত্ৰী মাতৃ বিয়োগৰ চাৰিদিন দিন আজি। পুত্ৰ হিচাপে নিজৰ দায়িত্ব পালন কৰি তিনিদিনীয়া কাজ সম্পূৰ্ণ কৰিয়েই অসম মাতৃ ৰক্ষাৰ স্বাৰ্থত শনিবাৰে সংগ্রামলৈ ওলাই আহিল অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ। মাতৃ দুলু গগৈ বিয়োগৰ দুখে পুত্ৰ লুৰীণজ্যোতিক আৱৰি থকা সময়তো অসম মাতৃৰ ৰক্ষাৰ কথা পাহৰিব পৰা নাই জাতীয়তাবাদীৰ নেতাগৰাকীয়ে। দলৰ গুৰু দায়িত্ব পালন কৰি জাতি অস্তিত্ব ৰক্ষাৰ সংগ্রামত বলিষ্ঠ কণ্ঠস্বৰ বীৰ যোদ্ধাগৰাকীয়ে নিজকে পুনৰ আত্মনিয়োগ কৰিছে।

ৰাজ্য তৃতীয় পৰ্যায়ৰ নির্বাচনৰ অসম জাতীয় পৰিষদৰ পূব গুৱাহাটী সমষ্টি প্ৰাৰ্থী অদীপ কুমাৰ ফুকনৰ হৈ সভাপতি লুৰীণে অংশগ্ৰহণ কৰে প্ৰচাৰ কাৰ্যসূচীত। মাতৃ বিয়োগৰ ব্ৰত ৰাখি বগা বস্ত্ৰ পৰিধান কৰি মহানগৰী চানমাৰি অসম অভিযান্ত্ৰিক মহাবিদ্যালয় খেলপথাৰৰ পৰা এক বিশাল কাৰ ৰেলীত অংশগ্ৰহণ কৰে গগৈয়ে।

ৰেলীত অংশগ্ৰহণ কৰি লুৰীনে কয়- প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ হৈ যোৱাৰ পিছতে বিজেপিৰ এশ প্লাছৰ দম্ভালি আমি চৰকাৰ গঠনৰ সংখ্যা লাভ কৰিম পৰ্যায়ত। ২ মে’ত এই সংখ্যা ২৫-৩০ লৈ নামিব।

‘মোৰ মাক হেৰুৱালোঁ। মা মোৰ কাৰণে সাহস-প্ৰেৰণা প্ৰতীক। অসমবাসীৰ জাতীয় সংকট কিমান ভয়াৱহ আৰু গভীৰ সকলোৱে জানে। মাতৃক হেৰুৱাৰ পিছতো অসমৰ জননী সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আৰু সমগ্ৰ অসমৰ লাখ লাখ মাতৃ আশা-আকাংশাক নতুন গতিপথ দিবলৈ ওলাই আহিছো- আবেগিক হৈ গগৈয়ে কয়।

“মা য’ত আছে তাৰ পৰাই আৰ্শীবাদ দিয়ক। কেৱল মোক নহয় অসমৰ জনতাক। জাতীয় সংকট শেষ হৈ সাম্প্ৰদায়িকতাবাদ শেষ হৈ জাতীয় স্বাভিমানে যাতে সকলোৱে জীয়াই থাকিব পাৰে”- লুৰীণে কয়।

অসম ৰক্ষাত আঞ্চলিকতাবাদে শেষ আশ্ৰয়। আঞ্চলিকতাবাদক ওলাই কৰি অসমক ৰক্ষা কৰিব নোৱাৰি। এইবাৰ গাঁৱে-ভূঁইয়ে আঞ্চলিকতাবাদৰ উদগীৰণ হৈছে। যাৰ বাবে ভোটদানৰ হাৰ পূৰ্বৰ তুলনাত বৃদ্ধি হৈছে-সভাপতিগৰাকীয়ে লগতে কয়।

উল্লেখ চানমাৰিৰ পূৰ্বে নুনমাটিত অসম জাতীয় পৰিষদৰ দিছপুৰ সমষ্টি প্ৰাৰ্থী প্ৰিন্স ফাইজুল হকৰ হৈ প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল সভাপতি গগৈয়ে। গগৈক সংগ দিয়ে চিত্ৰৰঞ্জন বসুমতাৰীয়ে।

উল্লেখ ৬ এপ্ৰিলত অনুষ্ঠিত হ’ব ৰাজ্য তৃতীয় তথা অন্তিম পৰ্যায়ৰ নির্বাচনৰ ভোটগ্ৰহণ। পূব গুৱাহাটী সমষ্টিৰ বিজেপিৰ পৰা দখল কৰাৰ লক্ষ্যৰে অদীপ কুমাৰ ফুকনৰ বহু শতাধিক সমৰ্থকে তথা দলীয় কর্মীয়ে সাব্যস্ত কৰে শক্তি প্ৰদৰ্শন।

Tags: Featured
Share4Tweet3Send

Related Posts

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

by News Desk
July 17, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
Guwahati Shock I Man Dies After Alleged Assault by Transgender Group
Guwahati

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

by Staff Reporter
July 14, 2026
50
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

by News Desk
July 13, 2026
50
Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths
Guwahati

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

by Staff Reporter
July 13, 2026
50
ADVERTISEMENT
Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

July 17, 2026
50
ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ
National-International

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

July 17, 2026
50
Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

July 17, 2026
50
FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি
National-International

FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি

July 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

July 17, 2026
ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

July 17, 2026
Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

July 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx